Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

UK general election,voting Continues:ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন,ভোটদান অব্যাহত

ব্ৰিটেইনবাসীয়ে নিৰ্বাচন কৰিব নতুন মুখ্যমন্ত্ৰী, অপিনিয়ন পুলত ছুনাকৰ পাৰ্টিৰ পৰাজয়ৰ ইংগিত, ১৪ বৰ্ষত সলনি হৈছিল ৫ জন প্ৰধানমন্ত্ৰী

publisher by publisher
July 4, 2024
in News, International
Reading Time: 2 mins read
0
UK general election,voting Continues:ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন,ভোটদান অব্যাহত
2
SHARES
24
VIEWS
ShareShareShareShare

UK General Election,voting Continues:

ব্ৰিটেইনত আজি অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচন ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্ব সামৰণি পৰিব নিশা দহ বজাত ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে পুৱাতে নৰ্থালাৰটন ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে, ৰাজনৈতিক বিশেষজ্ঞ আৰু অপিনিয়ন প’লে ভৱিষ্যদ্বাণী কৰিছে যে ব্ৰিটেইনৰ বিৰোধী লেবাৰ পাৰ্টিয়ে আজি অনুষ্ঠিত নিৰ্বাচনত আধুনিক ইতিহাসৰ যিকোনো দলৰ সৰ্বাধিক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে ৷

RelatedPosts

Outgoing British PM Rishi Sunak:পৰাস্ত হৈও নাম ৰাখিলে ঋষি ছুনাকে

26 Indian Origin Mps Elected To UK Parliament:ব্রিটেইনৰ হাউছ অৱ কমন্সত ভাৰতীয় বংশোদ্ভূতৰ ভিৰ

1 Million Hindus angry in Britain:ব্রিটেইনত ক্ষুব্ধ ১০ লাখ হিন্দু, ৰাজনৈতিক দলক দিছে এইসমূহ দাবী

নিৰ্বাচনী সমীক্ষাই ইংগিত দিয়ে যে সংসদীয় নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ নেতৃত্বত ১৪ বছৰীয়া চৰকাৰৰ অন্ত পৰিব আৰু কেয়াৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিৰ হাতত তুলি দিব দেশ খনৰ ক্ষমতা ৷

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ব্ৰিটেইনৰ ৰাজনৈতিক নেতাসকলে সংখ্যালঘু ভোটাৰ সকলৰ কাষ চাপি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিশেষকৈ হিন্দু ধৰ্মালম্বী অধ্যুষিত অঞ্চলত শাসনাধিষ্ঠ কনজাৰ্ভেটিভ পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ নেতা সকলে ব্যাপক প্ৰচাৰ চলায় নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত। উল্লেখ্য যে, ১৪ বছৰীয়া কনজাৰ্ভেটিভ শাসনৰ অন্ত পেলোৱাৰ বাবে বিৰোধী লেবাৰ দলটো এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে ৷

আনহাতে, প্ৰধানমন্ত্ৰী ঋষি ছুনাকে প্ৰাক নিৰ্বাচনী সমীক্ষাক একেমুখে নাকচ কৰি দৃঢ়তাৰে কয় যে,পুনৰ লণ্ডনৰ মছনদ গঠন কৰিব তেওঁৰ দল কনজাৰ্ভেটিভে ৷ মনকৰিবলগীয়া যে,২০১০ চনত গৰ্ডন ব্ৰাউনে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ষ্টাৰমাৰ লেবাৰ পাৰ্টিৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সম্ভাৱনা আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bitish Pm Rishi SunakUK General Electionvoting Continues
publisher

publisher

Related Posts

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d