Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Helicopters are Ready for Use in the Election Campaign in Khanapara:নেতাক উৰুৱাই ফুৰিবলৈ খানাপাৰাত সাজু ছখন হেলিকপ্টাৰ

ঘণ্টাত ব্যয় লাখ লাখ টকা

publisher by publisher
March 20, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Six Helicopters are Ready for Use in the Election Campaign in Khanapara:নেতাক উৰুৱাই ফুৰিবলৈ খানাপাৰাত সাজু ছখন হেলিকপ্টাৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Khanapara:মহানগৰীৰ খানাপাৰাত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ছয় লক্ষাধিক টকা

Helicopter:শাসকগোষ্ঠীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে খানাপাৰাৰ খেলপথাৰত সাজু কেইবাখনো হেলিকপ্টাৰ

Six Helicopters are Ready for Use in the Election Campaign in Khanapara:

এঘড়ী খুঁজ দিবলৈ সকলো দল জপিয়াই পৰিছে নির্বাচনী ৰণক্ষেত্রত। ইতিমধ্যে দলবোৰৰ ঘোষিত প্রার্থীসকলে প্রচাৰৰ নামত দিন- ৰাতি একাকাৰ কৰিছে।

ADVERTISEMENT

বিশেষকৈ প্রথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়াসমষ্টিকেইটাত প্ৰচাৰৰ তৎপৰতা অধিক বৃদ্ধি হৈছে। অবশ্যে এনে তৎপৰতা বাঢ়িলেও প্রচাৰ সামগ্রীৰ  ব্যৱহাৰ কোনেও কৰিব পৰা নাই।

নির্বাচন আয়োগৰ কঠোৰ নিৰ্দেশৰ বাবেই সকলোৱে মনোনয়ন পৰীক্ষাৰ অন্তিম দিনটোলৈ অপেক্ষা কৰিব লাগিব। তাৰ বিপৰীতে দলবোৰৰ মাজত তেনে সামগ্রী সংগ্রহ প্রক্রিয়া, ছপোৱা আদিৰ ব্যস্ততা বাঢ়িছে।

অৱশ্যে এই ক্ষেত্ৰত বিজেপিৰ পৰিৱেশ সুকীয়া। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ তলৰ মহলাৰ এটা কোঠা ইতিমধ্যে উপচি পৰিছে দলৰ পতাকা, গেৰুৱা টুপী, পদুম ফুলৰ চিহ্ন থকা মাফলাৰ, হাতত মৰা বিজেপিৰ পতাকা ৰঙৰ ৰবৰৰ বেণ্ড আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবি সম্বলিত প’ষ্টাৰ-বেনাৰৰে। এই সকলো সামগ্রী দিল্লী আৰু কলকাতাৰ পৰা আহিছে।

এইবোৰ সামগ্রী পুনৰ আহিব বুলি আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ শীর্ষ বিষয়ববীয়াৰ সূত্রই জানিবলৈ দিয়ে। কাৰণ ১৪ টা লোকসভা সমষ্টিতে এই সামগ্ৰীবোৰ ব্যৱহাৰ হ’ব। প্ৰচাৰত ব্যৱহাৰ হ’বলগীয়া বাহন ইতিমধ্যে আহি অসম পাইছে। বিজেপিয়ে এটা বিলাসী কোঠাৰ সকলো সা-সুবিধা থকা এখন বৃহৎ আকাৰৰ বাহন আজি গুৱাহাটীলৈ আনে।

এনে বাহনবোৰত মোদীৰ ফটো সংলগ্ন কৰা হৈছে। এই পর্যন্ত লক্ষাধিক পৰিমাণৰ প’ষ্টাৰ, টুপী, মাফলাৰ, হাতত মৰা বেণ্ড আদি অহা বুলি দলীয় সূত্রই জনায়। এইবোৰৰ উপৰি ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা আদিব ফটো সম্বলিত বৃহদাকাৰৰ প’ষ্টাৰ ছপোৱা কাম আৰম্ভ কৰিছে।

আকৌ প্রার্থীসকলেও নিজাকৈ নিজৰ প্ৰচাৰৰ প’ষ্টাৰ ছপাবলৈ অৰ্ডাৰ দিছে। প্রার্থীসকলক বিজেপিৰ টুপী, মাফলাৰ, হাতত মৰা বেণ্ড আদি দলৰ পৰা যোগান ধৰা হ’ব।

ইয়াৰ বিপৰীতে নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি) ৰ মুখ্য কাৰ্যালয়ৰ পৰা এই পর্যন্ত প্ৰচাৰৰ সামগ্রী আহি পোৱা নাই। অতি কম দিনৰ ভিতৰতে সামগ্ৰীবোৰ আহি পাব। কংগ্রেছতো প্রার্থীসকলে ব্যক্তিগত প্ৰচাৰ সামগ্ৰীসমূহ বিশেষকৈ নিজৰ ছবি থকা প’ষ্টাৰ-বেনাৰ আদি নিজে প্রস্তুত কৰিব লাগিব। কেৱল কংগ্ৰেছৰ সামগ্রিক পৰিচয় থকা সামগ্রী যেনে দলৰ পতাকা, দলীয় টুপী, মাফলাৰ আদি দলে যোগান ধৰিব।

অসম গণ পৰিষদ (অগপ)ৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই জনায় যে তেওঁলোকৰ প্ৰচাৰ সামগ্ৰীসমূহ সাজু কৰাৰ কাম চলি আছে। সেই অনুসৰি, দলৰ পতাকা, টুপী আদি প্রস্তুত কৰিবলৈ দিয়া হৈছে। শইকীয়াই কয়, ‘আমাক কেৱল দুটা সমষ্টিৰ বাবেহে বেছি সামগ্রী লাগিব। বাকী সমষ্টিবোৰত আমি যিহেতু মিত্ৰদলৰ অংশীদাৰ হিচাপে কাম কৰিছো, তাত কিছুমান সামগ্ৰীৰ বহুত প্রয়োজন নাই।’ তথাপি লক্ষাধিক পৰিমাণৰ দলীয় পতাকা, দলৰ প্ৰতীক থকা প’ষ্টাৰ আদি প্রস্তুত কৰা হ’ব। ৷

তদুপৰি বৰপেটাত প্রতিদ্বন্দ্বিতা কৰা ফণীভূষণ চৌধুৰী আৰু ধুবুৰীৰ জাভেদ ইছলামে নিজৰ ছবি থকা প’ষ্টাৰ- বেনাৰ, কাটআউট আদি সাজু কৰাৰ কাম আৰম্ভ কৰিছে। এআইইউডিএফৰ প্রার্থী তিনিজনেও নিজাববীয়াকৈ নিজৰ প্ৰচাৰ সামগ্ৰীৰ বেছিভাগ সাজু কৰিছে।

# মহানগৰীৰ খানাপাৰাৰ পৰা উৰিবলৈ সাজু হেলিকপ্টাৰ

নির্বাচনী প্রচাৰৰ অন্যতম অংগ হৈ পৰিছে হেলিকপ্টাৰো। প্রতিটো নির্বাচনত অসমৰ আকাশত ৰাজনৈতিক দলবোৰে উৰুৱাইছে হেলিকপ্টাৰ। ইতিমধ্যে ছখন হেলিকপ্টাৰৰ বাবে মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰক কৰা হৈছে অস্থায়ী হেলিপেড।

অৱশ্যে হেলিকপ্টাৰক লৈ ইয়াক ব্যৱহাৰ কৰিবলৈ সাজু হোৱা বিজেপি, কংগ্রেছ, অগপ আৰু এআইইউডিএফে নীৰৱতা অৱলম্বন কৰিছে। ইয়াৰে তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব বিজেপিয়ে। তিনিওখন হেলিকপ্টাৰ দ্বৈত ইঞ্জিনযুক্ত।

এখনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিব কংগ্ৰেছ, অগপ আৰু এআইইউডিএফে। বিজেপিৰ সূত্রই সদৰী কৰে যে উৰণৰ ঘণ্টা হিচাপত হেলিকপ্টাৰ ব্যৱহাৰৰ ব্যয় ধাৰ্য কৰা হৈছে। সেই অনুসৰি এঘণ্টাত প্রতিখন হেলিকপ্টাৰৰ বাবদ কমেও ২.২৫ লাখ টকা ব্যয় হ’ব। কংগ্ৰেছৰ হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতহে অসমত উপস্থিত হ’ব। দলৰ দিল্লীৰ কাৰ্যালয়ৰ পৰা হেলিকপ্টাৰ বন্দোবস্ত কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সূত্রই জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Election CampaignsKhanaparaLoksabha Election 2024Six Helicopters are Ready
publisher

publisher

Related Posts

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d