Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ULFA to Sign Peace Agreement in Delhi Tomorrow:কাইলৈ দিল্লীত আলফাৰে ত্ৰিপাক্ষিক চুক্তি

আজি নতুন দিল্লীত আলফাৰ কেন্দ্ৰীয় কাৰ্যনিবাহকৰ অন্তিম খন বৈঠকত মিলিত নেতৃবৰ্গ, সকলো সঠিক ধৰণে আগবাঢ়িছে:অনুপ চেতীয়া

publisher by publisher
December 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
ULFA to Sign Peace Agreement in Delhi Tomorrow:কাইলৈ দিল্লীত আলফাৰে ত্ৰিপাক্ষিক চুক্তি
4
SHARES
35
VIEWS
ShareShareShareShare

ULFA to Sign Peace Agreement in Delhi Tomorrow:

আলফা আৰু চৰকাৰৰ মাজত প্রস্তাবিত শান্তি চুক্তিক লৈ দিল্লীত তৎপৰতা তুংগত উঠিছে। অহা ২৯ ডিচেম্বৰত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আজি নতুন দিল্লীৰ পৰাই ‘দৈনিক অগ্রদূত’ক জানিবলৈ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

ADVERTISEMENT

চুক্তিৰ বাবে মংগলবাৰেই চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰী দিল্লীত উপস্থিত হৈছিল। তাৰ পাছত গৃহ মন্ত্রণালয়ৰ প্ৰতিনিধিৰ স’তে তেওঁলোক কে’বাখনো বৈঠকত মিলিত হৈছে। এনেদৰে প্ৰক্ৰিয়াটো চূড়ান্ত পর্যায়ত উপনীত হোৱাত বুধবাৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আন এটা দল গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হয়।

RelatedPosts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে, আজি দিল্লীত উপস্থিত হ’ব ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ ১৪ জন নেতা। এই সকলোৰে উপস্থিতিত শুক্ৰবাৰে (২৯ ডিচেম্বৰ) সন্ধিয়া চাউথ ব্লকত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’ব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাও ইয়াত উপস্থিত থাকিব। তদুপৰি আলফাৰ কৰ্ম পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত থাকিব।

চেতিয়াই লগতে কয়, ‘সকলো সঠিক ধৰণে আগবাঢ়িছে। আমি এই চুক্তিক লৈ সম্পূর্ণ আশাবাদী।’ আনহাতে, দিল্লী যাত্ৰাৰ পূৰ্বে সভাপতি ৰাজখোৱাই কয় যে তেওঁলোকে বিচৰা ধৰণে প্ৰক্ৰিয়াবোৰ  আগবঢ়া বাবে এনেদৰে যাবলৈ ওলাইছে। অসমৰ সুৰক্ষাক লৈ তেওঁলোকে যি ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল, তাত সঁহাৰি পোৱাৰ বাবেহে চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে।

গুৱাহাটীৰ পৰা দিল্লীত উপস্থিত হোৱা সকলৰ ভিতৰত অন্যতম হ’ল- উপ-সভাপতি প্রদীপ গগৈ, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, চিত্ৰবন হাজৰিকা, প্রণতি ডেকা, মিথিংগা দৈমাৰী, মৃণাল হাজৰিকা, অন্টু চাউদাং আৰু প্রাণজিৎ শইকীয়া।

আনহাতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে আজি নতুন দিল্লীত আলফাৰ অন্তিমখন বৈঠকত মিলিত হয় আলফাৰ নেতৃত্ববৰ্গ ৷ আনহাতে বিয়লি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ এক প্ৰতিনিধিৰে বহিব বৈঠকতো মিলিত হ’ব আলোচনাপন্থী আলফাৰ নেতাসকল ৷

কাইলৈ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সন্ধিয়া সাত বজাত প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াত সংবাদমেল সম্বোধন কৰিব আলফাৰ নেতৃবৰ্গই ৷ একেদৰে সম্বোধন কৰিব অসমবাসীক ৷

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰৰে আলফাৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে দিল্লীৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তনৰ পাছতে আলফা নেতৃত্বই আনুষ্ঠানিকভাৱে ভংগ কৰিব ‘আলফা’ সংগঠনটো ৷
স্মতৰ্ৱ্য যে ২০১১ৰ পৰা আলফাই আলোচনা প্রক্রিয়া চলাই আহিছে। সেই বছৰৰে পাঁচ আগষ্টত অনুষ্ঠিত জাতীয় অভিবর্তনে প্রস্তুত কৰি দিয়া দাবী চনদৰ ভিত্তিত সংগঠনটো আলোচনাৰ প্ৰক্ৰিয়াত আছে আলফাৰ দাবী চনদৰ মূল বিষয়টোৱে হ’ল অসমত খিলঞ্জীয়াৰ সৰ্বদিশৰ অধিকাৰ সুনিশ্চিত কৰা। ছয় জনগোষ্ঠীক জনজাতিকৰণৰে অসমক সুৰক্ষিত কৰাটোও ইয়াৰ ভিতৰত আছে। এনে কাৰণতে জনগোষ্ঠীয় সংগঠনবোৰকো দিল্লীলৈ নিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷

#অসমত নিৰাপত্তা ব্যৱস্থা গ্রহণ:

আলফাৰ লগত দিল্লীত প্রস্তাৱিতত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বিপৰীতে সংগঠনটোৰ আনটো গোট আলফা (স্বাধীন) গোটেই প্ৰক্ৰিয়াটোৰ পৰা সম্পূর্ণ বাহিৰত ৰৈ যাব। এনে ক্ষেত্ৰত প্রস্তাবিত চুক্তিখনে আলফা সমস্যাটো সমাধানত কিমান দূৰ সহায় কৰিব তাক লৈও চৰ্চা আৰম্ভ হৈছে।

ইপিনে, আকস্মিকভাৱে ৰাজ্যত সক্ৰিয় হৈছে নিষিদ্ধ সংগঠনটো। সেয়েহে চুক্তি স্বাক্ষৰক লৈ ৰাজ্যত ব্যাপক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। চুক্তিৰ বিৰোধিতা কৰি আলফা (স্বাঃ)ই যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-নিৰাপত্তা বাহিনী আদিক সষ্টম কৰি দিয়া হৈছে।

অসম ৰাইফলছকো এই বার্তা দিয়া হৈছে। সকলো জিলাতে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিলেও নির্দিষ্ট কেইখনমান জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। পূব অসমৰ জিলাকেইখনৰ উপৰি কামৰূপ মহানগৰ জিলাত বিশেষ সতর্কতা গ্রহণ কৰা হৈছে বুলি সূত্ৰত প্রকাশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shahDelhi TomorrowHimanta Biswa SarmaULFA to Sign Peace Agreementunion govt
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d