Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AHSEC Will Provide Photo-Signatures Of Higher Secondary Candidates:উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ ফটো-স্বাক্ষৰ যোগান ধৰিব সংসদে

publisher by publisher
February 5, 2024
in India, Assam, News
Reading Time: 2 mins read
0
AHSEC Will Provide Photo-Signatures Of Higher Secondary Candidates:উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ ফটো-স্বাক্ষৰ যোগান ধৰিব সংসদে
2
SHARES
16
VIEWS
ShareShareShareShare

AHSEC Will Provide Photo-Signatures Of Higher Secondary Candidates:

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা নীতি-নির্দেশনা বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

ADVERTISEMENT

এই নীতি-নির্দেশনাত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব লাগিব তাৰ উল্লেখ কৰা হৈছে। এইবোৰৰ ভিতৰত প্ৰকৃত পৰীক্ষাৰ্থীৰ অন্যতম গুৰুত্বপূর্ণ বিবেচিত হৈছে। নির্দেশনাবলীৰ ভিতৰত এটা হ’ল পৰীক্ষাৰ্থীৰ ফটো সম্বলিত এটেন্ডেন্স শ্বিট, পৰীক্ষার্থীৰ স্বাক্ষৰ পৰীক্ষা কেন্দ্রলৈ প্রেৰণ। পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্রাপ্ত বিষয়ালৈ শিক্ষা সংসদে এই নথি প্রেৰণৰ মূল কাৰণ হ’ল ভুৱা পৰীক্ষার্থী চিনাক্তকৰণ।

RelatedPosts

Examination Date Announced:অহাবৰ্ষৰ ১০ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

Tamulpur Incident:উচ্চতৰ মাধ্যমিকৰ কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰ

HS Result Announced:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

শিক্ষা সংসদৰ সূত্ৰত প্রকাশ যে প্রকৃত পৰীক্ষাৰ্থী গৰাকীৰ হৈ আনে পৰীক্ষাত বহাৰ অভিযোগ সংসদে লাভ কৰি আহিছে। ভুৱা পৰীক্ষার্থী ধৰাও পৰিছে।

ইপিনে, আন বিভিন্ন পৰীক্ষাতো প্রকৃত পৰীক্ষাৰ্থীৰ বিপৰীতে আনে পৰীক্ষা দিয়াৰ ঘটনা সঘনে সংঘটিত হৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটো সম্বলিত নথি শিক্ষা সংসদে পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ আগতীয়াকৈ প্রেৰণ কৰিব।

এই সন্দৰ্ভত শিক্ষা সংসদৰ শীর্ষ সূত্রই কয় যে পর্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্রহণ সত্ত্বেও ভুৱা পৰীক্ষার্থী পৰীক্ষাত বহাৰ অভিযোগ প্রায়ে লাভ কৰা হয়। পৰীক্ষা ব্যৱস্থাত সুৰুঙা উলিয়াই এনে কাণ্ড সংঘটিত কৰাৰ থল থাকে।

বিশেষকৈ ভিতৰুৱা কোনো কোনো অঞ্চলৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠে। অভিযোগৰ ভিত্তিত পৰীক্ষাৰ দায়িত্বত থকাসকলক সোধা উত্তৰ পোৱাৰ সম্ভাৱনা একেবাৰে কম।

সেইবাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থাটোত নতুনকৈ কেতবোৰ নিয়ম সংযোজন কৰা হৈছে ৷ বিশেষকৈ পৰীক্ষার্থীৰ নামৰ বিপৰীতে ফটো আৰু চহী শিক্ষা সংসদৰ কার্য কিছু বাঢ়িব যদিও, শুদ্ধতা পোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি হ’ব।

ইয়াৰ উপৰিও পৰীক্ষাক লৈ আন কে’বাটাও পদক্ষেপ শিক্ষা সংসদে গ্ৰহণ কৰিছে । সেই অনুসৰি এডমিট কার্ড দেখুৱাইহে পৰীক্ষার্থীয়ে পৰীক্ষা কেন্দ্রত প্রবেশ কৰিব পাৰিব। অথবা কেন্দ্রটোৰ ভাৰপ্রাপ্ত বিষয়াৰ কোনো চিনাকি ব্যক্তিয়ে পৰীক্ষার্থী গৰাকীক চিনাক্ত কৰিব লাগিব।

ইপিনে, ব্যক্তিগত খণ্ডৰ তথা প্রাইভেট শিক্ষানুষ্ঠানৰ পৰীক্ষার্থীকো ভাৰপ্রাপ্ত বিষয়াৰ চিনাকি কোনো দায়বদ্ধ লোকে চিনাক্ত কৰি দিবই লাগিব। ইপিনে, পৰীক্ষাৰ নিৰাপত্তাৰ দিশটো অধিক কঠোৰ কৰিবলৈও আৰক্ষীক আহ্বান জনোৱ হৈছে।

উল্লেখ্য যে এই পৰীক্ষাৰ নামত একাংশ পৰীক্ষার্থীয়ে ব্যাপক হাৰত আইন উলংঘা কৰি আহিছে। আৰক্ষী- অর্ধসামৰিক বাহিনীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ দেখুবাই নকল যোগানকে ধৰি বিভিন্ন অনিয়ম সংঘটিত কৰে।

সেয়া ৰোধ কৰাটো এই পৰীক্ষা ব্যৱস্থাৰ হ’ল এক বৃহৎ প্রত্যাহান। ইয়াৰ বাবেই পৰীক্ষা কেন্দ্রত থকা স্থায়ী ব্যৱস্থাৰ বিপৰীতে অস্থায়ীভাবে পৃথক অনামায় বাৱস্থা গঢ়ি তোলাটো বাধ্যতামূলক কৰা হৈছে।

অস্থায়ী এই ব্যৱস্থা আকৌ সম্পূর্ণ ঢাকিও সাজিব নোৱাৰিব। এইবোৰৰ মাজতে পৰীক্ষার্থীৰ পয়োভৰ হ’ল এক অতি জটিল প্রত্যাহ্বান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AHSECHigher Secondary CandidatesHSSLC ExaminationProvide Photo-Signature
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d