Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ME Madrassa Renamed As ME School:ৰাজ্যৰ ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয় নামেৰে নামাকৰণ

ধুবুৰীত সৰ্বাধিক ২৬৯,নগাঁৱত১৬৫,বৰপেটাত ১৫৮, ধর্মীয় পাঠদানৰ পৰিৱৰ্তে সাধাৰণ পাঠ্যপুথিৰে পাঠদান কৰা হ'ব, ২২ জিলাৰ মাদ্ৰাছাৰ পৰিচয় সলনি কৰি শিক্ষা বিভাগৰ নির্দেশনা

publisher by publisher
December 14, 2023
in Assam, India, News
Reading Time: 2 mins read
0
ME Madrassa Renamed As ME School:ৰাজ্যৰ ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয় নামেৰে নামাকৰণ
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

ME Madrassa Renamed As ME School:

মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দি ইয়াক সাধাৰণ চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কৰা ঘোষণা কাৰ্যকৰী কৰি আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ অহা ১,২৮১খন মাদ্ৰাছাক চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰৰ নিৰ্দেশ জাৰি কৰিছে।

ADVERTISEMENT

পূৰ্বে মাদ্রাছা শিক্ষা সঞ্চালকালয়ৰ অধীনত কেৱল ধর্মীয় শিক্ষা প্ৰদানৰ উদ্দেশ্যে চলি অহা প্রায় তিনি হেজাৰ পঞ্জীয়নভুক্ত বা পঞ্জীয়ন নকৰা মাদ্ৰাছা ৰাজ্যখনত আছিল। ৰাজ্য চৰকাৰে আজি এক নির্দেশযোগে চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাসমূহৰ ভিতৰত ২২খন জিলাত থকা সর্বমুঠ ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰিছে।

প্রাথমিক শিক্ষা বিভাগৰ সঞ্চালকৰ দ্বাৰা স্বাক্ষৰিত এই নির্দেশনাটোত সংশ্লিষ্ট ১,২৮১খন পূৰ্বৰ এম ই মাদ্ৰাছাক এম ই বিদ্যালয় নামেৰে নামাংকিত কৰি সংশ্লিষ্ট বিদ্যালয়সমূহৰ তালিকা প্রকাশ কৰিছে।

প্রকাশিত তালিকা অনুসৰি ধুবুৰী জিলাত সর্বাধিক সংখ্যক ২৬৯খন পূৰ্বৰ, এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়। উল্লেখ্য যে প্রাথমিক শিক্ষা সঞ্চালকে দিয়া এই নির্দেশনাত উল্লেখ কৰা হৈছে যে প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ উচ্চ প্রাথমিক বিদ্যালয় ‘এম ই মাদ্রাছা’সমূহ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ‘এম ই বিদ্যালয়’ ৰূপে পৰিচিত হ’ব।

এম ই মাদ্রাছাসমূহক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ প্ৰসংগত শিক্ষা বিভাগে এই কথাও স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰে পূৰ্বে সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত মাদ্রাছাক ধর্মীয় শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে একো একোখন বিদ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু এনে বিদ্যালয়সমূহক ছেবাৰ অধীনত সামৰি লোৱাৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল।

এই পৰিকল্পনাৰ অংশৰূপে ১,২৮১খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়। তালিকা অনুসৰি ধুবুৰীত সর্বাধিক ২৬৯খন এম ই মাদ্রাছাক এম ই বিদ্যালয়লৈ ৰূপান্তৰৰ বিপৰীতে নগারত দ্বিতীয় সর্বাধিক ১৬৫ খন, বৰপেটাত তৃতীয় সর্বাধিক ১৫৮খন এম ই মাদ্রাছাক ৰাজ্য চৰকাৰৰ অধীনস্থ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হয়।

ইফালে, বজালীত ১৩খন, বিশ্বনাথত এখন, বঙাইগাঁৱত ৬৩খন, কাছাৰত ৪৭খন, দৰঙত ৪২ খন, গোৱালপাৰাত ১৯৯খন, গোলাঘাটত দুখন, হাইলাকান্দিত ৮৬খন, হোজাইত ৩৫খন, যোৰহাটত এখন, কামৰূপ মহানগৰ জিলাত এখন আৰু কামৰূপ গ্রাম্য জিলাত ৫৭খন এম ই মাদ্রাছা বন্ধ কৰি দি এতিয়াৰ পৰা এনে মাদ্ৰাছাসমূহক শিক্ষা বিভাগৰ অধীনস্থ সাধাৰণ বিদ্যালয় ৰূপে স্বীকৃতি দিয়া হয়।

একেটা নির্দেশনাতে কৰিমগঞ্জ জিলাত ৪৫খন মাদ্ৰাছা, লখিমপুৰ জিলাত ১৮খন, মৰিগাঁৱত ৬৬খন, নলবাৰীত ২৯খন, শিৱসাগৰত দুখন, শোণিতপুৰত পাঁচখন আৰু দক্ষিণ শালমাৰা-মানকাচৰত ৭৫ খন এম ই মাদ্ৰাছা ভংগ কৰি দি এই মাদ্ৰাছাসমূহক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এম ই বিদ্যালয়ৰ স্বীকৃতি দিয়া হয়।

ইয়াৰ ফলত এতিয়াৰে পৰা এই মাদ্ৰাছাসমূহত পূৰ্বৰ দৰে ধৰ্মীয় বিষয়বস্তুৰ পাঠদানৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক আন চৰকাৰী প্ৰাথমিক – মজলীয়া বিদ্যালয় সমূহৰ দৰে স্বাভাৱিক পাঠ্যপুথিৰে কৰা হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtDirectorate of ELEMENTARY EducationME Madrassa RenamedME School
publisher

publisher

Related Posts

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Assam

Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

September 10, 2026
Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো
Assam

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d