Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Leaders of the Two Parties will arrive in Assam within a Week:লোকসভা নিৰ্বাচনৰ পূৰ্বে এসপ্তাহৰ ভিতৰত দুই দলৰ মুৰব্বী নেতাৰ আগমন অসমলৈ

বিজেপিক লক্ষ্য পূৰণৰ মন্ত্ৰ দিবলৈ ১০ জানুৱাৰীত আহিব নড্ডা, 'ভাৰত ন্যায় যাত্রা'ৰে ১৭ জানুৱাৰীৰ পৰা ৰাজ্যত ৰাহুল গান্ধী, বিজেপিৰ অসন্তুষ্ট নেতাক সন্তুষ্ট কৰিবলৈ সমিতি গঠন, বিৰোধী নেতাৰেও যোগাযোগ ৰাজ্যিক নেতৃবৰ্গৰ

publisher by publisher
January 3, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Leaders of the Two Parties will arrive in Assam within a Week:লোকসভা নিৰ্বাচনৰ পূৰ্বে এসপ্তাহৰ ভিতৰত দুই দলৰ মুৰব্বী নেতাৰ আগমন অসমলৈ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

Leaders of the Two Parties will arrive in Assam within a Week:

অসমত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ দেশৰ দুই প্রধান দলৰ মুৰব্বী তথা শীর্ষ নেতাই চলিত মাহতে ভ্রমণ কৰিব অসম। অহা ১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। আকৌ ১৭ জানুৱাৰীত ৰাজ্যত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ADVERTISEMENT

অসমৰ ১৪ টা সমষ্টিৰ ১২ টা মিত্র দলৰে মিলি দখলৰ লক্ষ্য লৈছে বিজেপিয়ে। আকৌ বিজেপিৰ বিৰুদ্ধে কংগ্রেছৰ নেতৃত্বত ঐক্যবদ্ধ বিৰোধীয়ে লক্ষ্য লৈছে অধিকৰ পৰা অধিক আসন দখলৰ। দলৰ এই লক্ষ্য পূৰণৰ বাবেই ৰাজ্যত উপস্থিত হ’ব দুই নেতা। অহা ১০ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ বর্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব। এই সভাত উপস্থিত থাকিব নড্ডা।

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপিৰ কাৰ্যতঃ এইখনেই শেষ কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব। এই সভাৰ মূল বিষয়বস্তু হ’ল নির্বাচনী ৰণকৌশলৰ ওপৰত আলোচনা কৰি তাক কার্যত ৰূপায়ণ কৰা। ৰাষ্ট্রীয় সভাপতি নড্ডা এইখন কার্যনির্বাহকত উপস্থিত থাকিব বিচৰাৰ কাৰণ হ’ল অসমত দলৰ সাংগঠনিক আৰু অন্যান্য কাম-কাজৰ পুংখানুপুংখ বিশ্লেষণ কৰা। তাৰ লগতে তেওঁ ৰাষ্ট্ৰীয় পর্যায়ত দলে গ্রহণ কৰা নির্বাচনী ৰণকৌশলৰ বিষয়েও ৰাজ্যিক নেতৃত্বক অৱগত কৰিব।

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘এইবাৰৰ লোকসভা নিৰ্বাচনক আমাৰ দলে ঐতিহাসিক নির্বাচন হিচাপে লৈছে। এই নিৰ্বাচনত আমাৰ দলে ইতিহাস ৰচাৰ লক্ষ্যও নির্ধাৰণ কৰিছে। তাৰ বাবে দলৰ প্ৰতিজন কৰ্মীয়ে নিজৰ নিজৰ দায়িত্ব পালনৰ বাবে নির্বাচনী ক্ষেত্রত জপিয়াই পৰিছে।

আমাৰ এই অভিযানক অধিক গতি দিবলৈ অহা ১০ জানুৱাৰীত আমাৰ ৰাষ্ট্ৰীয় সভাপতি আহিব। তেওঁৰ আগমন উপলক্ষে সেইদিনা অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কার্যনির্বাহক বৈঠকখন পৃথক ধৰণে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই বৈঠকখন অনুষ্ঠিত হ’ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে দলৰ কৰ্মকর্তাসকলক সেইদিনা নিৰ্বাচনৰ বাবে পথ নির্দেশনা দিব।

ইপিনে, কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্রা সম্পূর্ণ হোৱাৰ পাছত অহা ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ‘ভাৰত ন্যায় যাত্রা’।

ইম্ফলৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাৰ দল অহা ১৭ জানুৱাৰীত অসমত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দলৰ শীর্ষ নেতাৰ অংশগ্ৰহণৰে সেইদিনাৰ পৰাই কংগ্ৰেছে অসমত নিৰ্বাচনী প্ৰচাৰক বিশেষ গতি দিয়াৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে ইম্ফলৰ পৰা মুম্বাইলৈ হ’বলগীয়া ‘ভাৰত ন্যায় যাত্রা’ ৬৭ দিন চলিব। ৬,২০০ কিলোমিটাৰ জুৰি চলিবলগীয়া এই যাত্রা ৮৫ খন জিলাৰ মাজেৰে পাৰ হ’ব। অসমৰ কে’বাখনো জিলাক এই যাত্রাই সামৰি ল’ব। নগালেণ্ডৰ পৰা অসমত প্রবেশ কৰি যাত্রাকাৰীয়ে উত্তৰ অসমকো সামৰি ল’ব।

তাৰ পাছত ধুবুৰী হৈ পশ্চিমবংগত প্ৰৱেশ কৰিব। এই যাত্ৰাত ৰাহুল গান্ধীয়ে অসমত কিমানদিন বাহৰ পাতিব সেয়া চূড়ান্ত হোৱা নাই। অৱশ্যে প্রদেশ কংগ্ৰেছৰ নেতৃত্বই তেওঁ কমেও সাত দিন ৰাজ্যত থকাটো বিচাৰিছে। তেতিয়া ৰাহুল গান্ধীৰ জৰিয়তে নির্বাচনী প্রচাৰে আৰম্ভণিতে পূর্ণতা পোৱাৰ আশা পুহি ৰাখিছে ৰাজ্যিক নেতৃত্বই।

অৱশ্যে অহা পাঁচ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকতহে অসমত বাহৰ পতাৰ দিন চূড়ান্ত হ’ব। মুম্বাইত ২০ মাৰ্চত সামৰণি পৰিবলগীয়া এই যাত্রা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাগেই ইম্ফলত পতাকা জোকাৰি আৰম্ভ কৰিব।

ইপিনে, পুনৰ চৰকাৰ গঠনৰ বাবে বিজেপিয়ে সর্বশক্তিৰে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিলেও দলৰ মজিয়াতে প্রত্যাহ্বানৰো সম্মুখীন হৈছে। বিভিন্ন কাৰণত দলত বৃদ্ধি হৈছে অসন্তুষ্টিত ভোগা জ্যেষ্ঠ নেতাৰ সংখ্যা। বিশেষকৈ সদ্যসমাপ্ত পাঁচখন ৰাজ্য ৰ বিধানসভা নির্বাচনৰ পাছত এনে নেতাৰ সংখ্যা বৃদ্ধিয়ে দলৰ নেতৃত্বক উদ্বিগ্ন কৰি ৰাখিছে। তদুপৰি অন্যান্য কাৰণতো বহু নেতাই পূৰ্বৰে পৰা ৰাজহুৱাভাৱে অসন্তুষ্টি ব্যক্ত কৰি আহিছে। এনে অসন্তুষ্টিবোৰ নোহোৱা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে ৰাষ্ট্রীয় নেতৃত্বই। অসমতো এনে অসন্তুষ্ট বহু জ্যেষ্ঠ নেতা আছে।

অসন্তুষ্টি মাৰ নিয়াবলৈকে মঙলবাৰে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ এখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকতে সংশ্লিষ্ট নেতাসকলৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হয়। ইয়াৰ উপৰি আৰু এখন সমিতি গঠন কৰা হয় যিয়ে বিৰোধী দলৰ অসন্তুষ্ট নেতাৰ লগত যোগাযোগ স্থাপন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arrive in AssamJ. P. NaddaLeaders of the Two PartiesLok Sabha ElectionRahul GandhiWithin a Week
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d