Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

    ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi’s ‘Bharat Jodo Nyay Yatra’ Starts in Assam:আজিৰ পৰা অসমত আৰম্ভ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

নাগালেণ্ড পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ৰাহুলৰ যাত্ৰাই, মণিপুৰৰ পৰা আহি নগালেণ্ডত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্রা, ঘৃণাৰ হিন্দুস্তান নিবিচাৰো, মই মোেৰ ধৰ্মৰ পৰা লাভ উঠাব বিচৰা নাই

publisher by publisher
January 17, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Rahul Gandhi’s ‘Bharat Jodo Nyay Yatra’ Starts in Assam:আজিৰ পৰা অসমত আৰম্ভ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Rahul Gandhi’s ‘Bharat Jodo Nyay Yatra’ Starts in Assam:

যিয়ে সঁচাই ধর্মক মানে, তেওঁ ধৰ্মৰ লগত ব্যক্তিগত সম্পর্ক ৰাখে। তেওঁ নিজৰ জীৱনতহে ধৰ্মৰ প্ৰয়োগ কৰে; কিন্তু যিয়ে ধৰ্মৰ লগত ৰাজহুৱা সম্পৰ্ক ৰাখে, তেওঁ ধৰ্মৰ পৰা লাভ অর্জন কৰিব বিচাৰে।’

ADVERTISEMENT

ৰাম মন্দিৰৰ উদ্বোধনক লৈ অব্যাহত ব্যাপক প্ৰচাৰৰ সময়তে এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। তেওঁ পুনৰ কয়, ‘ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কাৰ্যসূচী আৰএছএছ, বিজেপিৰ নিৰ্বাচনী আৰু ৰাজনৈতিক কাৰ্যসূচীহে। সেয়েহে কংগ্রেছে এই কার্যসূচীত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছে।

তেওঁ কয়, ‘২২ জানুৱাৰীৰ কাৰ্যসূচীত কংগ্ৰেছে অংশগ্রহণ কৰাটো আমাৰ বাবে কঠিন কিয়নো সেয়া হ’ল মোদীৰ কাৰ্যসূচী। বিজেপিয়ে সকলো কার্যসূচী আৰু উন্নয়নমূলক কাম-কাজকে ধৰি ধর্মীয় কার্যসূচীতো কেবল নির্বাচনী ৰং বিয়পাই, দিয়ে।

আনকি হিন্দু ধর্মীয় নেতায়ো এতিয়া ২২ জানুৱাৰীৰ কার্যসূচীত ৰাজনীতি আৰু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ একাকাৰ কৰাৰ বাবে প্রশ্ন তুলিছে।’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে মঙলবাৰে আহি নগালেণ্ডত প্ৰৱেশ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক সংবাদমেলত ধৰ্মৰ পৰা তেওঁ লাভ উঠাব বিচৰা নাই বুলি মন্তব্য কৰি কয়, ‘মই মোৰ ধৰ্মৰ পৰা লাভ উঠাব বিচৰা নাই; কিন্তু মই মোৰ ধৰ্মৰ বিচাৰেৰে জীৱনটো কটাবলৈ চেষ্টা কৰিছো। মই ৰাইজক সম্মান কৰো, কোনোবাই কিবা ক’লে অহংকাৰ নেদেখুৱাই তেওঁৰ কথা শুনিবলৈ যত্ন কৰো, ধৰ্মৰ নামত ঘৃণা বিয়পাই নিদিওঁ। এয়াই মোৰ বাবে হিন্দু ধর্ম।

এই নীতিকে মোৰ জীৱনত পালন কৰো। কিন্তু ইয়াক মোৰ চোলাত। লগাই লোৱাৰ প্ৰয়োজন নাই। যিসকলে ধৰ্মৰ লগত ব্যক্তিগত জীৱনত ৰাখিব নিবিচাৰে তেওঁলোকে ধর্মক ছাৰ্টত পিন্ধাৰ প্রয়োজনবোধ কৰে।’

সংবাদমেলত কংগ্ৰেছৰ যুৱৰাজজনে তেওঁৰ প্ৰথমটো ভাৰত জোড়ো যাত্ৰাৰ প্ৰসংগ উনুকিয়াই কয় যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তেওঁৰ ভাবত জোড়ো যাত্ৰাৰ সময়ত সমগ্র দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। তেতিয়াই বহুতে কৈছিল দেশৰ পূব আৰু পশ্চিম প্রান্তত সংযোগ কৰি এটা যাত্রা হ’ব লাগে আৰু সেয়েহে সেয়া ভাৰত জোড়ো ন্যায় যাত্রা।

এই ন্যায় সামাজিক ন্যায়, আর্থিক ন্যায় আৰু ৰাজনৈতিক ন্যায়। মণিপুৰত মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলো কাৰণ মণিপুৰৰ প্ৰতি ব্যাপক অন্যায় হৈছে। হিন্দুস্তানৰ ইতিহাসত এনেদৰে প্ৰথমবাৰলৈ মাহৰ পাছত মাহ ধৰি হিংসা চলিছে।

বহু লোকৰ প্রাণহানি ঘটিছে, বহুতো ধন-সম্পদ বিনষ্ট হৈছে। কিন্তু প্রধানমন্ত্রী আৰু বিজেপি নেতৃত্ব মণিপুৰলৈ নগ’ল। অন্ততঃ প্রধানমন্ত্রীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ প্ৰয়োজন আছিল। মণিপুৰ ভ্ৰমণ সামৰি আমি নগালেণ্ডত প্ৰৱেশ কৰিছো। প্রধানমন্ত্রীয়ে নগালেণ্ডৰ ক্ষেত্ৰতো ব্যাপক অন্যায় কৰিছে। নগাসকলৰ স’তে চুক্তি স্বাক্ষৰ কৰি দিয়া বিভিন্ন প্রতিশ্রুতি আজি পালন নকৰিলে প্রধানমন্ত্রীয়ে। এয়াই অন্যায়।’

কংগ্রেছসহ বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্মিলিত মঞ্চ ইণ্ডিয়াৰ এয়া এক ৰাজনৈতিক যাত্রা নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাজনে কয় যে দেশৰ ৰাজনীতিত ইণ্ডিয়া মর্চাই এক সবল স্থিতিত আৰোহণ কৰিছে। কিন্তু ভাৰত জোড়ো ন্যায় যাত্রা হ’ল এক আদর্শগত যাত্রাহে।

তেওঁ কয় যে নিৰ্বাচনৰ সময়ত তেওঁ নির্বাচনী প্রচাৰত অংশ ল’ব কিন্তু বর্তমান এয়া হ’ল এক বিচাৰধাৰাৰ যাত্রা। ইণ্ডিয়া মর্চাই নির্বাচনত সঠিকভাবে যুঁজ দি বিজয়ী হ’ব বুলি মন্তব্য কৰি কংগ্রেছ নেতাজনে কয় যে ইণ্ডিয়া মৰ্চাৰ অংশীদাৰ দলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ত আলোচনা পূর্ণ গতিত চলি আছে আৰু সঠিক সময়ত মিত্রদলসমূহৰ মাজত নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে উমৈহতীয়া ৰণকৌশল চূড়ান্ত হ’ব।

তেওঁ পুনৰ কয়, ‘আমি এখন খণ্ডিত ভাৰত নিবিচাৰো। আমি ঐক্যবদ্ধ ভাৰত বিচাৰো য’ত ঘৃণা নাথাকে। দলিত, অনুসূচিত জাতি, অবিচি আদি সকলো শ্ৰেণীৰ লোকেই যাতে অৱমাননাৰ বলি নহয়।’ বিজেপিয়ে হিংসা-ঘৃণাৰ ৰাজনীতি কৰে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাজনে কয়, ‘আমি ঘৃণাভৰা হিন্দুস্তান নিবিচাৰো, শান্তিৰ বাতাবৰণ বিচাৰো। বিজেপিৰ ঘৃণাভৰা হিংসাৰ যি মডেল তাত অন্যায়ৰ মডেলো আছে। দুই-তিনিজন উদ্যোগপতিক দেশৰ সমূহ ধন আদায় দিয়া হয়।

ইয়াৰ বিপৰীতে পিছপৰা শ্ৰেণীৰ লোকসকলে উন্নয়নৰ ধাৰাৰ পৰা বঞ্চিত হয়। দেশত যি ধৰণৰ অন্যায় হৈ আছে সেই অন্যায়ৰ লগত ঘৃণাৰ সম্পৰ্ক আছে। যাৰ ফলত বিজেপিৰ কাৰ্যকালত অন্যায় আৰু হিংসা দিনকদিনে বৃদ্ধি পাই আছে।’

উল্লেখ্য যে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ দিনা ৰাহুল গান্ধীৰ কাৰ্যসূচী কি হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এটা নির্দিষ্ট পথ নিৰ্ণয় কৰা হৈছে, সেই পথৰে আমি অগ্ৰসৰ হ’ম। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অসমত থাকিম আৰু উক্ত দিনাও যাত্রা অব্যাহত থাকিব।’

উল্লেখ্য যে দেশৰ ১৫ খন ৰাজ্যৰ এশটা লোকসভা সমষ্টিক সামৰি আৰম্ভ হোৱা ৬,৭০০ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে মঙলবাৰে নগালেণ্ডত প্ৰৱেশৰ পাছত কংগ্ৰেছ নেতাজনে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ স’তে এক আলোচনাত মিলিত হয়। এই সাক্ষাৎকাৰত নাগা হো হোৰ প্রতিনিধি দল এটাও ৰাহুল গান্ধীৰে আলোচনাত বহি বিভিন্ন বিষয় সামৰি আলোচনা কৰে ৷ আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতাজনে নগা যুৱক- যুৱতীৰে মতবিনিময় কৰি সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ নিশাটো ৱাখাত কটাই আজি অসম অভিমুখে ৰাওনা হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী ৷

নাগালেণ্ড পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰাই। আমগুৰিৰ পৰা মৰিয়নি, যোৰহাট হৈ ১৯ জানুৱাৰীত ৰাহুল গান্ধীৰ এই যাত্ৰাই প্ৰৱেশ কৰিব সত্ৰ নগৰী মাজুলীত ৷ নিশাটো মাজুলীত কটাই ২০ জানুৱাৰীত ধেমাজীৰ ঢকুৱাখনা হৈ গোগামুখত নৈশযাপন কৰিব কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ইতিমধ্যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে সাজু হৈছে । মাজুলীত বাহৰ পাতিছে এপিচিচিৰ এটা দল ৷নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীক মাজুলীৰ সত্ৰ পৰিদৰ্শন আৰু সত্ৰাধিকাৰৰে মতবিনিময় কৰাৰ বাবে আগতিয়াকৈ সত্ৰাধিকাৰ সকলৰ স’তে সাক্ষাতৰ সময় লৈ থৈছে ।

ৰাহুলৰ ন্যায় যাত্ৰাক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘মাজুলীলৈ চৰকাৰে ফেৰী নিদিলে, নাৱেৰে যাব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ জনসভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে চৰকাৰে। মহিলাসকলক বিভিন্ন আঁচনিৰ লোভ দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। ।

মনকৰিবলগীয়া যে, কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে অসমত ১৭দিনকৈ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখি ২৫ জানুৱাৰীত বঙাইগাঁৱৰ পৰা ধুবুৰী-বক্সিহাটহৈ চুবুৰীয়া পশ্চিম বংগত প্ৰৱেশ কৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharat Jodo Nyay YatraCongressRahul Gandhi
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d