Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

200 Employees of The Agricultural Marketing Board Have Voluntarily Retired:আর্থিক নাটনিৰ বাবে কৃষি বিপণন পৰিষদৰ দুই শতাধিক কৰ্মচাৰীক স্বেচ্ছা অৱসৰ !

৩০৩ জনক কৃষি সঞ্চালকালয়ত সংলগ্নকৰণৰ সিদ্ধান্ত চৰকাৰৰ

publisher by publisher
May 18, 2024
in India, Assam, News
Reading Time: 1 min read
0
200 Employees of The Agricultural Marketing Board Have Voluntarily Retired:আর্থিক নাটনিৰ বাবে কৃষি বিপণন পৰিষদৰ দুই শতাধিক কৰ্মচাৰীক স্বেচ্ছা অৱসৰ !
4
SHARES
36
VIEWS
ShareShareShareShare

200 Employees of The Agricultural Marketing Board Have Voluntarily Retired:

ৰাজ্য চৰকাৰৰ আৰ্থিক নাটনি জটিল হোৱাৰ ইংগিত স্পষ্ট হৈছে। বিত্তীয় জটিলতাৰ অজুহাত দি চৰকাৰে সম্প্ৰতি অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দুই শতাধিক কর্মচাৰীক স্বেচ্ছামূলক অৱসৰ (ভিআৰএছ) দিবলৈ প্রস্তুত হৈছে। একেদৰে পৰিষদৰ তিনি শতাধিক কৰ্মচাৰীক ৰাজ্যিক কৃষি সঞ্চালকালয়ত সংলগ্ন বা পুনঃনিয়োজিতকৰণৰ প্রস্তুতিও চৰকাৰে চলাইছে।

ADVERTISEMENT

ইতিমধ্যে এনে প্ৰক্ৰিয়াৰ বিষয়ে পৰিষদৰ মুখ্য কার্যবাহী বিষয়াক অৱগত কৰিছে কৃষি বিভাগে। চলিত ২০২৪ৰ ২৬ এপ্রিলত কৃষি বিভাগৰ যুটীয়া সচিব বিপুল দাসে কৃষি বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত পৰিষদৰ একাংশ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আৰু আন একাংশক পুনৰ নিয়োজিত কৰিবলৈ লোৱাৰ বিষয়ে প্রকাশ পায়।

RelatedPosts

Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

বিত্ত বিভাগে খৰচৰ জোৰা মৰাত অপাৰগতা প্রকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে কৃষি বিপণন পৰিষদৰ ২০৩ জন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। আন ৩০৩ জনক কৃষি সঞ্চালকালয়ত সংলগ্নকৰণৰ সিদ্ধান্ত যুগুতাইছে চৰকাৰে।

চলিত ২০২৪ৰ পহিলা জানুৱাৰীত বয়স ৫৫ বছৰ পাৰ হোৱা পৰিষদৰকৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ আৰু আনসকলক সংলগ্নকৰণ কৰিব চৰকাৰে। পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহাকে ধৰি আনুষংগিক খৰচ কৰিব নোৱৰাৰ বাবে চৰকাৰে এনে পথ লোৱাৰ ইংগিত স্পষ্ট হৈছে। এনে পদক্ষেপৰ ফলত কৃষি বিপণন পৰিষদ নিষ্ক্রিয় হোৱাৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 200 Employees Voluntarily RetiredAgriculture Dept.Assam State Agricultural Marketing Board
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d