Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tinsukia:প্ৰতিবাদ তিনিচুকীয়াত,কঁপনি দিছপুৰত

হিমন্ত বিশ্ব শর্মা মুর্দাবাদ'-'বিজেপি গ' বেক' ধ্বনিৰে উত্তাল সমদল,২০২৬ত বিজেপিক উচিত শিক্ষা দিয়াৰ হুংকাৰ, আন্দোলনত বিজেপিও জড়িত: ড: শর্মা

publisher by publisher
October 9, 2025
in Assam
Reading Time: 2 mins read
0
Tinsukia:প্ৰতিবাদ তিনিচুকীয়াত,কঁপনি দিছপুৰত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

AAASA:নিশা কি উদ্দেশ্যে স্ক’ৰপিঅ’ বাহনখন গৌৰীনগৰলৈ গৈছিল তাৰ শীঘ্ৰে তদন্ত হ’ব লাগে: আছা

Tinsukia:

‘এছটি হামে দেনা পড়েগা, নয়তো আছাম গৰম হ’গা’, (আমাক জনজাতিকৰণ লাগিবই, নহ’লে অসম গৰম হ’ব)! এইদৰেই চৰকাৰক হুংকাৰ দি ১২৫খন চাহ বাগিচাৰ কলঘৰ বন্ধ কৰি আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, মজুৰি বৃদ্ধি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহিল হেজাৰ হেজাৰ শ্রমিক। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়া ভ্ৰমণৰ সময়তে ‘ওলাই আহক, ওলাই আহক’, ‘মজদুৰ শক্তি জিন্দাবাদ’, ‘নৰেন্দ্ৰ মোদী মুর্দাবাদ’, ‘বিজেপি চৰকাৰ গো বেক’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’, ‘নৰেন্দ্ৰ মোদী হায় হায়’, ‘হিমন্ত বিশ্ব শর্মা মুর্দাবাদ’, ‘জনজাতিকৰণ দিবই লাগিব’, ‘জয় আই অসম’, ‘জয় জোহাৰ’, ‘চাহ জনগোষ্ঠী ঐক্যমঞ্চ জিন্দাবাদ’, ‘চাহ জনগোষ্ঠী জিন্দাবাদ’, ‘মাটিৰ পট্টা লাগিবই’, ‘চাহ বাগিচা ধ্বংস কৰা বন্ধ কৰক’ আদি শ্ল’গানৰে অর্ধ-লক্ষাধিক শ্রমিক-ছাত্র-যুব-মহিলাই বাণিজ্যিক নগৰী তিনিচুকীয়া প্ৰতিবাদৰে কঁপাই তোলে। শ্রমিক ঐক্যৰ এই হুংকাৰ-সকীয়নিয়ে দিছপুৰতো জোঁকাৰণি তুলিছে।
আদিবাসী-চাহ জনগোষ্ঠীৰ অগণন লোকৰ এই যুদ্ধংদেহি ৰূপ দেখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্রুগড়ত এক অনুষ্ঠানত অংশগ্রহণ কৰি এই প্রতিবাদ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, ‘জনজাতিকৰণৰ বিষয়টোত বিজেপিৰ সদায়ে সমর্থন আছে। আমি নিজেও জড়িত আছো আৰু আমাৰ কর্মকর্তা সকলো এই আন্দোলনত জড়িত আছে। সমস্যাটো সমাধানৰ বাবে কিছু আন্দোলনৰ মাজেৰে বাট প্রশস্ত কৰিব লাগে। আলোচনা চলি আছে, ২৫ নৱেম্বৰত অসম বিধানসভাৰ অধিবেশনত এই সম্পর্কীয় কেবিনেট সমিতিয়ে প্রতিবেদন দাখিল কৰিব।’
ই
পিনে, টিংৰাই চাহ বাগিচা খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ আলোচনাৰ অন্তত তেওঁ সাংবাদিকক পুনৰ কয়, ‘প্রতিবাদ হৈছে ন্যায্যপ্রাপ্তিৰ বাবে। এই প্রতিবাদ বিজেপিৰ বিৰুদ্ধে হোৱা নাই। চৰকাৰৰ তেওঁলোকৰ জনজাতিকৰণৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমর্থন আছে। বিজেপিৰ মানুহেও প্রতিবাদত অংশগ্ৰহণ কৰিছে।’ এইদৰে মুখ্যমন্ত্রীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে আৰু লগতে কয় যে প্রতি নির্বাচনতে চাহ জনগোষ্ঠীৰ ভোটাৰে এক নির্ণায়ক ভূমিকা পালন কৰে। নিৰ্বাচনৰ পূৰ্বে চাহ শ্রমিকৰ সমস্যা যদি চৰকাৰে সমাধান নকৰে, তেন্তে ২০২৬ৰ নিৰ্বাচনত শাসকীয় বিজেপিয়ে প্রত্যাহানৰ সম্মুখীন হ’বলৈ সাজু থাকিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কৰ্মীসকলো আন্দোলনৰ অংশীদাৰ হোৱা বুলি দাবী কৰাৰ সমান্তৰালভাৱে প্রশ্ন উঠিছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্রী শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মুর্দাবাদ, হায় হায় ধ্বনিৰে কঁপাই তোলা এই বৃহৎ প্রতিবাদী আন্দোলনত বিজেপিৰ নেতা-কর্মীসকলেও চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ কৰিলে নেকি?

১২৫খন চাহ বাগিচাৰ কাম-কাজ বন্ধঃ ২০২৬লৈ প্রত্যাহ্বান নেকি?

মুখ্যমন্ত্রী শর্মাই কালিয়ে দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হয়। আজি দ্বিতীয় দিনা তেওঁৰ আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ অন্ত পৰাৰ লগে লগে সদৌ অসম চাহ জনজাতি ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থাৰ উদ্যোগত আৰু চাহ জনগোষ্ঠীৰ মহিলা সমাজ, জাতীয় মহাসভা আৰু অসম চাহ মজদুৰ সংঘৰ সহযোগত চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠী লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত বৃহৎ প্রতিবাদী কার্যসূচীত অংশগ্ৰহণৰ বাবে দহোবন কাটি কৰি অতি ভিতৰুৱা অঞ্চলৰ পৰাও ওলাই আহিল ন্যায্যপ্রাপ্যৰ পৰা বঞ্চিত হেজাৰ হেজাৰ শ্রমিক।
তিনিচুকীয়া জিলাৰ জাগুন, লেখাপানী, লিডু, মাৰ্ঘেৰিটা, ডিগবৈ, ফিল’বাৰী, ডুমডুমা, কাকপথাৰ, তালাগ, জাগুন, পানীতোলা, বাঘজান, মাকুম, গুইজান, লাংকাচি, টিঙৰাই, বগাপানী, বৰ হাপজান, ছোট হাপজান, দিঘলতৰংগ, টেঙাপানী, ৰাজগড়, লখিপুৰ, দেওশাল, বৰডুবি, দিনজানকে আদি কৰি তিনিচুকীয়াৰ আশে-পাশে থকা সকলো চাহ বাগিচা আৰু গাঁও অঞ্চলৰ পৰা আদিবাসী-চাহ জনগোষ্ঠীৰ ৰাইজে বাগিচাৰ কাম বন্ধ কৰি নিজ প্রাপ্য অধিকাৰ বিচাৰি পদব্রজে আহি আজি প্রমাণ কৰিলে যে এয়া জাতিৰ বাবে সংগ্রাম। এইদৰে কয় প্রতিবাদস্থলীৰ শ্রমিক নেতাসকলে। এই বিশাল প্রতিবাদত তিনিচুকীয়াৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ সম্পূর্ণরূপে বন্ধ হৈ পৰে।
প্রতিবাদী শ্রমিকসকলে কে’বাটাও পথৰে আহি তিনিচুকীয়া সদৰ চাৰিআলিত সমবেত হয়। বৰগুৰি আইটিআই খেলপথাৰত আৰম্ভ কৰা প্ৰতিবাদী জনস্রোতে ৰঙাগড়া পথেৰে থানা চাৰিআলিলৈ আগবাঢ়ে। ইপিনে, নপুখুৰীৰ পথ আৰু শুকানপুখুৰীৰ পৰা এ টি বোড হৈ থানা চাৰিআলিলৈ আহে। হাতে হাতে বেনাৰ, ফেস্টুনৰ প্লেকার্ড লৈ চৰকাৰবিৰোধী শ্ল’গানৰে তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে। থানা চাৰিআলিত অর্ধলক্ষাধিক শ্রমিক সমবেত হৈ ব্যাপক প্রতিবাদ সাব্যস্ত কৰে।
আটছা আৰু আছাৰ নেতৃত্বত এই বিশাল প্রতিবাদ সমদলত জিলাখনৰ ১২৫ খন চাহ বাগিচাৰ শ্রমিকে অংশ লয়। প্রতিবাদৰ বাবে আজি এই ১২৫খন চাহ বাগিচাৰ সকলো স্তৰৰ কাম-কাজ বন্ধ হোৱাৰ লগে লগে কলঘৰসমূহো আটছা-আছাই বন্ধ কৰি দিয়ে। চাহ জনগোষ্ঠীৰ সকলো স্তৰৰ লোকে এই বিশাল প্রতিবাদত অংশ লয় আৰু সৰৱ হয়। ইয়াৰ উপৰি ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ জিলা বাগিচাসমূহৰ বহু চাহ শ্রমিকে ইয়াত অংশগ্ৰহণ কৰে।
প্রতিবাদকাৰীসকলে সদৰ থানা চাৰিআলিত সমবেত হৈ এখন সভা অনুষ্ঠিত কৰে আটছা-আছা নেতৃত্বই। আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কে ভাষণত কয়, ‘কংগ্ৰেছ আৰু বিজেপিয়ে চাহ শ্রমিকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। চাহ শ্রমিকক ন্যায় প্রদানত ব্যর্থ হৈছে চৰকাৰ। বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ পূৰ্বে যদি চাহ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ভূমিপট্টা প্রদান আৰু চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰে, তেন্তে নির্বাচনত বিজেপিয়ে উচিত শিক্ষা পাব।’ এইদৰে হুংকাৰ দি তেওঁ পুনৰ কয়, ‘আজি হেজাৰ হেজাৰ লোকৰ অংশগ্ৰহণৰে এয়া প্ৰতিবাদৰ আৰম্ভণিহে।’ প্রতিবাদী সভাত আটছাৰ নেতা কনক কুর্মী, অনুজ তাঁতী, চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সভাপতি তথা চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৱে বিজেপিক তীব্র সমালোচনা কৰে। চহৰখনৰ সকলো ব্যবসায়িক প্রতিষ্ঠান স্বতঃস্ফূর্তভাবে বন্ধ হয়। ১২ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ বিয়লি চাৰি বজাত অন্ত পৰে।

#২০২৬ত প্ৰত্যুত্তৰৰ হুংকাৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণ নহ’লে নির্বাচনত উচিত শিক্ষা পাব বুলি হুংকাৰ দিয়ে। বিজেপি চৰকাৰক মিথ্যাচাৰী বুলি অভিহিত কৰি ৰাজু চাহুৱে কয়, ‘মিথ্যাচাৰী-শ্রমিক বিৰোধী বিজেপি চৰকাৰে জনগোষ্ঠীটোক সকলো দিশতে প্রাপ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। যাৰ বাবে আজি চাহ জনগোষ্ঠী-আদিবাসী ৰাইজে প্রাপ্য অধিকাৰৰ বাবে সংগ্ৰামৰ পথ বাছি লৈ উচিত প্রত্যুত্তৰ দিবলৈ সাজু হৈছে। ইতিমধ্যে অসমত জনজাতিকৰণৰ দাবীত মৰাণ, মটক, কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে।
অনাগত দিনত এই আন্দোলন অতি প্রবল হ’ব, কিয়নো চাহ জনগোষ্ঠী আদিবাসীয়ে বুজি উঠিছে যে বিজেপি এটা নিকৃষ্ট মিথ্যাচাৰী দল। এই চৰকাৰে জনজাতিকৰণৰ মিছা প্রতিশ্রুতি দি ছয় জনগোষ্ঠীক সদায়ে চৰম প্ৰতাৰণা কৰি আহিছে।’ তেওঁ কয় যে এই ছয় জনগোষ্ঠীৰ ভিতৰত সৰ্ববৃহৎ আদিবাসী চাহ জনগোষ্ঠী। যোৱা ১০ বছৰে বিজেপি চৰকাৰখনে এই জনগোষ্ঠীটোক কেৱল ঠগি আহিছে তাৰ জ্বলন্ত উদাহৰণ বিজেপিয়ে যোৱা সময়ত এশ দিনত জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্রতিশ্রুতি, মাটিৰ পট্টা দিয়াৰ প্রতিশ্রুতি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ প্রতিশ্রুতি, ঝুমুইৰ বিনন্দনীৰ বিশ্ব ৰেকৰ্ডৰ দৰে ফাকি অনুষ্ঠানৰ আয়োজনৰ নাটক কৰিয়েই ‘২৬ৰ নিৰ্বাচনত টঙালি বান্ধিবলৈ যো-জা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।’ ৰাইজে চৰকাৰৰ চল-চাতুৰি বুজি উঠিছে বুলিও তেওঁ সকীয়াই দিয়ে। লগতে কয়, ‘বিজেপি চৰকাৰৰ অপশাসন, শ্রমিক বিৰোধী নীতিৰ ফলত চাহ বাগিচাসমূহ আজি গভীৰ সংকটত পৰিছে। এয়া সর্বজনবিদিত। বৃহৎ বৃহৎ চাহ বাগিচাৰ মালিকসকলে চাহ বাগিচা বিক্রী কৰি চাহ উদ্যোগ ব্যৱসায় এৰি আন ব্যৱসায়ত নামিছে। চাহ বাগিচাৰ মাটি উচ্ছেদ কৰা হৈছে। আদানী, আম্বানী, পতঞ্জলিৰ দৰে পুঁজিপতিক বাগিচাৰ মাটি গতাই দিয়া হৈছে, বাগিচাৰ মাটি ১০ শতাংশ আন কামত ব্যৱহাৰ কৰি উদ্যোগ স্থাপন কৰিবলৈ আইন প্ৰস্তুত কৰাত বাগিচাসমূহ সংকুচিত হৈছে যাৰ বাবে বাগিচাৰ শ্রমিকে কামৰ অভাৱত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, কেনীয়া, বাংলাদেশৰ পৰা চাহ আমদানি কৰাত বাগিচাবিলাক ধ্বংসৰ মুখলৈ গৈ আছে। কিন্তু এইসমূহ বিকল্প ব্যৱস্থাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে তিলমানো চিন্তা চৰ্চা কৰা দেখা নাই।’
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAASAaattsatea tribel protestTinsukia
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d