Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lanslide In Guwahati Athmail:মহানগৰীৰ আঠমাইলত ভূমিস্খলন

গুৰুতৰভাৱে আহত ১৪ বছৰীয়া কিশোৰী

publisher by publisher
July 5, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Lanslide In Guwahati Athmail:মহানগৰীৰ আঠমাইলত ভূমিস্খলন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Samaguri Incident: নগাঁৱৰ চামগুৰিৰ চিমনাবস্তি চাঞ্চল্যকৰ ঘটনা

Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

Landslide in Meghalaya’s Koliang:মেঘালয়ৰ কোলিয়াঙত ভয়ংকৰ ভূমিস্খলন

Lanslide In Guwahati Athmail:

যোৱা নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে মহানগৰীৰ আঠমাইলৰ গাৰোবস্তীত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা।

শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি কৰণ মৃত্যু ঘটে ৰুমী দাস আৰু তেওঁৰ পাঁচবছৰীয়া পুত্ৰ চম্পক দাসৰ ৷ ঘটনাত গুৰুতৰভাৱে আহত হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ ১৪ বছৰীয়া কন্যা ৰীমা দাস ৷ শোকাৱহ ঘটনাটি সংঘটিত হয় খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত। এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ গাৰোবস্তী অঞ্চলত ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু চক্ৰ বিষয়া উপস্থিত হৈ মাতৃ- পুত্ৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷ উল্লেখ্য যে,মহানগৰীত ২০১৪ ৰ পৰা ২০২৪ ৰ পাঁচ জুলাইলৈকে ভূমিস্খলনত প্ৰাণহানী হোৱা লোকৰ সংখ্যা ৪৩ জন। চলিত বৰ্ষৰ ছমাহত ভূমিস্খলনত মৃত্যুৰ সংখ্যা তিনিজন ৷

মহানগৰীত নেৰানেপেৰা বৰষুণ দিলেই বহু কেইটা পাহাৰীয়া অঞ্চলত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ যাৰ পৰিপ্ৰেক্ষিতত মহানগৰ প্ৰশাসনে বহু কেইটা ভূমিস্খলন প্ৰৱন এলেকা চিহ্নিত কৰি সংশ্লিষ্ট অঞ্চলবাসীৰ হাই এলাৰ্ট কৰি নিৰাপদস্থানলৈ যাবলৈ আহ্বান জনাইছিল ৷

আনহাতে গুৱাহাটীত কৃত্ৰিম বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি  জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডিডিএমএ), কামৰূপ (মহানগৰ)ৰ জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ (ডিইঅ’চি)ৰ | কামৰূপ মহানগৰ প্ৰশাসনৰ  টোল ফ্ৰী হেল্পলাইন নম্বৰ ০৩৬১-১০৭৭   | ৯৩৬৫৪-২৯৩১৪ মোবাইল নম্বৰতো কৰিব পাৰিব  যোগাযোগ  | জৰুৰীকালীন সহায়ৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 14 year girl InjuredGuwahati AaathmailLanslide Incidentmother-son Dead
publisher

publisher

Related Posts

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d