Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm PressMeet:ৰাজ্যৰ বান পৰিস্থিতিক লৈ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

publisher by publisher
July 1, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Cm PressMeet:ৰাজ্যৰ বান পৰিস্থিতিক লৈ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

ADVERTISEMENT

Cm PressMeet

ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ সহ নৈ- উপ- নৈ ফেনেফুটুকাৰে বাঢ়ি অহাত ইতিমধ্যে বাঢ়নী পানীয়ে প্লাৱিত কৰিছে উজনি আৰু উত্তৰ অসমৰ সাত শতাধিক গাঁও। অসম ভয়ংকৰ বানৰ বিভীষিকা সম্পৰ্কত আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে ৷

আনহাতে অসমৰ বান পৰিস্থিতি আৰু কেতবোৰ বিষয়কলৈ আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই জনতা ভৱনৰ লোকসেৱা ভৱনত সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে,ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ- উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। ৰাজ্যত প্রথমটো বান পাৰ হোৱাৰ পিছত এইটো দ্বিতীয় বান। এই বানত ৰাজ্যৰ ১৪ খন জিলাৰ ৪১ টাৰ ৰাজহ চক্ৰৰ ৬৯৮খন গাঁও বানৰ কবলত পৰিছে ৷ প্ৰায় ২ লাখ ৭০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে অনুষ্ঠিত হ’ব লগা কেবিনেটত বান পৰিস্থিতিৰ সন্দৰ্ভত লোৱা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰথমটো বানত প্লাৱিত হোৱা বুলি উল্লেখ কৰি জীৱ- জন্ত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাজিৰঙাত ২৩৩ চেকপ’ষ্টৰ ভিতৰৰ ৯৫টা বন শিবিৰ বানৰ কবলত ৷ কাজিৰঙাৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথেদি গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে নৈশ বাছ সমূহক এঘন্টাৰ মুৰে মুৰে যাব দিয়া হ’ব ৷

মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ শেহতীয়া বান পৰিস্থিতিৰ সম্পৰ্কত উল্লেখ কৰে যে ১৩ বছৰৰ ৰেৰ্কড ভংগ কৰি বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰিৰ জলস্তৰ বৃদ্ধি পোৱাত আজি পুৱা ৫ বজাৰ পৰা এনএইছ চিপিয়ে এৰিছে পানী | ৪০৯ কিউৱিক পানী এৰি দিছে। একেদৰে ৰঙানদী বান্ধৰ দুখনকৈ গেট খুলিছে নিপকোৱে। লগতে নিপকোৰ সৰ্তকবাণী নৈ-পৰীয়া ৰাইজলৈ।

লখিমপুৰৰ ২১ গাঁৱৰ ১১ হাজাৰ পৰিয়াল ক্ষতিগ্রস্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ডিব্রুগড়ত বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্রহ্মপুত্রৰ পানী। একেদৰে কে’বাদিন ধৰি দি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত চহৰৰ পানী ব্ৰহ্মপুত্ৰলৈ উলিয়াই নিব নোৱাৰা বাবে কৃত্ৰিম বানৰ সন্মুখীন হৈছে চহৰবাসী ৷ ইতিমধ্যে এছ ডিআৰএফ আৰু ডিব্ৰুগড় প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে |

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে,শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনি গৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হৈছে ৷ মন্ত্ৰী সকল হ’ল মন্ত্রী ৰঞ্জিৎ দাস, পীয়ুষ হাজৰিকা, সঞ্জয় কিষাণ ৷ একেদৰে বিধায়ক সকলকো ৰাইজৰ মাজত থাকি প্ৰয়োজনীয় সহায় – সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আজিৰ পৰা দেশত বলবৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, নতুন আইন বলৱৎ হোৱাৰ পিছতে ৰাজ্যত প্রথমটো গোচৰ ৰজু হৈছে নগাঁৱত ৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ইতিমধ্যে ৰুজু হৈছে সংশ্লিষ্ট ধাৰা । ৰাজ্যত যাতে আইন কেইখন সুচাৰুৰূপে বলৱৎ হয় তাৰ বাবে আৰক্ষীক দিয়া হৈছে প্ৰশিক্ষণ ৷ ইতিমধ্যে ৫০০ আৰক্ষীক দিয়া হৈছে প্রশিক্ষণ ৷

আনহাতে নতুন ন্যায় সংহিতাত ব্যৱস্থা কৰা হৈছে অনলাইন এজাহাৰৰ ৷ হোৱাটচআপ আৰু ই- মেইল যোগে এজাহাৰ দিব পাৰিব ৷তিনিদিনৰ ভিতৰত ৰজু হ’ব গোচৰ ৷ অসম কেন্দ্ৰীক কেতবোৰ গুৰুতৰ বিষয়ত এতিয়াৰ পৰা ন্যায় সংহিতাৰ ধাৰা প্ৰয়োগ হ’ব ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ প্ৰয়োজনীয় পদক্ষেপ লৈছে ৷ বাল্যবিবাহ কৰি নাবালিকাৰ স’তে যৌন সম্পৰ্ক কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ ১৬- ১৭ বছৰীয়া কিশোৰীক বিবাহ কৰিলে ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ব ৷ একেদৰে ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰিব, যদি ৰাখে এতিয়াৰে পৰা সেইলোকক ধৰ্ষণৰ গোচৰত অভিযুক্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

শিক্ষা সেতু এপক লৈ মুখ্যমন্ত্রীয়ে সদৰি কৰিলে কেতবোৰ মন্তব্য ৷ শিক্ষা সেতু এপক লৈ যি বিতৰ্ক হৈছে ৷ সেইয়া অমুলক কিয়নো এপটোক লৈ কোনো সমস্যা নাই বুলি একাংশ শিক্ষকে জনাইছে। অৱশ্যে এই সন্দৰ্ভত তিনিগৰাকী অধ্যাপকক লৈ গঠন কৰা হৈছে এখন কমিটী। কমিটীত আছে গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ,অধ্যাপক শৰৎ কুমাৰ পাত্র আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক ড: হিতেন চৌধুৰী।

এই তিনিজনীয়া কমিটিয়ে অতি পিছপৰা আৰু পাবত্যাঞ্চলৰ তিনিখন বিদ্যালয় পৰিদৰ্শন কৰিব আৰু এই সন্দৰ্ভত কিবা বিসংগতি থাকিলে চৰকাৰক অৱগত কৰিব৷ আনহাতে শিক্ষক সকলৰ কিবা অভিযোগ আৰু অভিজ্ঞতা জনাব বিচাৰিলে থাকিলে ৩১জুলাই ভিতৰত ই -মেইল একাউণ্ট যোগে জনাব পাৰিব ৷ অহা ১ ছেপ্টেম্বৰৰ ভিতৰত প্রকাশ কৰা হ’ব কমিটীৰ প্রতিবেদন।

এতিয়াৰে পৰা অসমৰ কোনো চিকিৎসকে কতব্যৰত সময়ত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিলে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয় খনৰ লাই’চেন্স বাতিল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ৷ তাৰোপৰি অসমৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰি ২০১৯ ৰ জুন মাহত নলবাৰীত  ফ্ৰী কিডনী ড্ৰাইলেছিচ কেন্দ্ৰ মুকলি কৰা হৈছিল ৷ যোৱা ২৩-২৪ চনত ২ লাখ ২১ হাজাৰ লোকে ফ্ৰী কিডনী ড্ৰাইলেছিত অংশ গ্ৰহণ কৰিছে ৷ সেই উদ্দেশ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিত কিডনী ফ্ৰী ড্ৰাইলেছিচ চেন্টাৰ খোলাৰ পোষকতা ৰাজ্য চৰকাৰে কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing PressMeetCm Himanta Biswa SarmaJanata BhawanLok Sewa Bhawan
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d