Putin Re-Elected as Russian President:পঞ্চমবাৰৰ বাবে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত ভ্লাদিমিৰ পুটিন

putin 2

Putin Re-Elected as Russian President:

বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পঞ্চমবাৰৰ বাবে পুনৰ নিৰ্বাচিত হ’ল ভ্লাদিমিৰ পুটিন

ৰাষ্ট্ৰপতি পদত বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰায় ৮৭ শতাংশ ভোটেৰে ইতিহাস ৰচিলে পুটিনে।

এই জয়ৰ জৰিয়তে পুটিনে ৰাছিয়াৰ সুদীৰ্ঘ ২৫ বছৰীয়া শাসন নিশ্চিত কৰিলে ৷ ইয়াৰ লগে লগে আগন্তুক ছবছৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰ প্ৰধান হিচাপে শাসনৰ বাঘজৰী অক্ষুণ্ণ ৰাখিছে পুটিনে ।

Exit mobile version