Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari:দেশীয় নাগৰিক হৈও যেন শৰণাৰ্থীহে নলবাৰীৰ দিৰুৱাৰ ভৱেন দাস

 বেৰ নোহোৱা এখন চালিৰ তলতে দিন কটাইছে বৃদ্ধ মাতৃসহ ৭ জনীয়া পৰিয়ালটোৱে,  ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত, বাপাহত চৰকাৰক কবিচোন আমাকো কিবা অলপ দিবলৈ- বৃদ্ধ মাতৃৰ কাতৰ অনুৰোধ

publisher by publisher
June 10, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Nalbari:দেশীয় নাগৰিক হৈও যেন শৰণাৰ্থীহে নলবাৰীৰ দিৰুৱাৰ ভৱেন দাস
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Nalbari:

ADVERTISEMENT

” ২০২৫ ত সকলোৰে বাবে পকী ঘৰ ” – দেশৰ প্ৰধান মন্ত্ৰীয়ে বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকসকলক লক্ষ্য কৰি এনে ধৰণে যি ঘোষণা কৰিছিল সেয়াই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰো প্ৰায়বোৰ অঞ্চলতে পকী ঘৰ নিৰ্মানে একপ্ৰকাৰ মিছন ৰূপ লাভ কৰিছে ।

২০১১ আৰু ২০১৮ ৰ অনুমোদিত তালিকা অনুসৰি চৰকাৰে ২০২২ ৰ ফালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ অনুমোদন দিয়াৰ লগে লগে প্ৰায়বোৰ গাওঁতেই ব্যাপক হাৰত পকী ঘৰ নিৰ্মাণৰ কাম অহৰহ চলি আছে। বহুসংখ্যক পৰিয়ালে দুটা পৰ্যন্ত ঘৰ লাভ কৰিছে।

আনকি কিছু কিছু অঞ্চলত মিস্ত্ৰী – সামগ্ৰীৰ অভাৱ পৰিলক্ষিত হৈছে। পৰিস্থিতিয়ে এনে ৰূপ লৈছে যে নলবাৰীত বৰ্তমান প্ৰতিটো ইটাৰ দাম ১৫-১৭ টকা হৈ পৰিছে। মাত্ৰ এটা বছৰ পূৰ্বে জিলাখনত ইটাৰ দাম সৰ্বাধিক ১২ টকা আছিল যদিও ২০২২.ৰ শেষৰ ফালে এই দাম আকস্মিকভাৱে বৃদ্ধি হয়।

ইটা ব্যৱসায়ী সকলে প্ৰকাশ কৰা অনুসৰি যথেষ্ঠ হাৰত চৰকাৰী ঘৰ অনুমোদন হোৱা বাবে নলবাৰী জিলাৰ ভাতা সমূহৰ উৎপাদিত ইটাই চাহিদা পূৰণ কৰিব নোৱাৰাত সোণাপুৰ আৰু অন্যান্য ঠাইৰ পৰা ইটা আমদানি কৰিব লগা হোৱাত ১১-১২ টকীয়া ইটাৰ দাম ১৫-১৭ টকা পর্যন্ত বৃদ্ধি হল।

কিন্তু এনে পৰিবেশৰ মাজতো দিন হাজিৰা কৰি বৃদ্ধ মাতৃৰ লগতে নিজৰ ৬ জনীয়া পৰিয়াল এটাক পোহপাল দি অহা অসুস্থ মানুহ এজনৰ পৰিয়াল এটালৈ চকু নপৰিল কোনো দলীয় বিষয়- ববীয়া, পঞ্চায়ত প্ৰতিনিধি অথবা চৰকাৰী বিভাগৰ। এই ঘটনা নলবাৰী জিলাৰ পাইকান দিৰুৱা গাঁওৰ। মানুহজনৰ নাম ভবেন দাস।

বৃদ্ধ মাতৃকে ধৰি লৰা- ছোৱালী ৪ জন সহ তেওঁৰ ৭ জনীয়া এটা পৰিয়াল। ঘৰ বুলি কলে ১০/১২ ফুট দীঘ- পুতালৰ এখন টিনপাতৰ চালি। এখন বেৰ নাই। বিচনাৰ নামত এখন বাঁহৰ চাং আৰু আন এখন বিছনা মাটিতে। গোটেই পৰিয়ালটোৰ থকা – খোৱা আৰু লৰা- ছোৱালীকেইটাৰ পঢ়া- শুনাৰ ঠাই এইখিনিয়েই।

ৰন্ধা- বঢ়া, শৌচ- পেচাব মুকলিতেই। আজিৰ সময়ত চকুৰে নেদেখিলে ভবেন দাসৰ পৰিয়ালৰ ঘৰৰ পৰিৱেশ বিশ্বাস কৰিব পৰাটো হয়তো অসম্ভব। কিন্তু এই পৰিয়ালটোৱে এইবাৰো নাপালে ঘৰ। দুৰ্ভগীয়া ভৱেন দাসে দৈনিক অগ্ৰদূতক ক্ষোভ প্ৰকাশ কৰিলে এইবুলি – দৰ্খাস্ত কিমান দিম, বছৰৰ পাছত বছৰ ধৰি দৰ্খাস্ত দিয়েই থাকিলোঁ, কিন্তু মই ঘৰ নাপাওঁ ।

দলৰ মানুহবোৰেও সভাই সমিতিয়ে যলৈকে মাতে তালৈকে যাওঁ। প্ৰতিবাৰেই ঘৰটো হব বুলি আশ্বাস দিয়ে, কিন্তু দেখিছেই নহয় মোৰ ঘৰৰ অৱস্থা। যোৱা বানপানীৰ সময়ত এখন বেৰ নষ্ট হৈ পৰাৰ পাছত বেৰখনৰ ব্যৱস্থা এতিয়াও কৰিব পৰা নাই।

কি কৰিম, এজন মানুহে দিন হাজিৰা কৰি ভাতেই খাম নে বেৰখনৰ ব্যৱস্থাই কৰিম। চাউলকেইটা পালেও ভাল আছিল, ৰেচন কাৰ্ডখনেই নিদিলে চাউল কত পাম। ” লক্ষণীয় যে ভৱেন দাসৰ পৰিয়ালটোয়ে যিধৰণে দিন কটাইছে যেন দেশীয় নাগৰিক নহৈ কোনোবা শৰণাৰ্থীহে। আনকি খাদ্যৰ অধিকাৰৰ পৰা আৰম্ভ কৰি কৃষকৰ সাহায্য পৰ্যন্ত প্ৰায় সকলোবোৰ চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হৈ আছে ভৱেন দাসৰ পৰিয়াল।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰে খাদ্যৰ অধিকাৰ প্ৰদান কৰিছে যদিও ভৱেন দাসে পোৱা নাই ৰেচন কাৰ্ডখন পৰ্যন্ত। ফলত তেওঁ চৰকাৰীভাৱে পেটৰ ভাতমুঠিৰ পৰাও বঞ্চিত হৈ আহিছে। তেওঁ কয় – এজন মানুহে হাজিৰা কৰোঁ।

তাকো সদায় কৰিব নোৱাৰোঁ, অসুস্থ মানুহ। ইয়াৰে চাউলৰ পৰা আৰম্ভ কৰি সকলো কিনিব লগা। আগতে অলপ কৃষকৰ ধন লাভ কৰিছিলো যদিও যোৱা ছয়মাহমানৰ পৰা সেয়াও বন্ধ কৰি দিছে। চৰকাৰে কেৱল দিছেহে দিছে, এই ভৱেন দাসলৈ কিন্তু কাৰো চকুত নপৰে।

” ইপিনে ভৱেন দাসৰ বৃদ্ধ মাতৃয়ে কান্দি কান্দি কয় – বাপাহত চৰকাৰক কবিচোন, আমাকো কিবা অলপ দিবলৈ। ” পিছে ভৱেন দাস আৰু তেওঁৰ বৃদ্ধ মাতৃৰ দুখ, কাতৰ শুনিবলৈ সময় হবনে চৰকাৰযন্ত্ৰৰ ? পূৰণ হবনে ২০২৫ ত সকলোৰে বাবে পকী ঘৰ নিৰ্মান কৰাৰ প্ৰধান মন্ত্ৰীৰ সপোন ? আগন্তুক সময়ে এনে প্ৰশ্নসমূহৰ উত্তৰ কি দিব সেয়া লক্ষণীয় হব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMONALBARIPMAY SchemePoor Family
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d