Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nainital Forest Fire:নাইনিতাল অৰণ্যত ভয়ংকৰ বনজুই

জুইত জাহ গৈছে ৩৩.৩৪ হেক্টৰ বিঘা বনভূমি, জুই নুমুৱাবলৈ মোতায়েন কৰা বায়ুসেনাৰ জোৱান, সাজু কৰা হৈছে হেলিকপ্টাৰ

publisher by publisher
April 27, 2024
in India, News
Reading Time: 2 mins read
0
Nainital Forest Fire:নাইনিতাল অৰণ্যত ভয়ংকৰ বনজুই
2
SHARES
15
VIEWS
ShareShareShareShare

Nainital Forest Fire:

ADVERTISEMENT

হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ নাইনিতাল অৰণ্যত ভয়ংকৰ বনজুই ৷ এই অগ্নিকাণ্ডই ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

RelatedPosts

 Two Flood In Uttarakhand :দুটা বানৰ পলসৰ ফলত সৃষ্টি হৈছিল পাংখা আকৃতিৰ ভূখণ্ড ধাৰলিগাঁও

Badrinath Avalanche Update: হিমস্খলনত চাৰি শ্ৰমিকৰ মৃত্যু !

Badrinath Avalanche:বদ্ৰীনাথত হিমস্খলন: আৰু ১৫জন শ্ৰমিকক উদ্ধাৰ কৰিলে সেনা !

নাইনিতালৰ উচ্চ ন্যায়ালয়ৰ কলনীলৈ বনজুই সম্প্ৰসাৰিত কৰাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে দাঁতি কাষৰীয়া অঞ্চল ৷ ইতিমধ্যে নাইনিতাল প্ৰশাসনে বন বিভাগৰ কৰ্মচাৰী আৰু সেনা জোৱান উভয়কে সহায়ৰ বাবে আহ্বান জনাই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে এক সংহত প্ৰচেষ্টা চলাইছে। পৰিস্থিতি আৰু অধিক অৱনতি ঘটিলে অগ্নিনিৰ্বাপক অভিযানত যোগদান কৰিবলৈ সাজু কৰি ৰখা হৈছে হেলিকপ্টাৰ ৷

উল্লেখ্য যে,নাইনিতালৰ জিলা সদৰৰ সমীপত উদ্ভৱ হোৱা এই অগ্নিকাণ্ডই পাইনছ অঞ্চলত অৱস্থিত হাইকোৰ্ট কলনীৰ আৱাসিক অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। যাৰবাবে অঞ্চলটোত স্বাভাৱিক যাতায়ত ব্যৱস্থাত ব্যাহত পৰিছে।

একেদৰে বনজুইয়ে নাইনিতাল চহৰৰ দাঁতিতে থকা সামৰিক প্ৰতিষ্ঠানসমূহলৈও বিস্তৃত হ’ব পাৰে, যাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ দলসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি পাব। ফলস্বৰূপে কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে নাইনি হ্ৰদত নাওঁ চলোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে নাইনিতাল জিলা প্ৰশাসনে মনোৰা ৰেঞ্জৰ ৪০ জন আৰু দুজন বনৰক্ষীকে ধৰি ৪২ জনীয়া এটা দল সংগঠিত কৰি বনজুই নিৰ্বাপন কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযানত তৎপৰ হ’বৰ বাবে সাজু কৰি ৰাখিছে ৷

ইফালে, উত্তৰাখণ্ডৰ বন বিভাগে সদৰি কৰা মতে বনজুই অব্যাহত থকা ২৪ ঘণ্টাৰ ভিতৰত কুমাওন অঞ্চলত ২৬ জন আৰু গড়ৱাল অঞ্চলত পাঁচজন লোক আহত হৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৩৩.৩৪ হেক্টৰ বনাঞ্চল বিধ্বস্ত হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰুদ্ৰপ্ৰয়াগৰ জংঘলত অগ্নিসংযোগ কৰিব লওঁতেই নৰেশ ভট্ট নামৰ লোকজনক হাতে-লোটে ধৰা পেলাইছিল আৰক্ষীয়ে। উক্ত ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে প্ৰশাসনক সকলো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

মনকৰিবলগীয়া যে, যোৱাবৰ্ষৰ ১ নৱেম্বৰৰ পৰা ৰাজ্যখনে ৫৭৫টা বনজুই ঘটনা সংঘটিত হৈছিল ৷ যাৰ ফলত ৬৮৯.৮৯ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে ।

নাইনিতালত বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বনাঞ্চলৰ অধিক প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে অধিক সতৰ্কতা আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই অগ্নিকাণ্ডৰ ফলত হ’ব পৰা সম্ভাৱ্য ধ্বংসলীলাক স্বীকাৰ কৰি ৰাজ্য চৰকাৰে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

স্মতৰ্ৱ্য যে,গ্ৰীষ্মকালত বনজুইয়ে প্ৰায়ে উত্তৰাখণ্ডত সময়ে সময়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest FireNainitalUTTARKHAND
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d