Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet:ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ-ৰাজেশ শৰ্মা

প্ৰশাসনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰে ব্যাহত কৰিছে অসমৰ উন্নয়ন-আপ

publisher by publisher
May 14, 2024
in India, Assam, News
Reading Time: 4 mins read
0
App Assam Pressmeet:ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ-ৰাজেশ শৰ্মা
1
SHARES
14
VIEWS
ShareShareShareShare

App Assam Pressmeet:

২০১৬ চনত জাতি- মাটি – ভেটি ৰক্ষাৰ শ্ল’গান লৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে ক্ষমতাত অধিষ্ঠিত হৈছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ ৫ বছৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ আৰু ২০২১ চনৰ পৰা ২০২৪ চনলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মুঠ ৮ টা বছৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ চৰম ব্যৰ্থতাৰ সময়। ২০১৬ চনত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ বিজেপিয়ে ১০ বছৰৰ বাবে এক ভিজন ডকুমেন্ট প্ৰকাশ কৰিছিল।

ADVERTISEMENT

কিন্তু বিগত ৮ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। বিজেপি চৰকাৰৰ ৮ বছৰৰ ইতিহাস প্ৰতাৰণাৰ ইতিহাসত পৰিণত হৈছে।

RelatedPosts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

aap pressmeet 2অসমত বিজেপি চৰকাৰৰ ৮ বছৰীয়া ব্যৰ্থতাৰ প্ৰসংগত আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত দলৰ নেতাগৰাকীয়ে কয়,অসমবাসীৰ বহু আকাংক্ষিত এন আৰ চি উন্নীতকৰণ হ’লেও সেয়া ত্ৰুটিমুক্ত নোহোৱাৰ অভিযোগত চৰকাৰে এন আৰ চি ৰূপায়নত ব্যৰ্থ হৈছে । এন আৰ চি ৰূপায়নৰ ক্ষেত্ৰত বিফল হোৱা চৰকাৰে বিদেশী বহিস্কাৰ কৰা দূৰৰে কথা “কা” (CAA) বলবৎ কৰাৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। বিগত ৮ বছৰে বিজেপি চৰকাৰে অসম চুক্তিৰ ৬ নং দফাও কাৰ্যকৰী নকৰিলে।

পূৰ্বৰ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দৰেই বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰো সম্পূৰ্ণ ধাৰত চলা চৰকাৰ। ২০১৬ চনত চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা। বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছেগৈ ১,৪২,০০০ কোটি টকা। ৰাজ্যখনৰ জনমূৰি ঋণৰ বোজা ৪০ হাজাৰ টকা হৈছে। দলীয় আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সৃষ্টি আৰু ঋণৰ বোজা বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনীতি কোঙা কৰি পেলাইছে।

সংবাদমেলত আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ অভিযোগ, ২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিজেপি চৰকাৰে ৰাজ্যৰ ২৩ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল। ২০২১ চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেও বছৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ’ল। মুখ্যমন্ত্ৰীয়ে সততে ঘোষণা কৰা দুৰ্নীতিমুক্ত, নিকা, স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াও ঘোষণাতে সীমাৱদ্ধ থাকিল।

অন্যহাতে, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধালে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হ’ল। ইয়াৰ বিপৰীতে চৰকাৰে কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই। কৃষকক আবন্টন দিয়া ৰাজ সাহায্যযুক্ত সামগ্ৰী আৰু কৃষি সঁজুলি বিতৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈছে।

ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী বিজেপি চৰকাৰে মানি নললে। ২০১৯চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু অৱশেষত চৰকাৰে প্ৰতাৰণাহে কৰিলে। দেশৰ ভিন্ন ৰাজ্যৰ ১৭ টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ল। মাথোঁ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী।

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো বিফল ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰতিখন চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এতিয়াও বিদ্যমান। আনহাতে, বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ চৰকাৰে ৰোধ কৰিব পৰা নাই। মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যৰ আবকাৰী বিভাগে প্ৰতিদিনে ৪,৫০০ লিটাৰ মদ বিক্ৰী কৰিবলৈ মদৰ বিপনী সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

আনহাতে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান মাথোঁ শ্ল’গান হৈয়েই থাকিল। গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সংকট সমাধানত চূড়ান্ত ব্যৰ্থ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ইয়াৰ মাজতে ৰাজ্যত অস্বাভাৱিক হাৰত বিদ্যুত মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিলে।

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতা সন্দৰ্ভত আপৰ অভিযোগ – বিজেপি চৰকাৰৰ বিগত ৮ বছৰে অসমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে। চৰকাৰে ৰাজ্যৰ ৮ হাজাৰতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মান বা উন্নীতকৰণত ব্যৰ্থ হৈছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰতো সীমাহীন বিসংগতিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিছে।

ৰাজ্যৰ চাহ বাগিছা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অৱস্থা তথৈবচ। বাগিছা অঞ্চলৰ ৪২১ খন বিদ্যালয় চৰকাৰে প্ৰাদেশিকীকৰণ নকৰিলে। পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ পৰাও চাহ শ্ৰমিক সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিলে। চাহ বাগিছা অঞ্চলৰ লোকৰ মাটিৰ পট্টা নিদিলে। বাগিছা শ্ৰমিকৰ দৈনিক মজুৰিও ২৩২ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি নকৰিলে। এয়া জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰৰ প্ৰৱঞ্চনা।বৰাক উপত্যকাৰ আৰ্থ সামাজিক উন্নয়নত বিফল ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।

সংবাদমেলত আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ লগতে উপ- সভাপতি মনোজ ধানোৱাৰ, দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মুখপাত্ৰ পুনম গগৈ উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap Assam PressmeetGuwahati
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d