Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc:উলম্ব বিভাজন প্ৰদেশ কংগ্ৰেছ !

বিজেপি- অগপ গমনৰ বাবে সাজু কে'বাজনো বিধায়ক, ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত মুকলি সংঘাত, দুটা ফৈদত বিভক্ত হ'ল সংখ্যালঘু বিধায়ক, এইবাৰ দুগৰাকী সাংসদ আৰু এগৰাকী বিধায়কৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ সাজু হাইকমাণ্ডে

publisher by publisher
February 20, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Apcc:উলম্ব বিভাজন প্ৰদেশ কংগ্ৰেছ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Apcc:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত ইতিমধ্যে ৰাজ্যত শাসনাধিষ্ঠ বিজেপি সহ মিত্ৰজোঁটে ব্যাপক তৎপৰতা অব্যাহত থকাৰ বিপৰীতে বিৰোধী প্ৰদেশ কংগ্ৰেছ টিকট কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

ADVERTISEMENT

আনকি প্ৰদেশ কংগ্ৰেছত বহুলবী কেন্দ্ৰীক সংঘাত অব্যাহত থকাত দলটোত আভান্তৰিন কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলস্বৰূপে ইতিমধ্যে দুজনকৈ বিধায়ক বিজেপিৰ বৰঘৰত অৱস্থান কৰিছে ৷ একেদৰে এজন সংখ্যালঘু বিধায়কে মুকলিকৈ অগপক আওপকীয়াকৈ সমৰ্থন জনোৱাৰ পাছতে দলটো নিয়ন্ত্ৰণহীন হৈ পৰাটো পৰিস্ফুট হৈ পৰে ৷ কংগ্ৰেছ দলৰ ভিতৰছোৱাত চলি থকা অজৰাকতাত বাৰুকৈ দলটো যেন বিধ্বস্ত হৈছে।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ ধুবুৰীত প্ৰাৰ্থীত্বক লৈ কংগ্ৰেছৰ মাজত একপ্ৰকাৰ বিসম্বাদৰ উকমুকনিয়ে চৰম ৰূপ লয় ৷ বৰপেটাৰ সাংসদ আব্দুল খালেক সহ আন কে’বাজনো সংখ্যালঘু বিধায়কে ৰকিবুল হুছেইনৰ ধুবুৰীত প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি ধুবুৰীত স্থানীয় লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে।

এই সন্দৰ্ভত খালেকে কয়, ‘ৰকিবুল হুছেইনে নগাঁৱৰ পৰাহে টিকট বিচাৰিছে, ধুবুৰীত নাই বিচৰা। আনহাতে মোৰ সমষ্টি বৰপেটা ইতিমধ্যে তিনিভাগত বিভক্ত হৈছে৷এনেক্ষেত্ৰত শেষ সিদ্ধান্ত দলে ল’ব ৷ ধুবুৰীত এইবাৰ আজমলক ৰাইজে কোনোপধ্যেই বিচৰা নাই, এনেক্ষেত্ৰত দলে স্থানীয় প্ৰাৰ্থী এগৰাকীক প্ৰক্ষেপ কৰাটো অতি জৰুৰী ৷

আনহাতে খালেকে আৰু কয় যে এপিচিচিত একাংশ কংগ্ৰেছীয়ে তেওঁ নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ স’তে একাপ চাহ খোৱাক লৈ বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে । মই এই সম্পৰ্কত কি দলক কি কৈফিয়ৎ দিব লাগিব নেকি প্ৰশ্ন কৰে ।

বৰপেটাৰ সাংসদগৰাকীয়ে দলীয় অন্তকলহ সন্দৰ্ভত কয় যে, ৰাজ্যিক নেতৃত্বই সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিব লাগিব। পৰুৱা এটা গ’লেও কংগ্ৰেছৰ ক্ষতি হয়। এনে প্ৰেক্ষাপটত সকলোকে লৈ ঐক্যবদ্ধ শক্তিৰে ৰণত অৱতীৰ্ণ হ’লেহে ৰণ জিকিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে, দলৰ কোনোৱা মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ হ’লেই অন্তত পৰিৱৰ্তিত পৰিস্থিতিত খালেক কোনো কালেই মুখ্যমন্ত্ৰীৰ মানুহ হ’ব নোৱাৰে ৷

ইফালে,ৰকিবুল হুচেইনক ধুবুৰীৰ প্ৰাৰ্থীত্ব দিয়াত তীব্ৰ বিৰোধীতা কৰিছে আব্দুল ৰচিদ মণ্ডলে৷ মণ্ডলৰ মত স্থানীয় ভাষা জনা আৰু ৰাইজে সহজে লগ ধৰিব পৰাকৈ স্থানীয় লোককহে টিকট দিব লাগে ৷ এই বিষয়ে অখিল ভাৰত কংগ্ৰেছ কমিটিক তেওঁ লিখিত ৰূপত অৱগত কৰিছে বুলি উল্লেখ কৰে ৷

ইপিনে, আব্দুল ৰচিদ মণ্ডলৰ দৰে ৰফিকুল ইছলামেও ৰকিবুল হুচেইনৰ টিকটৰ তীব্ৰ বিৰোধী কৰি কয়,ৰকিবুল হুছেইনে ধুবুৰীত প্ৰাৰ্থীত্ব পালে একপ্ৰকাৰ আজমলক ৱাকঅভাৰ দিয়াৰ দৰে হ’ব ৷ কে’বা সহস্ৰাধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বদৰুদ্দিন আজমল । এইদৰেই এতিয়া ধুবুৰীত ৰকিবুল হুছেইনৰ টিকটৰ লৈ নামনিৰ বহু কেইজন সংখ্যালঘু বিধায়ক ক্ষুন্ন হৈ পৰিছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিদ্ৰোহ দলটোৰ বাবে এক বৃহৎ সমস্যা সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে ।

এক বিশ্বস্ত সুত্ৰই সদৰি কৰা মতে,ৰকিবুল হুছেইনক ধুবুৰীত দলীয় টিকট দিলে কে’বাজনো সংখ্যালঘু বিধায়ক এ আই ইউডি এউফত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে নগাঁৱতো জিলা কংগ্ৰেছত নগাঁও সংসদীয় আসনৰ টিকটক লৈ উলম্ব বিভাজন হৈছে ৷ ৰকিবুল হুছেইনৰ মন্ত্ৰণাক্ৰমে ৰাজ্যিক কংগ্ৰেছে নগাঁৱত গৌৰৱ গগৈক প্ৰক্ষেপ কৰি বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আউট কৰিবলৈ উঠিপৰি লাগিছে ৷
এনে পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা এনএছ ইউআইয়ে মুকলিকৈ নগাঁৱত প্ৰদ্যুত বৰদলৈক আৰু যোৰহাটত গৌৰৱ গগৈক টিকট দিয়াৰ দাবী জনাই ।

শেহতীয়া খবৰ অনুসৰি,বিদ্ৰোহী কংগ্ৰেছী নেতাক কঠোৰ সকীয়নি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ৷ দলবিৰোধী মন্তব্য কৰা সকললৈ শেষ সৰ্তকবাণী দিলে বৰাই ৷ দলৰ ক্ষতি হোৱা মন্তব্য দিলে কংগ্ৰেছ হাইকামাণ্ডে ল’ব চৰম সিদ্ধান্ত ৷ সাংসদদ্বয় আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে হাইকামাণ্ডে চৰম সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ৷ একেদৰে বিধায়ক আব্দুল ৰছিদ মণ্ডলকো হাইকামাণ্ডে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে ভূপেন বৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCConflictCongress TicketDhubri Loksabha SeatLoksabha Election 2024
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d