SCERT SCAM:SCERT কেলেংকাৰিত অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন

sewali

SCERT SCAM:

বহুচৰ্চিত SCERT ১০৫ টকা কোটি কেলেংকাৰিত অভিযুক্ত নিলম্বিত আএএছ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰে ।

উল্লেখ্য যে, আয় বহিঃৰ্ভূতভাৱে সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নিলম্বিত আএএছ বিষয়া শেৱালী দেৱী শৰ্মা ৷ বৰ্তমান শেৱালী দেৱী শৰ্মা আছে কাৰাগাৰত ৷

Exit mobile version