Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Brazilian Woman Dies Of Heart Attack After Undergoing Fat-Reduction Surgery:চর্বি হ্ৰাসৰ অস্ত্ৰোপচাৰ কৰাই হার্ট এটেকত মৃত্যু ব্রাজিলৰ যুৱতীৰ

publisher by publisher
November 11, 2023
in International
Reading Time: 2 mins read
0
Brazilian Woman Dies Of Heart Attack After Undergoing Fat-Reduction Surgery:চর্বি হ্ৰাসৰ অস্ত্ৰোপচাৰ কৰাই হার্ট এটেকত মৃত্যু ব্রাজিলৰ যুৱতীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

কৰ্ণাটকৰ এখন জিলাত ৪০ দিনত হাৰ্ট এটেকত ২৩ জন লোকৰ মৃত্যু!

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াত বৃদ্ধি পাইছে হৃদৰোগত মৃত্যুৰ সংখ্যা ! তদন্তৰ নির্দেশ কর্নাটকৰ মুখ্যমন্ত্রীৰ

Cause of Heart Attack: আপুনি হৃদৰোগী নেকি ! খোজ কঢ়া, চাইকেল চলোৱা আৰু সাঁতোৰাৰ পৰা বিৰত থাকক

Brazilian Woman Dies Of Heart Attack After Undergoing Fat-Reduction Surgery:

কছমেটিক ছাৰ্জাৰীয়ে প্ৰাণ কাঢ়িলে ২৯ বছৰ বয়সীয়া এগৰাকী যুৱতীৰ। চৰ্বি হ্ৰাসৰ বাবে লাইপ চাকচন অস্ত্ৰোপচাৰ কৰোৱাৰ পাছদিনাই কৰুণভাৱে মৃত্যুক সাৱটিলে ব্রাজিলৰ সামাজিক মাধ্যমৰ জনপ্ৰিয় যুৱতী লুয়ানা এনড্রেডে।

ADVERTISEMENT

অস্ত্ৰোপচাৰ কৰোৱাৰ সময়ত একাধিক স্বাস্থ্যজনিত জটিলতাই যুৱতীৰ শৰীৰত দেখা দিছিল আৰু পাছত চাৰিবাৰকৈ হাৰ্ট এটেক হৈ প্ৰাণ হেৰুৱালে লুয়ানাই।

ব্ৰাজিলৰ চাও পাওলোৰ চাওলুইজ হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছিল লুয়ানাৰ। চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি, এই অস্ত্ৰোপচাৰৰ বাবে এজন বিদেশী চিকিৎসকক নিয়োগ কৰা হৈছিল।

লুয়ানাৰ মৃত্যুৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি শৰীৰত ৰক্ত জমা হোৱাৰ ফলতে প্ৰাণ হেৰুৱালে সামাজিক মাধ্যমৰ জনপ্ৰিয় তাৰকাজনে। চিকিৎসকে দাবী কৰা অনুসৰি, অস্ত্ৰোপচাৰৰ পূৰ্বে লুয়ানাৰ শৰীৰত কোনো সমস্যাই দেখা দিয়া নাছিল ।

কিন্তু মেদ হ্ৰাসৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছতে তেওঁৰ শাৰীৰিক অৱনতি ঘটে। উল্লেখ্য যে সম্প্রতি বহু লোকে শৰীৰৰ অবাঞ্চিত মেদ হ্ৰাস কৰিবলৈ লাইপ’চাকচন অস্ত্ৰোপচাৰৰ সহায় লৈ আহিছে। এই অস্ত্ৰোপচাৰ যে মানৱ শৰীৰৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয়, সেয়া লুয়ানাৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Brazilian Woman DiesHeart AttackUndergoing Fat-Reduction Surgery
publisher

publisher

Related Posts

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d