Home India Union Home Ministry Has Issued a Notification On Three New Bills:দেশৰ তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধিসূচনা জাৰি ১ জুলাই পৰা কাৰ্যকৰী হ'ব নতুন বিল কেইখন By publisher 2 years Ago ShareShareShareShare Union Home Ministry Has Issued a Notification On Three New Bills: অৱশেষত দেশত তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা ৷ ভাৰত গেজেটত জাৰি কৰা অধিসূচনা অনুসৰি এক জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩ ,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ আইন কেইখন দেশত কাৰ্যকৰী হ’ব ৷ উল্লেখ্য যে, সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত গৃহমন্ত্ৰী অমিত শ্বাহে উল্লিখিত বিল কেইখন সংসদত উদ্থাপন কৰিছিল আৰু সংসদত গৃহীত হৈছিল বিল তিনিখন। Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, News Tags: Issued NotificationThree New BillsUnion Home Ministry Related Content ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ By publisher April 27, 2026 হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল By publisher April 27, 2026 ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা By publisher April 27, 2026 গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড ! By publisher April 27, 2026 ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন By publisher April 27, 2026 পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি By publisher April 27, 2026