Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

20 Years Rigorous Imprisonment:নাবালিকা ধর্ষণত অভিযুক্তক ২০ বছৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা তেজপুৰত

publisher by publisher
April 5, 2024
in Assam, Crime, India, News
Reading Time: 3 mins read
0
20 Years Rigorous Imprisonment:নাবালিকা ধর্ষণত অভিযুক্তক ২০ বছৰ সশ্ৰম কাৰাদণ্ডসহ জৰিমনা তেজপুৰত
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

20 Years Rigorous Imprisonment:

এগৰাকী নাবালিকাক এবছৰ পাঁচমাহ পূর্বে বলাৎকাৰ কৰা সঞ্জীৱ সিঙক সাক্ষ্য প্রমাণৰ অন্তত তেজপুৰস্থিত অতিৰিক্ত জিলা ন্যায়াধীশ তথা বিশেষ শিশু যৌন নির্যাতন নিদান আইন চমুকৈ পক্স’ ন্যায়াধীশ ৰঞ্জু মেধিয়ে ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৩০ হেজাৰ টকা জৰিমনা অনাদায়ে অতিৰিক্ত তিনিমাহ কাৰাদণ্ড বিহে।

ADVERTISEMENT

আজি বিশেষ লোকঅধিবক্তা শৈবালকান্তি মৈত্রই গোচৰ সন্দৰ্ভত সদৰী কৰি কয় যে ২০২২ৰ চাৰি নৱেম্বৰত তল গেৰেকী বালিচাপৰিত নিৱাসী নিহাৰ সিঙৰ পুত্ৰ সঞ্জীৱ সিঙে (২৬) ১৪ বছৰীয়া ছাত্ৰীগৰাকী বিদ্যালয়লৈ তেজপুৰ কলেজৰ শ্বেখাৱট আলী নামৰ লোকজনৰ ই-ৰিক্সাৰে যাবলৈ লোৱাৰ সময়ত কাষতে ৰৈ থকা সঞ্জীৱে ভগ্নীসদৃশ ছাত্ৰী গৰাকীক শীতল পানীয় খাবলৈ দিয়ে।

এই শীতল পানীয়ত কোনো দ্রব্য মিহলাই দিয়াত ছাত্ৰীগৰাকী অচেতন হৈ পৰে। ইয়াৰ পাছতে সেই ই-ৰিক্সাৰে ঔগুৰি টকলা পাহাৰলৈ নি ছাত্ৰীগৰাকীক উপর্যুপৰি ধৰ্ষণ কৰে। পাছত এই ধৰ্ষণকাৰীয়ে একেখন ই-ৰিক্সাৰে আনি লাচিত চ’কত ছাত্ৰীগৰাকীক নমাই দিয়ে। কিশোৰীগৰাকীৰ শাৰীৰিক দুর্বলতা প্রত্যক্ষ কৰি অভিভাৱকে প্রশ্ন কৰাত কিশোৰী ছাত্রীয়ে সমস্ত ঘটনা প্রকাশ কৰে।

পাছত এই জঘন্য কাণ্ডৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত কিশোৰীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পঞ্জীয়ন হোৱা ১১৪৪/২২ গোচৰ আৰু ৩৭৬, ১০৯ ধাৰা অনুসৰি সঞ্জীৱ সিং আৰু ই-ৰিক্সা চালক শ্বেখাৱট আলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে, মহিলা তদন্তকাৰী বিষয়া ঝর্ণা গগৈয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰাৰ লগতে ঔগুৰি পাহাৰত পেলোৱা সামগ্রী, কিশোৰীগৰাকীৰ কাপোৰ আদি ফৰেনচিক লেব’ৰেটৰীত পৰীক্ষাৰ অন্তত ২০২৩ৰ ২৮ মাৰ্চত অভিযোগনামা দাখিল কৰে।

উক্ত অভিযোগনামাৰ ভিত্তিত আদালতে ২৫/২৩ গোচৰৰ ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬, পক্স’ ৪ ধাৰাত বিচাৰ প্ৰক্ৰিয়া চলায়। এজাহাৰকাৰীৰ হৈ বিশেষ লোকঅধিবক্তা শৈবালকান্তি মৈত্রই আইনী সহায় প্ৰদান কৰি আঠজনৰ সাক্ষ্য গ্রহণ কৰাৰ উপৰি আৰক্ষীয়ে দাখিল কৰা নথিপত্ৰ আৰু ফৰেনচিক লেব’ৰেটৰীৰ প্ৰতিবেদনৰ ভিত্তিত সঞ্জীৱ সিঙক দোষী সাব্যস্ত কৰি পক্স’ আদালতে কালি ৰায় প্ৰদান কৰে।

ইপিনে, জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা ভুক্তভোগী কিশোৰীক দুই লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে কিশোৰীগৰাকীক লম্পট সঞ্জীৱৰে স’তে পাহাৰখনৰ সমীপত থোৱাৰ পাছত ই-ৰিক্সাসহ চালকজন গুচি আহিছিল আৰু পাছত পূৰ্বৰে পৰা চিনাকি সঞ্জীৱে একেজন ই-ৰিক্সা চালককে তালৈ মাতি পঠিয়াইছিল। ই-ৰিক্সা চালকজন এই জঘন্য ঘটনাৰে জড়িত নাছিল বুলি নাবালিকাগৰাকীয়ে দিয়া ভাষ্যৰ ভিত্তিত অৱশ্যে ই-ৰিক্সাচালকজনক দোষমুক্ত ঘোষণা কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 20 Years Rigorous Imprisonment:Rape Of A MinorRapists Sentenced To ImprisonmentTezpur Court
publisher

publisher

Related Posts

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d