Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Proposal To extend The Term Sattra Commission:পূর্ণাংগ প্রতিবেদন সাজু হোৱা নাই, কার্যকাল বৃদ্ধিৰ প্ৰস্তাৱ সত্ৰ আয়োগৰ !

আগবঢ়া নাই চৰকাৰৰ কাম-কাজ, উচ্ছেদো আগবঢ়া নাই সুচাৰুৰূপে, সত্ৰ পৰিচালনা সমিতিৰো দুৰ্বলতা

publisher by publisher
November 27, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Complications Over The Winter Session Of The Assembly:বিধানসভাৰ শীতকালীন অধিবেশনক লৈ জটিলতা !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Proposal To extend The Term Sattra Commission:

দুৰৱস্থাৰ গ্ৰাসত পৰা অসমৰ সত্ৰ সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগৰ পৰামৰ্শ অনুসৰি আগবঢ়া নাই প্রয়োজনীয় কাম-কাজ। একেদৰে বহু সত্ৰৰ পৰিচালনা সমিতিৰ দুর্বলতায়ো আয়োগক অসুবিধাত পেলাইছে।

ADVERTISEMENT

ফলত হাতত মাত্র এমাহ থকা অৱস্থাতো চূড়ান্ত প্রতিবেদন সাজু কৰিব পৰা নাই বিধায়ক প্ৰদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠিত আয়োগে। সেয়েহে কার্যকাল বৃদ্ধিৰ বাবে অতি শীঘ্রে আয়োগে চৰকাৰক আবেদন জনাব।

উল্লেখ্য যে দুবছৰীয়া কাৰ্যকাল ধাৰ্য কৰি সত্ৰ আয়োগ গঠন কৰা হৈছিল। সত্ৰসমূহৰ বৰ্তমানৰ অবস্থা, বেদখল উচ্ছেদ, সত্রীয়া সংস্কৃতি ৰক্ষা, সত্ৰসমূহক ভৱিষ্যতৰ দিনত শক্তিশালী কৰি ৰখা আদি বিষয়কেইটাক মুখা কৰি আনুষংগিক সকলো দিশ সামৰি আয়োগক চৰকাৰৰ ওচৰত প্ৰতিবেদন দিবলৈ গঠনৰ সময়তে কোৱা হৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে সকলো সত্ৰৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। চৰজমিন অধ্যয়নত কে’বাখনো সত্ৰৰ ভূমি বেদখল হৈ থকাটো আয়োগে নিশ্চিত কৰে। সেয়েহে সংশ্লিষ্ট সত্ৰবোৰৰ ভূমিত হোৱা বেদখল উচ্ছেদৰ বাবে চৰকাৰক আয়োগে জনায়।

কিন্তু এই পর্যন্ত চৰকাৰ অতি কম পৰিমাণৰ ভূমিহে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে বুলি আয়োগৰ সূত্ৰত প্রকাশ । প্রসংগক্রমে উল্লেখ্য যে অসমৰ সত্ৰসমূহৰ ভিতৰৰ নির্দিষ্ট কেইখনমানৰ ভূমি অধিক পৰিমাণত বেদখলকাৰীৰ কবলত পৰিছে।

যোৱা আগষ্টত দাখিল কৰা আয়োগৰ প্রাথমিক প্রতিবেদন মর্মে বিভিন্ন মহাপুৰুষে ১৫শ শতিকাৰ পৰা স্থাপন কৰা অসমত সত্ৰৰ সংখ্যা হ’ল ৪৫০ খন। তাৰে ৩০৩ খন হ’ল মূল সত্র। আনহাতে বেদখলী ভূমিৰ পৰিমাণ হ’ল ৭,৫০৪ বিঘা। লক্ষ্যণীয় দিশটো হ’ল যে এই বৃহৎ পৰিমাণৰ ভূমিৰ ৫,৫৪৫ বিঘাই হ’ল বৰপেটা জিলাৰ।

সেয়েহে আয়োগে বৰপেটা জিলাৰ বেদখলী ভূমি শীঘ্ৰে মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। অথচ জিলাখনৰ অতি কম পৰিমাণৰ ভূমিহে বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰ সক্ষম হৈছে ।

অন্যান্য জিলাৰ ক্ষেত্ৰতো একে পৰিৱেশ হোৱা বুলি আয়োগৰ সূত্ৰত প্রকাশ। আয়োগৰ তথ্য অনুসবি প্রধানকৈ ১০ খন জিলাৰ সত্ৰৰ ভূমি অধিক পৰিমাণত বেদখলকাৰীৰ গ্রাসত পৰিছে।

ইপিনে, বহু সত্ৰৰ পৰিচালনা ব্যবস্থাও অতি নিশকতীয়া ৰূপত চলি আছে। সেয়েহে সত্ৰবোৰ পৰিচালনাৰ বাবে চৰকাৰৰ স্তৰত ব্যৱস্থা গ্রহণৰ পোষকতা আয়োগে কৰিছে আৰু এই সন্দৰ্ভত প্রস্তাৱো দাখিল কৰা হ’ব।

সূত্ৰত প্রকাশ যে অসমৰ সত্র সংস্কৃতি ৰক্ষাৰ কথা আওৰোৱা চৰকাৰৰ দিনতে অসমত এনে যথেষ্ট সংখ্যক সত্র আছে যিবোৰে দৈনিক চাকি এগছি জ্বলাবলৈও সামর্থ্যবান নহয়। আৰ্থিক দুৰৱস্থা ইয়াৰ মূল কাৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaMla Pradip HazarikaProposal To extendSattra Commission
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d