Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC SCAM:নন্দিনীৰ দুখন উত্তৰবহীৰ সন্ধান নাই, নম্বৰ বৃদ্ধি উত্তৰবহীত

publisher by publisher
January 3, 2024
in India, Assam, News
Reading Time: 3 mins read
0
APSC SCAM:নন্দিনীৰ দুখন উত্তৰবহীৰ সন্ধান নাই, নম্বৰ বৃদ্ধি উত্তৰবহীত
3
SHARES
30
VIEWS
ShareShareShareShare

APSC SCAM:

জালিয়াতিৰে অসম লোকসভা আয়োগ (এপিএছচি)ৰ জৰিয়তে ৰাজপত্ৰিত বিষয়াৰ চাকৰি সংগ্ৰহ কৰি এতিয়া নিজেই সেই বিষয়ে অজ্ঞতা প্রকাশ কৰাটো এক স্বাভাৱিক চৰিত্ৰ কৰি লৈছে বিশেষ তদন্তকাৰী গোট এছআইটি)ৰ জেৰাৰ সন্মুখীন হোৱা বিষয়াসকলে।

ADVERTISEMENT

সেই একে উত্তৰেই এছআইটিক দিয়ে মহানগৰ আৰক্ষীৰ নিলম্বিত অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (এডিচিপি) নন্দিনী কাকতিয়ে। এছআআইটিয়ে তলব কৰা অনুসৰি জেৰাৰ সন্মুখীন হ’বলৈ কাকতি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত হাজিৰ হয়। আঠ ঘণ্টাজুৰি কাকতিক জেৰা কৰা হয়।

RelatedPosts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Chargesheet:শুকুৰবাৰে দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট

CID HQ:চিআইডি হেড কোৱাৰ্টাৰত হাজিৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিট্টাল

নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে জালিয়াতিৰ স্পষ্ট তথ্য উদ্ধাৰ হোৱাই নহয়, আন এক ভয়ংকৰ কাণ্ডও পোহৰলৈ আহিছে। সেই অনুসৰি, এই পর্যন্ত নন্দিনী কাকতিৰ এপিএছচিৰ মূল পৰীক্ষাৰ ছখন উত্তৰবহীৰ দুখনৰ সন্ধান ওলোৱা নাই। সেই দুখন ক’ত হেৰাল তাৰ তদন্ত চলিলেও সন্ধান লাভৰ কোনো উমঘামেই নাই।

nandini 2আকৌ চাৰিখন উত্তৰবহীৰো নম্বৰ বৃদ্ধি কৰা হৈছে। চর্চা অনুসৰি, নন্দিনী কাকতিয়ে এপিএছ বিষয়া হ’ব বুলি ৰাকেশ পালৰ লগত বুজাবুজি কৰিছিল। গতিকে পালে আন একাংশৰ দৰে কাকতিৰ ক্ষেত্ৰতো এপিএছ বিষয়া হ’ব পৰাকৈ নম্বৰ মিলাই দিছিল। তাৰ বিনিময়ত পালে কিমান পৰিমাণৰ ধন গ্ৰহণ কৰিছিল, সেয়া স্পষ্ট হোৱা নাই।
অৱশ্যে ৰাকেশ পালৰ সময়ত অর্ধ কোটি টকা পর্যন্ত উৎকোচ দি চাকৰি সংগ্ৰহ কৰাৰ চৰ্চাও চলি আহিছে। ৰাকেশ পাল, ধৃত প্রধান পৰীক্ষা নিয়ন্ত্রক নন্দ বাবু সিং আদিয়ে মিলি কৰি দিছিল।

জালিয়াতিৰ কামবোৰ ইপিনে, নম্বৰ বৃদ্ধিক লৈ কাকতিয়েও ওলোটাই তদন্তকাৰী দলক প্রশ্ন কৰে যে কোনে কিয় নম্বৰ বঢ়াইছে তেওঁ কেনেকৈ জানিব? আকৌ দুখন উত্তৰবহী যে হেৰাইছে সেই বিষয়েও তেওঁ নাজানে বুলি কয়।

উল্লেখ্য যে ২০১৩ৰ পৰীক্ষাৰ জৰিয়তে কাকতি এপিএছ বিষয়া হৈছিল। আজি এছআইটিয়ে সহকাৰী সমবায় পঞ্জীয়ক চক্ৰধৰ ডেকাকো তলব কৰিছিল; কিন্তু বিষয়াজন হাজিৰ হোৱাৰ পৰা বিৰত থাকে।

আনহাতে এপিএছ চিৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙে লাভ কৰিছে জামিন ৷

ধৃত নন্দ বাবু সিঙক চর্তসাপেক্ষে বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। তদুপৰি এছআইটিয়ে সিঙক সাক্ষীৰ পৰিৱৰ্তে অভিযুক্ত হিচাপে গোচৰত অন্তর্ভুক্ত কৰিবলৈ জনোৱা আবেদনো আদালতে মঞ্জুৰ কৰে।

ইয়াৰ বিপৰীতে জামিন আবেদন নাকচ হয় ধৃত অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰৰ। জামিন আবেদনৰ শুনানিত আদালতে আৰক্ষীৰ পৰা এই সন্দৰ্ভত প্রতিবেদন বিচাৰিছিল। আৰক্ষীয়ে আদালতক জনায় যে ন্যায়িক জিম্মাত থকা অৱস্থাত সৰকাৰে নীতি-নিয়ম উলংঘা কৰিছে। ইয়াৰ ভিত্তিতে সৰকাৰৰ জামিন আবেদন নাকচ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamBailCIDGuwahati Spl CourtSIT
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d