Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভূমি “দিয়া আৰু লোৱা” নীতিক ধিক্কাৰ এএছডিচি-কংগ্ৰেছৰ

publisher by publisher
September 5, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভূমি “দিয়া আৰু লোৱা” নীতিক ধিক্কাৰ এএছডিচি-কংগ্ৰেছৰ
ভূমি “দিয়া আৰু লোৱা” নীতিক ধিক্কাৰ এএছডিচি-কংগ্ৰেছৰ
3
SHARES
34
VIEWS
ShareShareShareShare

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন আৰু সংঘাত আজিও অব্যাহত আছে । সীমা বিবাদৰ সংঘাত অব্যাহত থকাৰ সময়তে কাৰ্বি আংলঙৰ এক অংশ অথবা এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ দিছে শেহতীয়াকৈ কংগ্ৰেছ-এএছডিচি ৰাজনৈতিক দল দুটাই ।

ADVERTISEMENT

অসম-মেঘালয় চৰকাৰে আলোচনা আৰু গোপন বুজাবুজিৰ মাজেৰে গ্ৰহণ কৰিব বিচৰা “দিয়া আৰু লোৱা নীতিক” কোনো প্ৰকাৰে মানি নলয় আৰু সমৰ্থন নকৰে বুলি পশ্চিম কাৰ্বি আংলঙৰ লাংহেমফিত কংগ্ৰেছ-এএছডিচি-য়ে যৌথভাৱে অনুষ্ঠিত কৰা সীমা সমস্যা সমাধান সভাত স্পষ্টভাৱে প্ৰকাশ কৰে দল দুটাই । আনকি কাৰ্বি ছাত্ৰ সন্থাইয়ো এই সন্দৰ্ভত বিৰোধিতা কৰাৰ লগতে শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায় । অন্যথা অনাগত সময়ত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে উমৈহতীয়াভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও সকীয়নি দিয়ে ছাত্ৰ সংগঠনৰ লগতে ৰাজনৈতিক দল দুটাই ।

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

উল্লেখযোগ্য যে ৰামছিং টেৰাং আৰু বিজয় টেৰণৰ সভাপতি মণ্ডলীৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎচন বে, প্ৰাক্তন কাৰ্যবাহী সদস্য ছিং টেৰণ, জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামছা, এএছডিচিৰ কেন্দ্ৰীয় সমিতিৰ নেতা ছাৰ ছিং ইংলেং, কাৰ্বি ছাত্ৰ সন্থা, চিচিইউ, মহিলা কংগ্ৰেছ, গোৰ্খা ছাত্ৰ সংগঠনকে আদি কৰি কে’বাটাও জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপৰিও সীমান্তৰ গণ্যমান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ৷

গণ সমাৱেশত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ে সীমাৰ সন্দৰ্ভত আলোচনা কৰা “দিয়া আৰু লোৱা” নীতিক দল আৰু জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দই এক মুখে ধিক্কাৰ প্ৰদান কৰাৰ লগতে তেজ দিম কিন্তু অসমৰ কাৰ্বি ভূমিৰ এক ইঞ্চি মাটিও মেঘালয়ক হস্তান্তৰ নকৰো বুলি হুংকাৰ দিয়ে এএছডিচি-কংগ্ৰেছে । লগতে সময় সাপেক্ষে দল দুটাই জংঘী আন্দোলনো গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASDCCongressJotson Bey
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d