Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bangladeshi- Rohingya Resettlement Revealed alarming Figures:বাংলাদেশী-ৰোহিংগ্যাক সংস্থাপনৰ ভয়াৱহ তথ্য উন্মোচিত

publisher by publisher
June 25, 2024
in India, News
Reading Time: 2 mins read
0
Bangladeshi- Rohingya Resettlement Revealed alarming Figures:বাংলাদেশী-ৰোহিংগ্যাক সংস্থাপনৰ ভয়াৱহ তথ্য উন্মোচিত
2
SHARES
20
VIEWS
ShareShareShareShare

Bangladeshi- Rohingya Resettlement Revealed alarming Figures:

আঠজনক অভিযুক্ত কৰি এনআইএৰ শপতনামা : বাংলাদেশী নাগৰিক আৰু বাংলাদেশত শৰণাৰ্থী হিচাপে থকা ৰোহিংগ্যা মুছলমানক ভাৰতত সংস্থাপিত কৰি অহা আন এক বৃহৎ চক্ৰৰ তৎপৰতা পোহৰলৈ আহিছে। অসম আৰক্ষীৰ বিশেষ টাস্কফ’র্চ (এছটিএফ)-এ যোৱা ছেপ্টেম্বৰত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰটোৰ তদন্তৰ দায়িত্ব লয় ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)ই।

ADVERTISEMENT

সংস্থাটোৱে ইতিমধ্যে বিশেষ আদালতত অসম, ত্রিপুৰা, পশ্চিমবংগ আৰু বাংলাদেশৰ আঠজনক অভিযুক্ত কৰি এখন অতিৰিক্ত শপতনামা দাখিল কৰে। এই শপতনামাতে পোহৰলৈ আহিছে ভাৰতত চলি থকা মানৱ সৰবৰাহ আৰু ভাৰতবিৰোধী ষড়যন্ত্ৰৰ তথ্য। শপতনামাত উল্লেখ কৰা হৈছে যে বাংলাদেশী নাগৰিক আৰু ৰোহিংগ্যাক লৈ ভাৰত- বাংলাদেশ সীমান্তৰে ভাৰতলৈ মানৱ সৰবৰাহ ব্যাপক হাৰত চলি আহিছে।

RelatedPosts

No Content Available

nia 2ইয়াৰে এটা চক্ৰৰ আঠজন হ’ল ত্ৰিপুৰাৰ জলিল মিঞা, হান্নান মিঞা, কাজল সৰকাৰ, অধীৰ দাস, আনোৱাৰ হুছেইন ওৰফে মামা, শিলচৰৰ কমল দাস, পশ্চিমবংগৰ লিটন চক্রবর্তী আৰু বাংলাদেশৰ ৰবিয়াল হাছান ওৰফে ৰবিউল হাছান। উল্লেখ্য যে শিলচৰৰ কমল দাসৰ ভ্রাতৃ অমল চন্দ্র দাসো এই কার্যত জড়িত। অমলৰ নাম ইয়াৰ পূৰ্বৰ এখন অতিৰিক্ত অভিযোগনামাত অন্তর্ভুক্ত হৈছে।

অভিযোগনামাত উল্লেখ কৰা হৈছে যে ৰবিয়াল হাছানৰ লগত ভাৰতৰ অভিযুক্ত সাতজনৰ আছে সুসম্পর্ক। মানৱ সৰবৰাহক লৈয়ে এই সম্পর্ক গঢ়ি উঠিছে। ত্ৰিপুৰাৰ অভিযুক্তকেইজনে ৰবিয়ালৰ লগত যোগাযোগ কৰি বাংলাদেশৰ পৰা অবিৰতভাৱে ভাৰতলৈ মানৱ সৰবৰাহ কৰি আহিছে। একেদৰে শিলচৰৰ কমল দাস আৰু পূৰ্বৰ অভিযোগনামাত নাম উল্লেখ কৰা কমল চন্দ্ৰ দাসৰ লগতো যোগাযোগ কৰি ৰবিয়ালে বাংলাদেশৰ পৰা মানুহ পঠাই দিয়ে। মানুহবোৰক ভাৰতীয় নাগৰিকৰ জাল নথি যোগান ধৰি আহিছিল শিলচৰৰ অভিযুক্ত ভ্রাতৃদ্বয়ে। জাল নথি প্ৰস্তুতৰ লগত জড়িত হৈ আছে পশ্চিমবংগৰ লিটন চক্রৱতীও।

এনআইএৰ তথ্য অনুসৰি, বিশেষকৈ ৰোহিংগ্যাসকলক ভাৰতত আশ্রয় ল’ব পৰাকৈ পৰামর্শ দিয়াৰো দায়িত্ব পালন কৰিছিল অসম আৰু ত্ৰিপুৰাৰ অভিযুক্তকেইজনে। কাৰণ ৰোহিংগ্যাসকলৰ ভাষাৰ পৰা আৰম্ভ কৰি আচাৰ-আচৰণ ভাৰতীয়ৰ লগত নিমিলে। সামান্য ইফাল-সিফাল হ’লেই ধৰা পৰাৰ ভয় থাকে। গতিকে ভাৰতৰ পৰিৱেশৰ লগত মিলিব পৰাকৈ মানুহবোৰক কৌশল শিকোৱাৰ দায়িত্বও লৈছিল এই চক্রটোৱে।

ইপিনে, এই মানৱ সৰবৰাহ কার্যত তামিলনাডু আৰু কর্ণাটকতো বৃহৎ চক্র সক্রিয় হৈ আছে। তেনে চক্ৰৰ সহযোগতে ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰা ৰোহিংগ্যা আৰু বাংলাদেশী নাগৰিকক তামিলনাডু, কণটিক আদি ৰাজ্যলৈ প্রেৰণ কৰা হয়। এনআইএৰ অভিযোগত উল্লেখ কৰা হৈছে যে মানুহবোৰক ভাৰতলৈ আনি কম মজুৰিত যথেষ্ট কষ্টকৰ কামত বিভিন্ন ৰাজ্যত নিয়োগ কৰা হয়। তেওঁলোকৰ আপত্তিৰো থল নাথাকে। কাৰণ আপত্তি কৰিলেই আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 8 Person For TraffickingNIA cHARGESHEETRohingya Muslim
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d