Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

    তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Web Portal:বেৱ প’ৰ্টেলত চৰকাৰী স্বীকৃতি প্রাপ্ত সাংবাদিক জড়িত হ’ব নোৱাৰিব : জনসংযোগ বিষয়াৰ ঘোষণা

publisher by publisher
January 23, 2026
in Uncategorized
Reading Time: 1 min read
0
Web Portal:বেৱ প’ৰ্টেলত চৰকাৰী স্বীকৃতি প্রাপ্ত সাংবাদিক জড়িত হ’ব নোৱাৰিব : জনসংযোগ বিষয়াৰ ঘোষণা
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

Web Portal:

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ স্বীকৃতিপ্রাপ্ত সাংবাদিকসকলে এতিয়াৰে পৰা কোনো ৱেব প’র্টেল সংবাদ মাধ্যমৰ সৈতে জড়িত হ’ব নোৱাৰিব। যদিহে চৰকাৰী স্বীকৃতিপ্রাপ্ত কোনো সাংবাদিকে ‘বেৱ পৰ্টেল’ সংবাদ মাধ্যমত জড়িত থকাৰ প্ৰমাণ পোৱা যায়, তেন্তে সেই সাংবাদিক গৰাকীৰ চৰকাৰী স্বীকৃতি বাতিল হ’ব পাৰে। অর্থাৎ তথ্য আৰু জনসংযোগ বিভাগে তেওঁক প্ৰদান কৰা স্বীকৃতিপ্রাপ্ত সাংবাদিকৰ পৰিচয় পত্ৰখন বাতিল কৰা হ’ব।

ADVERTISEMENT

বৃহস্পতিবাৰে নগাঁও জিলা আযুক্ত কাৰ্যালয়ৰ সভাগৃহত নৱবৰ্ষ উপলক্ষে চৰকাৰী স্বীকৃতিপ্রাপ্ত সাংবাদিকসকললৈ প্ৰেৰণ কৰা মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ বিতৰণ অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া অৰুণাভ চৌধুৰীয়ে এইদৰে ঘোষণা কৰি কয় যে, অলপতে ৰাজ্য চৰকাৰৰ বিভাগীয় আয়ুক্ত সচিব আৰু ৰাজ্যিক জনসংযোগ বিভাগৰ সঞ্চালকৰ সৈতে হোৱা এক বৈঠকত জনসংযোগ বিভাগৰ স্বীকৃতিপ্রাপ্ত সাংবাদিকসকলে কোনো প’র্টেল সংবাদ মাধ্যমত জড়িত হ’ব নোৱাৰাৰ সিদ্ধান্ত লোৱা হৈছিল। স্বাভাৱিকতে এই ঘোষণাই একাংশ সাংবাদিকৰ মাজত মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে একাংশ সাংবাদিকক চিন্তিত কৰি তুলিছে। কাৰণ সাম্প্রতিক সময়ত ডিজিটেল তথা বৈদ্যুতিন মাধ্যমৰ জনপ্রিয়তা বৃদ্ধি পোৱাৰ লগে লগে ছপা মাধ্যমৰ প্রচলন বহুলাংশে হ্রাস পোৱাৰ সমান্তৰালকৈ সাংবাদিকসকলৰ গুৰুত্ব ক’ৰবাত ম্লান পৰা বিষয়টো সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। যাৰ ফলত ছপা মাধ্যমৰ একাংশ সাংবাদিকো ৱেব প’র্টেল সাংবাদিকতাত জৰিত হৈ নিজৰ স্বকীয়তা অক্ষুন্ন ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। আনকি, শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰায় প্ৰতিটো দৈনিক বাতৰি কাকত গোষ্ঠীয়ে নিজৰ নিজৰ ডিজিটেল সংস্কৰণৰ লগতে প’ৰ্টেল মুকলি কৰি নিয়মীয়াকৈ বাতৰি প্ৰকাশৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে বাতৰি কাকতসমূহৰ এই প’ৰ্টেলত স্থানীয় সাংবাদিকলেই বাতৰি পৰিৱেশন কৰে। যিসকলৰ ভিতৰত অধিকাংশৰেই জনসংযোগৰ বিভাগৰ পৰিচয়-পত্ৰ আছে। তেনেক্ষেত্রত এতিয়া সেই সকল সাংবাদিকেও নিজৰ নিজৰ কাকত গোষ্ঠীৰ ৱেব প’ৰ্টেলত সংবাদ সেৱা আগবঢ়োৱাত প্রতিবন্ধকতা আহি পৰিছে। এই সমগ্র বিষয় সন্দর্ভত লিখিত নীতি নির্দেশনা আহিলে, বিষয়টো পৰৱৰ্তী সময়ত অধিক স্পষ্ট হৈ পৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NagaonPublic Relations DepartmentWeb Portel
publisher

publisher

Related Posts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d