Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

222nd Death Anniversary of Matak King Sarbananda Singha: মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথিত পূর্ণাংগ প্রতিমূর্তি উন্মোচন সৰ্বানন্দ সোণোৱালৰ

সর্বানন্দ সিংহদেৱে কর্মচেতনা, ভাতৃত্ববোধ আৰু সুশাসনৰ জৰিয়তে এখন আদর্শ সমাজ গঢ়াৰ পথ প্রশস্ত কৰি থৈ গৈছে: সোণোৱাল

publisher by publisher
May 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
222nd Death Anniversary of Matak King Sarbananda Singha: মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথিত পূর্ণাংগ প্রতিমূর্তি উন্মোচন সৰ্বানন্দ সোণোৱালৰ
2
SHARES
21
VIEWS
ShareShareShareShare

222nd Death Anniversary of Matak King Sarbananda Singha:

মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথি উপলক্ষে আজি তিনিচুকীয়াত মটক ৰাজবংশ উন্নয়ন সমিতিৰ উদ্যোগত আৰু সদৌ অসম মটক সম্মিলনৰ সহযোগত আয়োজিত বিশেষ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰে আৰু স্বৰ্গদেউজনাৰ এটা পূর্ণাংগ প্রতিমূৰ্তি উন্মোচন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ADVERTISEMENT

মটক ৰজা সৰ্বানন্দ সিংহৰ কৰ্মৰাজি আৰু জীৱন পৰিক্ৰমা সামৰি সোণোৱালে ভাষণ প্ৰসংগত কয়, প্রথিতযশা মটক স্বর্গদেউ সর্বানন্দ সিংহদেৱে কৰ্মচেতনা, ভাতৃত্ববোধ আৰু সুশাসনৰ জৰিয়তে এখন আদর্শ সমাজ গঢ়াৰ পথ প্রশস্ত কৰি থৈ গৈছে। তেখেতে বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিভিন্ন প্রজাহিতকৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সমন্বয়ৰ সঞ্চাৰ কৰিছিল।

RelatedPosts

Tinsukia:তিনিচুকীয়াৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানত গুৱাহাটীৰ আঠজনীয়া জিএছটি দলৰ অভিযান

Tinsukia:তিনিচুকীয়া কাকপথাৰ সেনা শিবিৰৰ সন্মুখত উদ্ধাৰ এটা RPG চেল

Tinsukia:প্ৰতিবাদ তিনিচুকীয়াত,কঁপনি দিছপুৰত

sonowal 2 1বেংমৰাত অৰ্থাৎ এতিয়াৰ তিনিচুকীয়াত ৰাজধানী পাতি সর্বানন্দ সিংহই ইতিহাসৰ পাতত স্বর্ণিল আখৰেৰে নাম লিপিবদ্ধ কৰি থৈ গৈছে। তেখেতৰ বীৰত্ব, অদম্য সাহস, নেতৃত্ব আৰু স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাই মটক জনগোষ্ঠীৰ লগতে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে।

দেশৰ হকে, জাতিটোৰ হকে সমর্পিত সেৱা আগবঢ়াই যাবলৈ স্বৰ্গদেউৰ আশিস আমাৰ শিৰত সদায় বিৰাজমান হৈ থাকক, তাৰেই কামনা কৰিলোঁ। সোণোৱালে লগতে কয়, মটক জনগোষ্ঠী অসমৰ এটি শক্তিশালী জনগোষ্ঠী। অসমৰ জাতীয় জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশতে জনগোষ্ঠীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সর্বানন্দ সিংহৰ মহৎ আদৰ্শ আৰু অতুলনীয় কৰ্মৰাজিক সাৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক বাস্তৱায়িত কৰাৰ দিশত সক্রিয় ভূমিকা ল’বলৈ মটক জনগোষ্ঠীৰ লোকসকলক আহ্বান জনালোঁ।

বিভিন্ন জাতি-জনগোষ্ঠী শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা আৰু অসম শক্তিশালী হোৱা মানেই ভাৰত শক্তিশালী হোৱা। অতীতক নাযাবা পাহৰি- এই কথাষাৰ আমি মর্মে মর্মে উপলব্ধি কৰিব লাগিব আৰু আমাৰ চহকী ঐতিহ্য-পৰম্পৰা, সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বদ্ধপৰিকৰ হ’ব লাগিব। অসমৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীসমূহৰ সর্বাংগীণ উন্নয়ন, ঐতিহ্যৰ সুৰক্ষা আদি ক্ষেত্ৰত বিজেপি চৰকাৰে সদায়েই গুৰুত্ব দি আহিছে। আগন্তুক দিনবোৰতো জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ন উদ্যমেৰে কাম কৰি যাবলৈ আমি দৃঢ় সংকল্পবদ্ধ।

অনুষ্ঠানটোত লগতে উপস্থিত থাকে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, কাৰ্যকৰী সভাপতি বৈকুণ্ঠ গোহাঁই, সম্পাদক সৰোজ গোহাঁই, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 222nd Death Anniversary of Matak King Sarbananda SinghaStatue Of Sarbananda Singha UnveiledTinsukia
publisher

publisher

Related Posts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d