Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Senior BJP MLA To Retire From Politics:ৰাজনীতিৰ পৰা সন্নাস ল’ব বিজেপিৰ জ্যেষ্ঠ বিধায়কে !

ৰঙালী বিহুৰ পূৰ্বে এৰিব ৰাজনীতি

publisher by publisher
February 6, 2024
in News, Assam, India
Reading Time: 1 min read
0
Senior BJP MLA To Retire From Politics:ৰাজনীতিৰ পৰা সন্নাস ল’ব বিজেপিৰ জ্যেষ্ঠ বিধায়কে !
2
SHARES
21
VIEWS
ShareShareShareShare

Senior BJP MLA To Retire From Politics:

অসমৰ ৰাজনীতিত ৰঙালী বিহুৰ পূৰ্বে অসমৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিক তথা শাসকীয় দলৰ এজন জ্যেষ্ঠ বিধায়কে ৰাজনীতিৰ পৰা ল’ব সন্নাস ৷

ADVERTISEMENT

ৰঙালী বিহুৰ পূৰ্বে ৰাজনীতিৰ পৰা ল’ব বিদায় ৷ অসম বিধান সভাৰ চলিত বাজেট অধিবেশনৰ সময়তে যোৰহাট সমষ্টিৰ বিজেপিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজনৈতিক ক্ষেত্ৰ খনৰ পৰা সন্নাস লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

RelatedPosts

অৱশেষত যোৰহাটত সন্ধান ওলাল ‘সাধাৰণ ঘৰৰ সন্তান’ৰ

মঙলবাৰে এই বৃহৎ সিদ্ধান্তৰ কথা সদৰি কৰি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ,প্ৰাক্তন মন্ত্ৰী হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয়,আগন্তুক লোকসভা সহ ২০২৬ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা নকৰে ৷নতুন প্ৰজন্মৰ ৰাজনীতিকক বাট এৰি দিয়াৰ বাবেই এই ৰাজনৈতিক সিদ্ধান্ত লয় জ্যেষ্ঠ বিজেপি বিধায়ক গৰাকীয়ে ৷

অসম বিধানসভাৰ পাঁচবাৰৰ বিধায়ক গৰাকীয়ে আনকি এই কথাও স্পষ্ট কৰে যে,ৰঙালী বিহুৰ পূৰ্বেই সন্নাস লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৷

আনহাতে যোৰহাট সমষ্টিটোত হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত নিৰ্বাচনী যুঁজত বিগত বহু কেইটা নিৰ্বাচনত পৰাভূত হোৱা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীক হিতেন্দ্ৰ নাথ গোস্বামীয়ে জনাই শুভেচ্ছা ৷

উল্লেখ্য যে,অসম আন্দোলনৰ অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত অগপ চৰকাৰৰ মন্ত্ৰী হিচাপে নিজৰ ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰি ১৯৯১, ১৯৯৬, ২০০১ ত যোৰহাটৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল ৷

অৱশ্যে পৰৱৰ্তী সময়ত অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰি ২০১৬ আৰু ২০২১ চনত যোৰহাট সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় ৷ ২০১৬ ত তেওঁ আছিল অসম বিধান সভাৰ অধ্যক্ষ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hitendra Nath GoswamiRetire From PoliticsSenior BJP MLA
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d