Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

"গৰীব কল্যাণৰ বাবে 'মোদী কি গেৰাণ্টিয়ে দেশৰ উন্নয়নক গতিশীলতা দিব": সোণোৱাল, সর্বানন্দ সোণোৱালে উৰিষ্যাত 'বিকশিত ভাৰত সংকল্প যাত্রা'ত অংশগ্ৰহণ কৰে

publisher by publisher
December 28, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ

Foundation Day Celebrations At Pradesh BJP office:দলৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীত শান্তি স্থাপন আৰু গণতন্ত্ৰ সৱল হ’ব”

Union Minister Sarbanandra Sonowal:ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা সামুদ্রিক সজাগতা ৱাকাথনৰ ফ্লেগ্‌ অফ

Union Minister Sarbanandra Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি উৰিষ্যাৰ কটকৰ ধাৰীপুৰ গাঁও পঞ্চায়তত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ADVERTISEMENT

ইয়াৰ অংশ হিচাপে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এখন আই.ই.চি. বাহনৰ ফ্লেগ্‌ অফ কৰে সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কটকৰ মাচুৱা বজাৰৰ পৰা যাত্ৰাৰ অংশ হ’বলৈ আন এটা কার্যসূচীতো অংশগ্ৰহণ কৰে।

অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে চলিত এই অমৃতকাল অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে। বিগত ৯ বছৰত মোদীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে।

আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্ৰা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্রায় ৮০ কোটি লোকে বিনামূলীয়া খাদ্য লাভ কৰে।

দুর্নীতি আঁতৰ কৰিবলৈ, ‘এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড’ কাৰ্যকৰী কৰা হৈছে। মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে জন ধন যোজনাৰ দ্বাৰা কোটি কোটি লোকক বেংকিং ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত কৰিছে। ই ৩২.২৯ লাখ কোটিটকাৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (ডিবিটি) কাৰ্যকৰী কৰাত সহায় কৰিছে।

এইটোৱে কেৱল মধ্যভোগীক ছত্রভঙ্গ দিয়াই নহয়, লগতে শাসন প্রণালীটো পূর্বতকৈ যথেষ্ট দক্ষ কৰি তুলিছে। যোৱা ৫ বছৰত বহুমাত্রিক দৰিদ্ৰতাৰ পৰা প্ৰায় ১৩.৫ কোটি ভাৰতীয়ক মুক্ত কৰা হৈছে। গ্রামাঞ্চলত দৰিদ্ৰতা ৩২.৫৯%ৰ পৰা ১৯.২৮%লৈ দ্রুতগতিত হ্রাস কৰা হৈছে।

এই সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে ৰূপায়ণ কৰা দূৰদৰ্শী নীতিৰ ফচল, যি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্রধানমন্ত্রী বিশ্বকর্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে।

যিহেতু আমি অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছোঁ, সেয়েহে উন্নয়নৰ বাৰ্তা গ্ৰহণ কৰিবলৈ আৰু চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহত সৰ্বস্তৰৰ নাগৰিকৰ সম্পূর্ণ অংশগ্রহণ নিশ্চিত কৰিবলৈ
‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হৈ আছে।

কংগ্রেছ হ’ল দুৰ্নীতিৰ ধ্বজাবাহক। কংগ্ৰেছৰ শাসনকালত হোৱা ব্যাপক দুর্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ফলত জনসাধাৰণে আঁচনিৰ ধন আৰু সুফল লাভৰ পৰা বঞ্চিত হৈছিল। কংগ্ৰেছে দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰি অভিলেখ গঢ়িছিল।

এতিয়া আমাৰ সকলোৰে লক্ষ্য- ২০৪৭৷ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা। ইতিমধ্যে ভাৰতে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈছে, যিয়ে প্ৰতিগৰাকী দেশবাসীক নতুন সাহস আৰু মনোবল প্ৰদান কৰিছে।”

মোদী চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা পিএম স্ব-নিধি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও সোণোৱালে বাৰ্তালাপ কৰে। ‘মেৰী কাহানি, মেৰী জুবানি’ত হিতাধিকাৰীসকলে প্রধানমন্ত্রী স্ব-নিধি আঁচনিৰ পৰা তেওঁলোকে লাভ কৰা লাভালাভৰ বিষয়ে উল্লেখ কৰে।

লগতে প্রধানমন্ত্রী আৱাস যোজনাৰ (নগৰ) পৰা আহৰণ কৰা লাভালাভৰ বিষয়েও তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। আঁচনিসমূহে কেনেদৰে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা আৰু জীৱন ধাৰণৰ মান সলনি কৰিছে, সেই বিষয়ে সোণোৱালে বুজ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharat Sankalpa YatraKatak VisitUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d