CBI Arrested Cyber Police SI:অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ ৪০ লাখ টকা দাবী চাইবাৰ আৰক্ষীৰ

দাবী কৰা আগধনৰ প্ৰথমকিস্তিৰ পাঁচ টকা লওঁতেই চিবিআইৰ জালত এছ আই সহ চাৰি আৰক্ষী

cyber police

CBI Arrested Cyber Police SI:

লোভেই পাপ ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন চাইবাৰ আৰক্ষী বিষয়াৰ ক্ষেত্ৰত ৷ অভিযুক্তৰ পৰা পাঁচ লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ চাইবাৰ ক্ৰাইমৰ আৰক্ষী বিষয়া সহ চাৰি আৰক্ষী ৷

হাৰিয়ানাৰ যমুনানগৰ চাইবাৰ আৰক্ষী থানাৰ উপ- পৰিদৰ্শক বলোৱন্ত সিঙে এজন অভিযুক্তৰ বিৰুদ্ধে থানাত গোচৰ পঞ্জীয়ন নকৰাৰ বাবে দাবী কৰিছিল ৪০ লাখ ৷ আগধন হিচাপে প্ৰথম কিস্তিৰ পাঁচলাখ টকা লোৱাৰ সময়তে জালত পৰে চিবিআইৰ

আনহাতে ধৃত বলৱন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হয় আন তিনিজন আৰক্ষী ৷ ইতিমধ্যে আটকাধীন চাৰি আৰক্ষীক জেৰা চলাইছে চিবিআই- এ ৷

Exit mobile version