Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

TB free India : প্ৰধান মন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযান

বকো স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত পাঁচগৰাকী যক্ষ্মা ৰোগীৰ ছমাহৰ দায়িত্ব লৈ বিধায়িকা নন্দিতা দাসে বিতৰণ কৰিলে সাহায্য সামগ্ৰী

publisher by publisher
October 28, 2022
in Assam, India, News
Reading Time: 1 min read
0
TB free India : প্ৰধান মন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযান
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Tuberculosis : বিগত দুবছৰত ১৪ শতাংশ বৃদ্ধি যক্ষ্মাত মৃত্যুৰ হাৰ

অসম প্ৰকাশন পৰিষদৰ বঁটা ঘোষণা

কোনো কাৰণতে যাতে অসমৰ মাটি মেঘালয়ক দিয়া নহয় : নন্দিতা দাস

TB free India :

প্ৰধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযানৰ বাবে যক্ষ্মা দূৰীকৰণৰ আন্দোলন চলি থকা সময়তে কামৰূপ জিলাৰ বকো সামূহিক চিকিৎসালয়ত নিশ্চিয় মিত্ৰ আঁচনিৰ অধীনত বকো যক্ষ্মা গোটৰ অন্তৰ্গত অঞ্চলটোৰ পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য প্ৰদান কাৰ্যসূচী আজি অনুষ্ঠিত হয় ৷

ADVERTISEMENT

উক্ত কাৰ্যসূচী উদ্ধোধন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ জ্যেষ্ঠ যক্ষ্মা চিকিৎসা পৰিদৰ্শক ধ্ৰুৱজ্যোতি মেধিয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মন্টু কুমাৰ দাসে ৷

Tuberculosis free India

যক্ষ্মা ৰোগীক সাহায্য বিতৰণ অনুষ্ঠানত বকো সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ অপূৰ্ব কুমাৰ তালুকদাৰ, জিলা পি পি এম সমন্বয়ক পলাশী কলিতাৰ উপস্থিতিত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে পাঁচগৰাকী যক্ষ্মা ৰোগীৰ দায়িত্ব লৈ ৰোগী কেইগৰাকীৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে ৷

আজিৰ এই সজাগত আৰু সাহায্য বিতৰণ অনুষ্ঠানত মুগাখোলৰ কল্পনা বড়ো, দাৰিসত্ৰৰ বিশেশ্বৰ কৈৱৰ্ত, পয়ৰংগাৰ তাৰাবু বিবি, মৌমানৰ বলোৰাম ৰাভা, টেপছিয়াৰ অৰবিন্দ ডেকা নামৰ পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য সামগ্ৰী বিতৰণ কৰে ৷

সভাত পি পি এম কো-অৰ্ডিনেটৰ পলাশী কলিতাই যক্ষ্মাৰ ওপৰত বিষদভাৱে ৰাইজৰ আগত ব্যক্তব্য আগবঢ়ায় ৷ যক্ষ্মামুক্ত ভাৰত গঢ়িবৰ কাৰণে যক্ষ্মা পৰীক্ষা কৰাটো অতি জৰুৰী বুলি মত প্ৰকাশ কৰে ৷

MLA Nandita das dispensing relief to Tuberculosis patients

দুসপ্তাহৰ অধিক সময় কাঁহ হৈ থাকিলে সেয়া যক্ষ্মাৰ লক্ষণ হ’ব পাৰে ৷ সেয়ে সময় মতে যক্ষ্মাৰ পৰীক্ষা কৰিব লাগে বুলি ৰাইজক অৱগত কৰে ৷

সভাত বকো সমষ্টিৰ বিধায়িকা দাসে পাঁচগৰাকী যক্ষ্মা ৰোগীৰ ছমাহৰ দায়িত্ব বহন কৰি ৰোগীসকলৰ মাজত সুষম আহাৰ প্ৰদান কৰি বকো স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১৫০ গৰাকী যক্ষ্মা ৰোগীৰ দায়িত্ব সকলো শ্ৰেণীৰ ৰাইজক ল’বলৈ আহ্বান জনায় আৰু চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চিকিৎসাৰ সুবিধা ল’বলৈয়ো ৰাইজক আহ্বান জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: nandita dasTB free IndiaTuberculosis
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d