Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Arseenic-Fluoride In Groundwater In 14 Districts:ৰাজ্যৰ ১৪ জিলাৰ ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক-ফ্ল’ৰাইড

ভাৰতীয় ভূ-তত্ত্ব সমীক্ষা বিভাগে অসমসহ আঠ ৰাজ্যত চলাব অধ্যয়ন, দেশৰ ২৫ খন ৰাজ্যৰ ২৩০ জিলাত আছেনিক

publisher by publisher
December 6, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Arseenic-Fluoride In Groundwater In 14 Districts:ৰাজ্যৰ ১৪ জিলাৰ ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক-ফ্ল’ৰাইড
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Arseenic-Fluoride In Groundwater In 14 Districts:

কৰ্কট ৰোগকে ধৰি মানৱ দেহত ভালেমান জটিল ৰোগৰ সৃষ্টি কৰিব পৰা মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইডযুক্ত ভূ-গর্ভস্থ পানীয়ে অসমতো বিপদ ঘণ্টা বজাইছে। জল জীৱন মিছনৰ অধীনত খোৱাপানী যোগান আঁচনি স্থাপন কৰি ৰাজকোষৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰিলেও ৰাজ্যৰ অধিকাংশ স্থানতে আজিও বিকল হৈ থকা পানী যোগান আঁচনিসমূহ বগা হাতীত পৰিণত হোৱাৰ সূত্ৰে মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি থাকিবলগীয়া হৈছে ৰাজ্যৰ কে’বাখনো জিলাৰ লোকে।

ADVERTISEMENT

উল্লেখ্য যে কেন্দ্রীয় জলশক্তি দপ্তৰৰ ৰাজ্য মন্ত্রী বিশ্বেশ্বৰ টুডুৱে ৰাজ্যসভাত প্রকাশ কৰা তথ্য মতে, দেশৰ ২৫ খন ৰাজ্যৰ ২৩০ খন জিলাৰ ভূ- গর্ভস্থ জলবাশিত আছেনিকৰ উপস্থিতি ধৰা পেলোৱা হৈছে। একেদৰে ২৭ খন ৰাজ্যৰ ৪৬৯ খন জিলাৰ ভূ-গর্ভস্থ পানীত আকৌ ধৰা পেলোৱা হৈছে মাৰাত্মক ফ্ল’ৰাইডৰ উপস্থিতি।

কেন্দ্রীয় মন্ত্রীজনে লগতে সদৰী কৰিছে যে দেশৰ আঠখন ৰাজ্যত আছেনিক আৰু ফ্ল’ৰাইডৰ মাত্রা তথা ইয়াৰ কাৰক উদ্ভাবনৰ বাবে জলশক্তি মন্ত্রণালয়ে ভাৰতীয় ভূ-তত্ত্ব সমীক্ষা বিভাগৰ স’তে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

এই চুক্তি অনুসৰি, আঠখন ৰাজ্য ক্রমে পঞ্জাব, হাৰিয়ানা, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, চত্তিছগড়, ঝাৰখণ্ড, বিহাৰ আৰু অসমত জিএছআয়ে ভূ-গর্ভস্থ জলৰাশিত মিহলি হৈ থকা আছেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি পৰীক্ষণ কৰিব।

উল্লেখ্য যে অসমৰ ১২ খন জিলাৰ ভূ-গর্ভস্থ জলৰাশিত আছেনিক মিহলি হৈ থকাৰ বাবে যাবতীয় পৰীক্ষাৰ ভিত্তিত ইতিমধ্যে অসম চৰকাৰে তথ্য প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত সৰ্বাধিক পৰিমাণৰ আছেনিক মিহলি হৈ থকা জিলাখন হ’ল নলবাৰী। আকৌ দ্বিতীয় স্থানত আছে বাকচা জিলা আৰু তৃতীয় স্থানত আছে বৰপেটা জিলা।

ইফালে, কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটে ইয়াৰ পূৰ্বে লোকসভাত প্রকাশ কৰা তথ্য মতে, অসমৰ ৩৪ খন জিলাৰ ভিতৰত মুঠতে ১৪ খন জিলাৰ ভূ- গর্ভস্থ জলবাশিত আছেনিক অথবা ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পেলোৱা হৈছে।

এই ১৪ খন জিলাৰ ভিতৰত আকৌ চাৰিখন জিলাৰ ভূ-গর্ভস্থ পানীত ফ্ল’ৰাইড মিহলি হৈ থকাৰ তথ্য উদ্‌ঘাটন হৈছে। আছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি থকা দেশৰ মুঠতে ২৭,৫৪৪ টা পৰিয়ালৰ ভিতৰত ৩.৮৮১ টা পৰিয়ালেই অসমৰ।

অসমত ১৪ খন জিলাত আছেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত এই জিলাসমূহত জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও সদনৰ মজিয়াত প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, প্রতি লিটাৰ পানীত সর্বাধিক ১০ পিপিবি অথবা ০.০১ এমজি আছেনিক আৰু প্রতি লিটাৰ পানীত ১ এমজি ফ্ল’ৰাইড মিহলি হৈ থাকিলে তেনে পানী সেৱন কৰিলে স্বাস্থ্যৰ কোনো অপকাৰ নহয়। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই আন এখন প্রতিবেদনত এই কথাও কৈছে যে ০.১৭ পিপিবি পর্যন্ত আছেনিক থকা পানী নিয়মীয়াকৈ সেৱন কৰিলে কৰ্কট ৰোগৰ কাৰক হ’ব পাৰে।

ইফালে, নিয়মীয়াকৈ আছেনিকযুক্ত পানী সেৱনকৰিলে হৃদৰোগ আৰু মধুমেহ ৰোগাক্রান্ত হ’ব পাৰে মানৱ দেহ। ইফালে, শিশু অবস্থাত এনে পানী সেবন কৰিলে বিভিন্ন শাৰীৰিক বিসংগতিৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 14 DistrictsArseenic-FluorideAssamGroundwater
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d