Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Public Relations Department Be The Pillar Of Light Of Assam:জনসংযোগ বিভাগ হওক অসমৰ আলোক স্তম্ভ

#কনকসেন ডেকা

publisher by publisher
January 13, 2024
in India, Assam, News
Reading Time: 5 mins read
0
Public Relations Department Be The Pillar Of Light Of Assam:জনসংযোগ বিভাগ হওক অসমৰ আলোক স্তম্ভ
4
SHARES
41
VIEWS
ShareShareShareShare

Public Relations Department Be The Pillar Of Light Of Assam:

অসম চৰকাৰৰ জনসংযোগ বিভাগত সঞ্চালকৰ উপৰি বুজন সংখ্যক বিষয়া-কৰ্মচাৰী আছে। তদুপৰি ৰাজ্যৰ জিলা আৰু মহকুমা আদিতো বিভাগটোৰ কাৰ্যালয় আৰু বিষয়া-কর্মচাৰী আছে। গতিকে এই বিশাল বিভাগটো চলিবলৈ যে প্ৰচুৰ চৰকাৰী ধনৰ আৱশ্যক হয়, সেই বিষয়ে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই।

ADVERTISEMENT

কিন্তু বিভাগটোৰ নাম জনসংযোগ ৰখা হৈছে যদিও ৰাজ্যখনৰ জনগণৰ স’তে কি ধৰণৰ সংযোগ স্থাপন কৰি অহা হৈছে, সেই বিষয়ে অসমৰ জনসাধাৰণ মুঠেও অৱগত নহয়। চৰকাৰী বিজ্ঞাপন বিতৰণৰ উপৰি মন্ত্ৰীৰ ভাষণৰ বিবৃতি দিয়াৰ ভিতৰতে বিভাগটোৰ কাৰ্যসূচী সীমাবদ্ধ থকা বুলিহে অসমৰ ৰাইজে ধাৰণা কৰে। এই ক্ষেত্ৰতো বিতৰ্কৰ যে অন্ত নাই, তাৰ প্ৰমাণ বিগত কালৰ জনসংযোগৰ সঞ্চালক বঞ্জিত গগৈয়ে বহু কোটি টকা আত্মসাৎ কৰা হেতুকে চাকৰিৰ পৰা নিলম্বিত আৰু বৰ্খাস্ত হৈছিল।

RelatedPosts

Web Portal:বেৱ প’ৰ্টেলত চৰকাৰী স্বীকৃতি প্রাপ্ত সাংবাদিক জড়িত হ’ব নোৱাৰিব : জনসংযোগ বিষয়াৰ ঘোষণা

Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

তেওঁৰ সর্বদিশৰ অনিয়মৰ হেতুকে অসমৰ প্ৰতিখন বাতৰি কাকতে প্রথম পৃষ্ঠাত জনসংযোগক ধিক্কাৰ শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। ই আছিল প্ৰথমবাৰৰ বাবে এটা চৰকাৰী বিভাগৰ বিৰুদ্ধে দিয়া সার্বজনীন ধিক্কাৰ। আমি তাৰ বাবে বৰ্তমানৰ জনসংযোগক জগৰীয়া কৰিব বিচৰা নাই; কিন্তু প্রশ্ন হয়, কেবল বিজ্ঞাপন বিতৰণকেই মুখ্য কর্তব্য বুলি ভবাটো অদূৰদৰ্শিতা আৰু বৌদ্ধিক নিষ্ক্রিয়তাৰ কাৰণ বুলিহে ভাবো। বিভাগটোরে গঠনমূলক দৃষ্টিভংগীৰে কাম কৰা হ’লে জন সমাজত উজ্জ্বল ভাবমূর্তি প্রকাশ পোৱাই কেবল নহয়, ৰাজ্যৰ সামগ্রিক উন্নয়নৰ বিকাশতো অভূতপূর্ব বৰঙণি আগবঢ়াব পাৰিলেহেঁতেন।

চৰকাৰ আহিছে গৈছে; কিন্তু জনসংযোগৰ কৰ্মৰ পৰিধি বিকশিত হৈ নুঠিল। হয়তো চৰকাৰে ধাৰণা কৰে ক্ষমতাসীন হৈ থকাসকলৰ ভাবমূর্তি উজ্জ্বল কৰাৰ বাবে জনসংযোগে প্ৰচাৰ চলাই থাকক। এই ক্ষেত্ৰত আমাৰ আপত্তি কৰিব লগা একো নাই। চৰকাৰৰ কাৰ্যসূচী জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰাটো অপৰাধ নহয়; কিন্তু আজিকালি মন্ত্রীৰ ভাষণো জনসংযোগে বিতৰণ কৰাৰ আগতেই বিভিন্ন মাধ্যমত প্ৰচাৰ হয়।

কিন্তু কেৱল এইখিনি কামতেই বন্দী হৈ থকা হেতুকে বিশাল বিভাগটোরে যিমানখিনি সমাজৰ কল্যাণৰ বাবে শক্তি প্রয়োগ কৰিব পাৰে, সেইখিনি দৃষ্টিগোচৰ নোহোৱা বাবে বিভাগটোৰ ভাবমূর্তি স্থবিৰ হৈ থকাৰ লগতে ৰাজ্যৰ জনগণ প্রভূত ক্ষতিৰ সন্মুখীন হৈছে। কেন্দ্রীয় চৰকাৰৰ ডিএভিপিকে ধৰি বিভিন্ন ৰাজ্যৰ জনসংযোগ বিভাগসমূহে সমাজৰ বিকাশৰ ক্ষেত্ৰত দিক্ দৰ্শনৰ কাম কৰি অহাৰ বিপৰীতে এই ক্ষেত্ৰত অসমৰ জনসংযোগ বিভাগ নিষ্ক্রিয় হৈ থকা দেখা গৈছে। অসম এখন সমস্যা বহুল ৰাজ্য।

বিভিন্ন ধর্মাবলম্বী, জাতি, জনগোষ্ঠীৰ লোকে এই ৰাজ্যত বসবাস কৰি আহিছে; কিন্তু তেওঁলোকৰ মাজত যে সমন্বয়ৰ অভাৱ ঘটিছে সেই কথা নিতৌ ঘটি থকা সংঘাতেই দাঙি ধৰিছে। ফলস্বৰূপে বিকাশ বাধাপ্রাপ্ত হৈছে। শিক্ষা জগতকো অনিশ্চয়তা আৰু অস্থিৰতাই গ্রাস কৰিছে। ৰাজ্যখনত অপৰাধপ্রবণতাই চূড়ান্ত পর্যায় পাইছেগৈ। দৰাচলতে এইসমূহ বিষয়ৰ প্ৰত্যেকটোৰ ওপৰতেই জনসংযোগ বিভাগে যথোচিত নজৰ ৰাখি দিক্‌দৰ্শন দিয়াৰ অপূর্ব সুযোগ পাইছে আৰু এই ক্ষেত্রত উদ্যোগ লোৱা হ’লে জনসংযোগ বিভাগক অসমবাসীয়ে আদৰণি জনোৱাই নহয়, গভীৰ শ্রদ্ধাও জনালেহেঁতেন।

উদাহৰণস্বৰূপে দাঙি ধৰিব খোজো যে গোষ্ঠীদ্বন্দ্ব নিয়ন্ত্রণ কৰি গোষ্ঠী সমন্বয় কিদৰে নিৰ্ণয় কৰিব পাৰি ইয়াকৈ লৈ জনসংযোগ বিভাগে আটাইবোৰ জনগোষ্ঠীৰ প্ৰতিনিধিৰ স’তে বৈঠকত বহি ভাৱ বিনিময় কৰা হ’লে নিশ্চয় সেই ক্ষেত্ৰত পথৰ সন্ধান ওলালহেঁতেন। তেনেদৰেই তাহানিৰ সুষম, সুশৃংখল অসমৰ সমাজ জীৱন আজি অধঃপতনৰ ফালে গৈ আছে কিয় তাকে লৈও বৌদ্ধিক সমাজৰ বিভিন্ন ব্যক্তিক লৈ জনসংযোগ বিভাগে আলোচনাচক্ৰৰ আয়োজন কৰি সিদ্ধান্ত সমূহ জনসাধাৰণৰ মাজলৈ নিয়াৰ চেষ্টা কৰা হ’লে নিশ্চয় ইয়াৰ আঁৰত থকা অপশক্তিসমূহৰ সম্ভেদ সমাজে পালেহেঁতেন।

তেনেদৰে বিভিন্ন ধৰ্মৰ নেতৃস্থানীয় লোকক আমন্ত্রণ কৰি ধর্মীয় বিদ্বেষৰ সলনি সমন্বয় কিদৰে গঢ়িব পাৰি, তাক লৈও জনসংযোগ বিভাগে আলোচনাৰ পাতনি মেলাৰ থল আছে। তেনেদৰেই গ্রন্থ, আলোচনী, বাতৰি কাকতৰ প্ৰতি পঢ়ুৱৈৰ আগ্রহ হ্রাস হোৱা বুলি প্রায়েই শুনিবলৈ পোৱা যায়; কিন্তু বেদ-বেদান্তৰ সময়ৰ পৰা চক্রেটিছ, প্লেটোৰ দর্শনলৈকে গ্রন্থইহে সমাজত সভ্যতাৰ বস্তি জ্বলাই আহিছে।

উল্লেখনীয় যে আমাৰ ৰাজ্যখনৰ বাহিৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে ইংৰাজী গ্রন্থৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাই গৈ আছে। ইংৰাজী ভাষাৰ গ্ৰন্থ এখনি একোটা সংস্কৰণত দুই-তিনি নিযুত কপি প্রকাশ কৰে। বাংলা ভাষাৰ গ্রন্থও কমেও এটা সংস্কৰণত ১০ হেজাৰ কপি ছপায়। কেইবছৰমানৰ আগলৈকে আমাৰ পাণবজাৰৰ গ্রন্থ প্রকাশসকলে একোটা সংস্কৰণত কমেও দুহেজাৰ কপি প্রকাশ কৰিছিল। কিন্তু শেহতীয়াকৈ পঢ়ুৱৈৰ চাহিদা হ্রাস পোৱা হেতুকে তেওঁলোকে সর্বাধিক পাঁচশ কপিহে ছপা কৰিবলৈ লৈছে।

অসমত ছাত্র-ছাত্রীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে; কিন্তু পঢ়ুৱৈৰ সংখ্যা হ্রাস পালে কিয়? তদুপৰি কে’বাখনো জনপ্রিয় আলোচনী অর্থাভারত বন্ধ কৰিবলগীয়া হৈছে। এইবাৰ শাৰদীয় আলোচনী কে’বাখনবো প্রকাশ বন্ধ হোৱা দেখি আমি বিস্মিত হৈছো। কিন্তু বাংলা ভাষাৰ শাৰদীয় দেশ, আনন্দ বজাৰ পত্রিকা, বর্তমান, নবকল্লোল আদিৰ প্ৰচাৰ সংখ্যা পূবর্তকে বৃদ্ধি পাইছে। এই বিষয়ৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ দায়িত্ব জনসংযোগে লোৱা হ’লে বিভাগটোৰ মৰ্যাদা বৃদ্ধি হোৱাৰ লগতে ইতিবাচক দৃষ্টিভংগী দাঙি ধৰাৰো কৃতিত্ব লাভ কৰিব পাৰিলেহেঁতেন।

প্রকাশক, গ্রন্থকাৰ আৰু নির্দিষ্ট পঢ়ুবৈক লৈ আলোচনাচক্র এখন আয়োজন কৰি বিষয়টোৰ খুটি-নাত্রি বিশ্লেষণ কৰা হ’লে নিশ্চয় নতুন পথৰ সন্ধান ওলালহেঁতেন আৰু তাৰ বাবে অসমৰ বৌদ্ধিক সমাজে জনসংযোগক ধন্যবাদ জনালেহেঁতেন। দ্বিতীয়তে, অকনোদই, বাঁহী, জোনাকী, ডেকা অসম, সৌমাৰজ্যোতি, আৱাহন, ৰামধেনু, বৰদৈচিলা, আমাৰ প্রতিনিধি নবযুগ প্রভৃতি আলোচনীয়ে আমাৰ সমাজক পোহৰৰ সন্ধান দিছে। কিন্তু সেইবোৰ আলোচনীৰ লগতে প্রভূত ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আমাৰ নিজৰ চৰকাৰ থকা কালতো জনপ্রিয় নীলাচল, অসম বাতৰি, নতুন অসমীয়া, শান্তিদূত, আজিৰ বাতৰি, নতুন দৈনিক, আজিৰ অসম, দৈনিক বাতৰি, আজি, জনসাধাৰণ আদিৰ উপৰি তেজপুৰৰ পৰা প্রকাশিত মহাজাতি, নগাঁৱৰ পৰা প্ৰকাশিত গণতন্ত্র আদি জনপ্রিয় কাকতৰ প্রকাশ বন্ধ হোৱাটো সামগ্রিকভাৱে অসমৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অপৰিসীম ক্ষতি।

এই কাকত-আলোচনীসমূহৰ পিছফালে একাধিক বৌদ্ধিক জগতৰ অগ্রগণ্য ব্যক্তি থকা সত্ত্বেও প্রকাশ বন্ধ হোৱাটো চৰম বেদনাদায়কেই কেৱল নহয়, সমাজৰ বাবেও অপূৰণীয় ক্ষতি। উল্লেখযোগ্য যে এই প্রকাশনসমূহৰ স’তে স্বনামধন্য লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, দীননাথ শর্মা, দেৱকান্ত বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, শিৱপ্ৰসাদ বৰুৱা, পূর্ণ শৰ্মা, পূৰ্ণনাৰায়ণ সিংহ, অম্বিকাগিৰি ৰায়চৌধুৰী, দেবেন্দ্ৰ নাথ শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হৰেন্দ্ৰ নাথ বৰুৱা, হোমেন বৰগোহাঞি, ভূপেন হাজৰিকা, চন্দ্রপ্রসাদ শইকীয়া প্ৰমুখ্যে অসমৰ প্ৰাতঃস্মৰণীয় লোকসকলৰ নাম জড়িত হৈ আছে।

নতুন অসমীয়াকে ধৰি দৈনিক কাকত আৰু আলোচনীসমূহৰ প্ৰকাশ পঢ়ুৱৈৰ অভাৱত নহয়, চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱতহে বন্ধ হৈছে। আমি ভাবো, এই কাকত গোষ্ঠীসমূহৰ স’তে অতীতত জড়িত থকাসকলক লৈ আলোচনা অনুষ্ঠিত হ’ব লাগে। কিয়নো একোখন কাকত-আলোচনীৰ স’তে কিমানজন স্বদেশপ্রেমী, ভাষাপ্রেমীৰ লগতে পঢ়ুৱৈ জড়িত হৈ থাকে, তাৰ লেখ নাই।

গতিকে এই ক্ষেত্রত নিশ্চয় পঢ়ুরৈ সমাজ আৰু জনসংযোগ বিভাগে আলোচনা কৰি এক সুস্থিৰ পথ নির্দেশনাৰ ব্যৱস্থা কৰা উচিত। তদুপৰি অৰনোদইৰ সময়ৰ পৰা প্ৰকাশিত আলোচনীসমূহৰ একোটি সংখ্যা সংৰক্ষণৰ উদ্দেশ্যে জনসংযোগ বিভাগে আর্কাইভৰ ব্যৱস্থা কৰিব পাৰে। লখিমপুৰৰ পৰা ন লখিমী, মঙলদৈৰ পৰা মংগল বাতৰি, নলবাৰীৰ পৰা লুইতজ্যোতিকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা দুর্যোগকো নেওচি কাকত প্ৰকাশ কৰি স্থানীয় ৰাইজৰ অভাব-অভিযোগ দাঙি ধৰাৰ লগতে একোচাম নতুন লেখক আৰু পঢ়ুৱৈৰ সৃষ্টি কৰি আহিছে। তেনেদৰেই গুৱাহাটীৰ পৰাও ভালেমান ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত প্ৰকাশ হৈ আহিছে।

প্রথমগৰাকী প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৱে ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতেহে সাধাৰণ জনতাৰ প্ৰকৃত সমস্যাসমূহ দাঙি ধৰে আৰু তেনে কাকতৰ চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছে বুলি বিজ্ঞাপনৰ ক্ষেত্ৰত অগ্রাধিকাৰ দিবলৈ নীতি নির্ধাৰণ কৰিছিল। কিয়নো টাইমছ অফ ইণ্ডিয়াৰ দৰে বহুল প্ৰচাৰিত কাকতসমূহে বৃহৎ উদ্যোগপতি আৰু পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ হেতুকে সেই মহলৰ মুখপত্র হিচাপে কাম কৰে বুলি মন্তব্য কৰিছিল।

তেনেকুৱা পৰিস্থিতি আজিও অব্যাহত আছে। এই আটাইবোৰ দিশৰ ওপৰত নজৰ ৰাখি জনসংযোগ বিভাগে নতুন বছৰত ন উদ্যমেৰে কাৰ্যসূচী ল’লে ৰাজ্যখনৰ ভালেমান সমস্যাৰ সমাধানৰ পথ ওলাব আৰু তাৰ লগে লগে জনসংযোগ হৈ উঠিব এইখন সমাজৰ প্ৰগতিৰ আলোক স্তম্ভ।

এই চেগতে কামনা কৰো যাতে সমাজৰ প্রতি দায়বদ্ধ কোনো কাকত-আলোচনীয়েই ভৱিষ্যতে প্রকাশ বন্ধ কৰিবলগীয়া নহয় আৰু লগতে চৰকাৰলৈও নিবেদন যাতে পুঁজিৰ অভাৱত গঠনমূলক কামৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ নহয়। দৰকাৰ হ’লে ৰাজেটৰ ধন বৃদ্ধি কৰি হ’লেও উপৰি উক্ত বিষয়সমূহৰ ওপৰত গঠনমূলক আলোচনাৰ দুৱাৰ মুকলি কৰিবলৈ জনসংযোগক সুযোগ দিয়ক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesKanak Sen DekaPillar Of Light Of AssamPublic Relations Department
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d