Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Doctor At Delhi Hospital Recover39 Coins,37 Magnets From  Patients Intestings:মানসিকভাৱে দুৰ্বল যুৱকৰ পেটৰ পৰা ওলাল ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বকৰ টুকুৰা

অস্ত্ৰোপচাৰৰ জৰিয়তে উলিওৱা হ'ল ১টকীয়া, ২টকীয়া আৰু ৫টকীয়া মুদ্ৰা আৰু বিভিন্ন আকৃতিৰ চুম্বকৰ টুকুৰা, যথেষ্ট পৰিমানে জিংক থাকে বাবেই খাদ্য হিচাপে গ্ৰহণ কৰে যুৱকজনে,শুনি হতভম্ব চিকিৎসক

publisher by publisher
February 27, 2024
in News, India
Reading Time: 2 mins read
0
Doctor At Delhi Hospital Recover39 Coins,37 Magnets From  Patients Intestings:মানসিকভাৱে দুৰ্বল যুৱকৰ পেটৰ পৰা ওলাল ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বকৰ টুকুৰা
2
SHARES
16
VIEWS
ShareShareShareShare

Doctor At Delhi Hospital Recover39 Coins,37 Magnets From  Patients Intestings:

চিকিৎসাৰ বাবে কাষ চাপিল চিকিৎসক ৷ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হতভম্ব হৈ পৰিল চিকিৎসক ৷ কিয়নো যুৱকজনৰ পেটত আছে ধাতৱ জাতীয় বহু সামগ্ৰী ৷

ADVERTISEMENT

পিছত অস্ত্ৰোপচাৰ কৰি যুৱকজনৰ পেটৰ পৰা ৩৯ টা মুদ্ৰা উলিয়াবলৈ সক্ষম হয় চিকিৎসকে ৷ একেদৰে যুৱকজনৰ পৰা আৰু ওলাল বিভিন্ন আকৃতিৰ প্ৰায় ৩৭টা চুম্বক ৷

RelatedPosts

No Content Available

delhi 1এই আচম্বিত ঘটনা সংঘটিত হয় দিল্লীত ৷ উল্লেখ্য যে,পেটৰ তীব্ৰ বিষ আৰু অত্যাধিক বমি হোৱাৰ বাবে এজন যুৱকক তে পৰিয়ালৰ লোকে শ্ৰীগংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰে ৷বিগত ২০টা দিন ধৰি পেটৰ বিষৰ বাবে সাময়িকভাবে খাদ্যৰ খোৱাৰ বন্ধ কৰি দিছিল ৷ আনকি পেটৰ বিষৰ লগতে বমি হৈছিল ৷

আনহাতে চিকিৎসকৰ ওচৰত চিকিৎসাৰ বাবে নিওঁতে চিকিৎসকক পৰিয়ালৰ লোকে অৱগত কৰে যে কেই সপ্তাহ মানৱ পৰা যুৱকজনে সংগোপনে মুদ্ৰা আৰু চুম্বক জাতীয় ধাতৱ লো ভক্ষণ কৰিছিল ৷

ইয়াৰ পাছতে সংশ্লিষ্ট চিকিৎসকে যুৱজনৰ পেটৰ চিটি স্কেন কৰি নিশ্চিত হয় যে পেটত মুদ্ৰা আৰু চুম্বকৰ উপস্থিতি থকাৰ কথা ৷

ইয়াৰ পাছতে চিকিৎসকে ততাতৈয়াকৈ যুৱকজনৰ পেটৰ অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা উদ্ধাৰ কৰে এটকীয়া,দুটকীয়া আৰু পাঁচটকীয়া অসংখ্য মুদ্ৰা ৷ ইয়াৰোপৰি উদ্ধাৰ কৰে বিভিন্ন আকৃতিৰ চুম্বক ।

আনহাতে অস্ত্ৰোপচাৰৰ পাছত ক্ৰমাৎ সুস্থ হৈ উঠা যুৱকজনক চিকিৎসকে উল্লিখিত মুদ্ৰা আৰু চুম্বক কিয় খাইছিল বুলি সোধাত তেওঁৰ দিয়া উত্তৰ শুনি হতভম্ব হৈ পৰে চিকিৎসক ৷

delhi 2যুৱকজনৰ মতে,তেওঁ ভক্ষণ কৰা মুদ্ৰা আৰু চুম্বকত যথেষ্ট পৰিমাণৰ জিংক থাকে। এইয়া খালে তেওঁৰ শৰীৰ ফিট আৰু সুঠাম হৈ উঠিব ৷ এই অদ্ভুত যুক্তি শুনি চিকিৎসকে পৰামৰ্শ দিয়ে যে,এইয়া ভ্ৰান্ত ধাৰণা ৷

এই সমূহ খোৱাৰ পাছত তেওঁৰ মাৰাত্মক বিপদৰ সন্মুখীন হ’লহেতেন ৷ কিবা ভাগ্যৰ বলত দৈব্যক্ৰমে ৰক্ষা পৰে ৷

আগন্তুক দিনত এনে মাৰাত্মক কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দি সংশ্লিষ্ট চিকিৎসকে চিকিৎসালয়ৰ পৰি ৰিলিজ দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 37 Magnets39 CoinsDoctor At Delhi Hospital RecoverPatients Intestings
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d