Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAP has Demanded that the Floods in Assam be Declared a National Problem: নৱাগত ৰমেন বৰঠাকুৰক কাষত বহুৱাই ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল

অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী আপৰ, ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ আপৰ শীৰ্ষ নেতৃত্বৰ

publisher by publisher
July 4, 2024
in India, Assam, News
Reading Time: 2 mins read
0
AAP has Demanded that the Floods in Assam be Declared a National Problem: নৱাগত ৰমেন বৰঠাকুৰক কাষত বহুৱাই ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল
2
SHARES
15
VIEWS
ShareShareShareShare

AAP has Demanded that the Floods in Assam be Declared a National Problem:

ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে অভূতপূৰ্ব বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাওঁ পানীৰ তলত আছে। ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোক সকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই।

ADVERTISEMENT

এনে অৱস্থাত আমি সীমাৱদ্ধতাৰ মাজতো আম আদমী পাৰ্টিৰ পক্ষৰ পৰা বিভিন্ন জিলাত বান সাহায্য আগবঢ়াইছোঁ। বৰ্তমানলৈকে আমি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, মাজুলী, দৰং আদি জিলা সমূহত কিছু পৰিমাণে খাদ্য সামগ্ৰী, খোৱা পানী আদি বিতৰণ কৰিছোঁ। কাইলৈ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আপৰ স্বেচ্ছাসেৱক সকলে বান সাহায্য বিতৰণ কৰিব।

RelatedPosts

Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই

AAp Assamআপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী

App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে গণেশগুৰিস্থ আপ অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে বান পীড়িত ৰাইজলৈ দলৰ ফালৰ পৰা আগবঢ়োৱা সাহায্য অভিযান সন্দৰ্ভত অৱগত কৰে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় আপৰ নেতাগৰাকীয়ে । তেওঁ কয়, ৰাজ্যখনৰ সম্পদ যদি ৰাষ্ট্ৰই নিজৰ বুলি বিবেচনা কৰে তেন্তে ৰাজ্যৰ বান, গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিব লাগিব। কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ নীতি পৰিহাৰ কৰিব লাগিব।

সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰি নতুনকৈ আপত যোগদান কৰা ৰমেন বৰঠাকুৰেও বক্তব্য দাঙি ধৰে। ৰাজ্যখনৰ বান সমস্যাৰ উপৰিও অন্যান্য জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত বৰঠাকুৰে আপত যোগদান কৰা বুলি প্ৰকাশ কৰে। তেওঁ কয়, ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে আপৰ শীৰ্ষ নেতৃত্বই অসমৰ দলীয় নেতৃত্বলৈ সাজু হোৱাৰ নিৰ্দেশ দিছে। সেইবাবে দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ১৮ বছৰ বয়সৰ পৰা ৯০ বছৰ বয়সীয়া সকলো স্তৰৰ লোককে আপত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ ।

সংবাদমেলত আপ অসমৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই বান বিধ্বস্ত অঞ্চলৰ লোকৰ বাবে পৰ্যাপ্তভাৱে খাদ্য সামগ্ৰী আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। তদুপৰি মহিলা সকলৰ বাবে ছেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিবলৈও আপৰ নেত্ৰী গৰাকীয়ে অনুৰোধ জনায়। আপৰ নেতৃত্বত ৰাজ্যজুৰি বান সাহায্য অভিযানত সকলোৰে সহযোগিতা কামনা কৰে অনুৰূপা ডেকাৰজাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAp AssamDeclared a National ProblemDemandedFloods in Assam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d