Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm PressMeet:ৰাজ্যৰ বান পৰিস্থিতিক লৈ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

publisher by publisher
July 1, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Cm PressMeet:ৰাজ্যৰ বান পৰিস্থিতিক লৈ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

ADVERTISEMENT

Cm PressMeet

ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ সহ নৈ- উপ- নৈ ফেনেফুটুকাৰে বাঢ়ি অহাত ইতিমধ্যে বাঢ়নী পানীয়ে প্লাৱিত কৰিছে উজনি আৰু উত্তৰ অসমৰ সাত শতাধিক গাঁও। অসম ভয়ংকৰ বানৰ বিভীষিকা সম্পৰ্কত আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে ৷

আনহাতে অসমৰ বান পৰিস্থিতি আৰু কেতবোৰ বিষয়কলৈ আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই জনতা ভৱনৰ লোকসেৱা ভৱনত সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে,ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ- উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। ৰাজ্যত প্রথমটো বান পাৰ হোৱাৰ পিছত এইটো দ্বিতীয় বান। এই বানত ৰাজ্যৰ ১৪ খন জিলাৰ ৪১ টাৰ ৰাজহ চক্ৰৰ ৬৯৮খন গাঁও বানৰ কবলত পৰিছে ৷ প্ৰায় ২ লাখ ৭০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে অনুষ্ঠিত হ’ব লগা কেবিনেটত বান পৰিস্থিতিৰ সন্দৰ্ভত লোৱা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰথমটো বানত প্লাৱিত হোৱা বুলি উল্লেখ কৰি জীৱ- জন্ত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাজিৰঙাত ২৩৩ চেকপ’ষ্টৰ ভিতৰৰ ৯৫টা বন শিবিৰ বানৰ কবলত ৷ কাজিৰঙাৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথেদি গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে নৈশ বাছ সমূহক এঘন্টাৰ মুৰে মুৰে যাব দিয়া হ’ব ৷

মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ শেহতীয়া বান পৰিস্থিতিৰ সম্পৰ্কত উল্লেখ কৰে যে ১৩ বছৰৰ ৰেৰ্কড ভংগ কৰি বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰিৰ জলস্তৰ বৃদ্ধি পোৱাত আজি পুৱা ৫ বজাৰ পৰা এনএইছ চিপিয়ে এৰিছে পানী | ৪০৯ কিউৱিক পানী এৰি দিছে। একেদৰে ৰঙানদী বান্ধৰ দুখনকৈ গেট খুলিছে নিপকোৱে। লগতে নিপকোৰ সৰ্তকবাণী নৈ-পৰীয়া ৰাইজলৈ।

লখিমপুৰৰ ২১ গাঁৱৰ ১১ হাজাৰ পৰিয়াল ক্ষতিগ্রস্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ডিব্রুগড়ত বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্রহ্মপুত্রৰ পানী। একেদৰে কে’বাদিন ধৰি দি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত চহৰৰ পানী ব্ৰহ্মপুত্ৰলৈ উলিয়াই নিব নোৱাৰা বাবে কৃত্ৰিম বানৰ সন্মুখীন হৈছে চহৰবাসী ৷ ইতিমধ্যে এছ ডিআৰএফ আৰু ডিব্ৰুগড় প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে |

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে,শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনি গৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হৈছে ৷ মন্ত্ৰী সকল হ’ল মন্ত্রী ৰঞ্জিৎ দাস, পীয়ুষ হাজৰিকা, সঞ্জয় কিষাণ ৷ একেদৰে বিধায়ক সকলকো ৰাইজৰ মাজত থাকি প্ৰয়োজনীয় সহায় – সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আজিৰ পৰা দেশত বলবৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, নতুন আইন বলৱৎ হোৱাৰ পিছতে ৰাজ্যত প্রথমটো গোচৰ ৰজু হৈছে নগাঁৱত ৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ইতিমধ্যে ৰুজু হৈছে সংশ্লিষ্ট ধাৰা । ৰাজ্যত যাতে আইন কেইখন সুচাৰুৰূপে বলৱৎ হয় তাৰ বাবে আৰক্ষীক দিয়া হৈছে প্ৰশিক্ষণ ৷ ইতিমধ্যে ৫০০ আৰক্ষীক দিয়া হৈছে প্রশিক্ষণ ৷

আনহাতে নতুন ন্যায় সংহিতাত ব্যৱস্থা কৰা হৈছে অনলাইন এজাহাৰৰ ৷ হোৱাটচআপ আৰু ই- মেইল যোগে এজাহাৰ দিব পাৰিব ৷তিনিদিনৰ ভিতৰত ৰজু হ’ব গোচৰ ৷ অসম কেন্দ্ৰীক কেতবোৰ গুৰুতৰ বিষয়ত এতিয়াৰ পৰা ন্যায় সংহিতাৰ ধাৰা প্ৰয়োগ হ’ব ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ প্ৰয়োজনীয় পদক্ষেপ লৈছে ৷ বাল্যবিবাহ কৰি নাবালিকাৰ স’তে যৌন সম্পৰ্ক কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ ১৬- ১৭ বছৰীয়া কিশোৰীক বিবাহ কৰিলে ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ব ৷ একেদৰে ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰিব, যদি ৰাখে এতিয়াৰে পৰা সেইলোকক ধৰ্ষণৰ গোচৰত অভিযুক্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

শিক্ষা সেতু এপক লৈ মুখ্যমন্ত্রীয়ে সদৰি কৰিলে কেতবোৰ মন্তব্য ৷ শিক্ষা সেতু এপক লৈ যি বিতৰ্ক হৈছে ৷ সেইয়া অমুলক কিয়নো এপটোক লৈ কোনো সমস্যা নাই বুলি একাংশ শিক্ষকে জনাইছে। অৱশ্যে এই সন্দৰ্ভত তিনিগৰাকী অধ্যাপকক লৈ গঠন কৰা হৈছে এখন কমিটী। কমিটীত আছে গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ,অধ্যাপক শৰৎ কুমাৰ পাত্র আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক ড: হিতেন চৌধুৰী।

এই তিনিজনীয়া কমিটিয়ে অতি পিছপৰা আৰু পাবত্যাঞ্চলৰ তিনিখন বিদ্যালয় পৰিদৰ্শন কৰিব আৰু এই সন্দৰ্ভত কিবা বিসংগতি থাকিলে চৰকাৰক অৱগত কৰিব৷ আনহাতে শিক্ষক সকলৰ কিবা অভিযোগ আৰু অভিজ্ঞতা জনাব বিচাৰিলে থাকিলে ৩১জুলাই ভিতৰত ই -মেইল একাউণ্ট যোগে জনাব পাৰিব ৷ অহা ১ ছেপ্টেম্বৰৰ ভিতৰত প্রকাশ কৰা হ’ব কমিটীৰ প্রতিবেদন।

এতিয়াৰে পৰা অসমৰ কোনো চিকিৎসকে কতব্যৰত সময়ত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিলে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয় খনৰ লাই’চেন্স বাতিল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ৷ তাৰোপৰি অসমৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰি ২০১৯ ৰ জুন মাহত নলবাৰীত  ফ্ৰী কিডনী ড্ৰাইলেছিচ কেন্দ্ৰ মুকলি কৰা হৈছিল ৷ যোৱা ২৩-২৪ চনত ২ লাখ ২১ হাজাৰ লোকে ফ্ৰী কিডনী ড্ৰাইলেছিত অংশ গ্ৰহণ কৰিছে ৷ সেই উদ্দেশ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিত কিডনী ফ্ৰী ড্ৰাইলেছিচ চেন্টাৰ খোলাৰ পোষকতা ৰাজ্য চৰকাৰে কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing PressMeetCm Himanta Biswa SarmaJanata BhawanLok Sewa Bhawan
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d