Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

List Of Possible Congress Candidate:বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

নগাঁৱত গৌৰৱ ইন ,প্ৰদ্যুৎ আউট, ডিব্ৰুগড়ত লুৰিণ, বৰপেটাত প্ৰদ্যুৎ

publisher by publisher
January 27, 2024
in India, Assam, News
Reading Time: 3 mins read
0
List Of Possible Congress Candidate:বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সম্ভাব্য প্ৰাৰ্থী তালিকা
1
SHARES
14
VIEWS
ShareShareShareShare

List Of Possible Congress Candidate:

কংগ্ৰেছৰ যুৱৰাজ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ৰ অন্ত পৰা পিছতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া মঞ্চৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৷ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ বিৰোধী জোঁটৰ সম্ভাব্য তালিকা প্ৰস্তুত কৰিছে ৷

ADVERTISEMENT

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১৩ টাকৈ দলৰ বিৰোধী দলৰ উমৈহতীয়া মঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা অনুসৰি তৃণমুল কংগ্ৰেছক দিয়া হৈছে দুখন ৷ ইয়াৰ বিপৰীতে আপ আৰু অসম জাতীয় পৰিষদক দিয়া হৈছে এখনকৈ আসন ৷

RelatedPosts

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

Ratul Kalita:ৰাজিৱ ভৱনত সেৱা জনাই কংগ্ৰেছ এৰিলে এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই

Asom Jatiya Parishad:দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছ-অজাপৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত !

আগন্তুক লোকসভাত নিৰ্বাচনত ডিব্ৰুগড় আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে। গুৱাহাটী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম আপৰ সমন্বয়ক ভৱেন চৌধুৰীয়ে।

আনহাতে যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম বিধান সভাৰ বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই। পূৰ্বৰ কলিয়াবৰ বৰ্তমান কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰজলিনা তিৰ্কিয়ে।

ইপিনে, বৰ্তমান কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে নতুনকৈ নামাকৰণ হোৱা সমষ্টি কাজিৰঙাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নগাঁও লোকসভা সমষ্টিত ৷

লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন সাংসদ ৰাণী নৰহে । অৱশ্যে সমষ্টিটোত নৰহে প্ৰতিদ্বন্দ্ব্বিতা নকৰিলে প্ৰতিদ্বন্দ্ব্বিতা কৰিব পাৰে উদয় শংকৰ হাজৰিকাই । কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ন- কংগ্ৰেছী প্ৰবীণ বড়োয়ে।

ইফালে, কাৰ্বি আংলং লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ জয়ৰাম ইংলেঙে।

উল্লেখ্য যে, নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰিৱৰ্তে বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷

মনকৰিবলগীয়া যে, আজমলৰ অভেদ্য দুৰ্গৰূপে পৰিচিত ধুবুৰীত প্ৰতিদ্বন্দ্ব্বিতা কৰিব কংগ্ৰেছৰ বিধানসভাত বিৰোধী উপ- দলপতি ৰকিবুল হুছেইনে।
কৰিমগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰূপে দুজনৰ নাম তালিকাভূক্ত হৈছে ৷ তেওঁলোক হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰী ৷ শিলচৰ আসন খন দিয়া হয় তৃণমূল কংগ্ৰেছক ৷

তেজপুৰ আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰিব টিএম চিৰ সভাপতি ৰিপুন বৰাই ৷ যদি এই সমষ্টিত ৰিপুণ বৰাই নিৰ্বাচন নেখেলে ৷ তেন্তে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ।

উল্লেখযোগ্য, বিৰোধীৰ উমৈহতীয়া কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাত আসন দিয়া নাই হোৱা নাই অখিল গগৈৰ ৰাইজৰ দল আৰু চিপিআই (এম)ক ৷

অথচ চিপিআই (এম)য়ে বৰপেটা আসন খনত প্ৰতিদ্বন্দ্ব্বিতাৰ বাবে কংগ্ৰেছৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল ৷ আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সম্ভাব্য প্ৰাৰ্থী তালিকা খনৰ সন্দৰ্ভত কোনো মন্তব্য আগবঢ়োৱা নাই যদিও ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছে সম্ভাব্য প্ৰাৰ্থী তালিকা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCList Of Possible Congress CandidateParliamant Election
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d