Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kamalakhya Dey Purkayastha:কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে: কমলাক্ষ দে’ পুৰকায়স্থ

publisher by publisher
February 22, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Kamalakhya Dey Purkayastha:কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে: কমলাক্ষ দে’ পুৰকায়স্থ
2
SHARES
18
VIEWS
ShareShareShareShare

Kamalakhya Dey Purkayastha:

বিৰোধী কংগ্ৰেছত থাকিও চৰকাৰক সমর্থন জনাব বুলি ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে বিধানসভাত প্রবেশ কৰে কমলাক্ষ্য দে পুৰকায়স্থ। বিধায়কজনক এই পর্যন্ত কংগ্রেছে কেৱল কৈফিয়ৎ তলবহে কৰিছে।

ADVERTISEMENT

গতিকে চৰকাৰক সমর্থন জনালেও পুৰকায়স্থই আজি বিধানসভাৰ নিজৰ আসনতে বহে। তেওঁৰ আসন হ’ল কংগ্ৰেছৰ বিধায়কসকলৰ দ্বিতীয় শাৰীত। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু জ্যেষ্ঠ বিধায়ক ভৰত নৰহৰ পাছতে পুৰকায়স্থৰ আসন। উল্লেখ্য যে,বুধবাৰে সদনত উপস্থিত নাছিল বিধায়ক বসন্ত দাস ৷ কিন্ত বৃহস্পতিবাৰে পূৰ্বৰ আসনে বহে দাসে ৷

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

আজি ঘটনাক্ৰমে দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসে তেওঁলোকৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিবৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনায় ৷

আনহাতে দুই কংগ্ৰেছী বিধায়কে মুকলিকৈ মুখ্যমন্ত্ৰীক সমৰ্থন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে খড়গগ্ৰস্ত হৈ পৰে এপিচিচি ৷ দুই এদিনৰ ভিতৰতে কংগ্ৰেছী বিধায়নী দলে দুই বিধায়কৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে দুই নিলম্বিত কংগ্ৰেছী বিধায়ক ক্ৰমে শশীকান্ত দাস আৰু শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক কংগ্ৰেছ বিধায়নী দলৰ পৰা পত্ৰ দিয়া হৈছিল যদিও সুদীৰ্ঘ সময় কোনো ব্যৱস্থা নোহোৱাকৈ বিষয়টো ওলমি থাকিল ৷ আজিও দুই বিধায়ক কংগ্ৰেছৰ পক্ষত নাই বৰং কংগ্ৰেছ বিৰোধী মন্তব্য দি আহিছে সময়ে সময়ে ৷

আনহাতে আজি বিধানসভা চৌহদত পুনৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে কমলাক্ষ দে’ পুৰকায়স্থ ৷ তেওঁ কয়, কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে ৷

এটা লবীৰ নেতৃত্ব বহন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ তেওঁৰ লবীত প্ৰায়সংখ্যক সংখ্যালঘু বিধায়ক আছে ৷ তেওঁলোক হ’ল নুৰুল হুদা, আলমৰ দৰে বিধায়ক সকল ৷

আনহাতে কংগ্ৰেছী বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সন্দৰ্ভত তাংপৰ্যপূৰ্ণ মন্তব্য কৰি পুৰকায়স্থ কয়,দেৱব্ৰত শইকীয়ালৈ মোৰ বেয়াই লাগে, তেওঁৰ কথা কোননোৱে নুশুনে ৷ অৱশ্যে মই থাকোঁতে অলপ মাত মাতিছিলো, এতিয়া কোনেও নামাতে ৷

কংগ্ৰেছ বিধায়িনী দলে তেওঁৰ বিধায়ক পদ খাৰিজৰ বাবে সাজু হৈছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কমলাক্ষ দে’ পুৰকায়স্থ উস্মাৰে কয়, বিধায়ক পদ খাৰিজ হ’লে আকৌ নিৰ্বাচন খেলিম আৰু বিপুল ভোটত জয়ী হ’ম ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CongressKamalakhya Dey PurkayasthaMLA
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d