Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Police Crime Branch Raid Against Cyber Criminal:মহানগৰীত চাইবাৰ অভিযুক্ত আৰু ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথ অভিযান

এ বি চিৰ জুপিতাৰ পেলেচৰ পৰা আটক পাঁচজন চাইবাৰ অপৰাধী, ক্ৰমাৎ আটকাধীনৰ তালিকা দীঘলীয়া গৈ আছে

publisher by publisher
September 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam Police Crime Branch Raid Against Cyber Criminal:মহানগৰীত চাইবাৰ অভিযুক্ত আৰু ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথ অভিযান
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Assam Police Crime Branch Raid Against Cyber Criminal:

ভুৱা কল চেন্টাৰৰ জৰিয়তে প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰা অব্যাহত ৰখা অভিযান বৰ্তমানেও চলি আছে মহানগৰীৰ ভিন্নস্থানত ৷

ADVERTISEMENT

শুক্ৰবাৰে নিশা মহানগৰীৰ এ বি চিস্থ জুপিতাৰ পেলেচৰ এটা কল চেণ্টাৰত আৰক্ষী আৰু অপৰাধ শাখাই অৰ্তকিতে অভিযান চলাই পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে৷

উল্লেখ্য যে,কল অৰিন্দম সিনহা নামৰ লোকজনে দীৰ্ঘদিন ধৰি এই কল চেণ্টাৰটোত কৰি আছিল কাম । ইতিমধ্যে আৰক্ষীয়ে কল চেন্টাৰটোত তালাচী চলাই বহু নথিপত্ৰ জব্দ কৰাৰ লগতে চেন্টাৰটোৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে যুগুত কৰিছে এখন দীঘলীয়া তালিকা ৷

এই তালিকাৰ ভিত্তিত আৰু বহু যুৱক- যুৱতীক আৰক্ষীয়ে সোধপোছ বাবে আটক কৰাটো নিশ্চিত হৈ পৰিছে ৷

স্মতৰ্ৱ্য যে,মহানগৰীত কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ কল চেন্টাৰে ৰাইজক আভুৱা ভৰি চলাই আহিছে লুন্ঠন ৷

ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে সময়ে সময়ে পোৱা অভিযোগৰ ভিত্তিত শুক্ৰবাৰে পুৱাৰে পৰা মহানগৰ আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে মহানগৰীৰ আঠটা স্থানত চলাই অভিযান ৷

ইতিমধ্যে আৰক্ষীয়ে অভিযানত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনে আৰক্ষীয়ে ৷ গুৱাহাটীৰ কেতবোৰ কল চেন্টাৰৰ লগতে ৰাজগড়ৰ এটা কলচেন্টাৰত চলিছে এই অভিযান।

উল্লেখ্য যে , উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা পৰিচালিত হোৱা ৰাজগড়ৰ কল চেণ্টাৰটোৰ স’তে নাম সাঙোৰ খাইছে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া আতিকা ৰহমানৰ পুত্ৰ তছদিকুৰ ৰহমান।

বৃহস্পতিবাৰে নিশা ভাগত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ প্ৰাক্তন আই এএছ বিষয়া গৰাকীৰ গান্ধীবস্তুিৰ বাসগৃহত অভিযান চলাইছিল যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে তছদিকুৰ ৰহমান ৷

আৰক্ষীৰ এই মাৰাথন অভিযান সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেল সম্বোধন কৰি উল্লিখিত মন্তব্য সদৰি কৰে ৷

আয়ুক্ত গৰাকীয়ে কয় , ভুৱা কল চেন্টাৰৰ কাণ্ডাৰী তথা চাইবাৰ অপৰাধী সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰাই মহানগৰীৰ বামুণীমৈদাম,ৰাজগড়,গান্ধীবস্তী,বৰবাৰী সহ আঠ স্থানত চলিছিল আৰক্ষী- ক্ৰাইম বাঞ্চৰ অভিযান ৷
১৫ টা বিশেষ টিমৰ ২০০ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰে ২৫০ জন অপৰাধীক ৷

আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে,ৰাজগড়ৰ কল চেন্টাৰটোৰ কোনো নাম নাছিল ৷২১ গৰাকী কৰ্মচাৰীৰ ভিতৰত অসমীয়া কৰ্মচাৰী আছিল তিনি গৰাকী ৷ আন সকল আছিল উত্তৰ ভাৰতৰ কে’বা খনো ৰাজ্যৰ।

উল্লেখ্য যে, অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ ভুৱা কল চেণ্টাৰ সমূহ ৷ আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ হ’ব বুলি সদৰি কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷
উল্লেখযোগ্য, মহানগৰীৰ একাংশ বৈধ – অবৈধ কল চেণ্টাৰে বিগত সয়মত অনলাইনৰ মাধ্যমেৰে দেশ-বিদেশৰ বহু সংখ্যক লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

পৰৱৰ্তী সময়ত এই অভিযোগৰ ভিত্তিতেই বিগত দুদিন ধৰি আৰক্ষী আৰু অপৰাধ শাখাই একাংশ বৈধ – অবৈধ কল চেন্টাৰৰ বিৰুদ্ধে যৌথ অভিযান অব্যহত ৰাখিছে।
ইতিমধ্যে আৰক্ষীয়ে উৎখাত কৰিছে প্ৰৱঞ্চকৰ এটা বৃহৎ দলক ৷ অনলাইনৰ মাধ্যমেৰে চাইবাৰ প্ৰৱঞ্চকৰ দলে যোৱা দুটাবৰ্ষত২ বছৰে বহু লোকৰ পৰা ধন সৰকাই আহিছিল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি চাইবাৰ অভিযুক্ত দিব্যঅৰোৰা,দেৱজ্যোতি দে আৰু ৰাজন চিদানাক ৷

আৰক্ষী আৰু অপৰাধ শাখাই আজিও মহানগৰীৰ ভিন্ন স্থানত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against coll Centar Cyber CriminalsAssam Police RaidGuwahati
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d