Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Fire breaks out at shopping mall in Dhaka; 43 dead, several people injured:বাংলাদেশৰ ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড

সাতমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪৩ ,আহত ৪০,জীৱন্তে উদ্ধাৰ ৭৫

publisher by publisher
March 1, 2024
in News, International
Reading Time: 2 mins read
0
Fire breaks out at shopping mall in Dhaka; 43 dead, several people injured:বাংলাদেশৰ ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

আৰু অধিক ঘনিষ্ঠ পাক–বাংলাদেশ!

Sheikh Hasina:বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গোচৰৰ ৰায়দান পিছুৱালে ১৭ নৱেম্বৰলৈ

Fire breaks out at shopping mall in Dhaka; 43 dead, several people injured:

চুবুৰীয়া বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ৪৩ জন লোকে ৷ আনহাতে শোকাৱহ ঘটনাটোত আহত হয় ৪০ আৰু উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰে ৭৫জনক ৷

ADVERTISEMENT

দেশখনৰ ৰাজধানী চহৰ ঢাকাৰ বেইলী ৰোডত অৱস্থিত এটা সাতমহলীয়া অট্টালিকাত বৃহস্পতিবাৰে নিশা এখন বিৰিয়ানী ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সুত্ৰপাত হয় ৷

bangla 2উল্লেখ্য যে,অট্টালিকাটোৰ এটা মহলা ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হৈছিল। খাদ্যৰ দোকানৰ বাহিৰেও সেই অট্টালিকাত কাপোৰ-কানি, মোবাইল আদিৰ দোকান আছিল।

আনহাতে ,সাতমলীয়া সুবিশাল অট্টালিকাটোৰ দ্বিতীয় মহলাত আছিল এখন বিৰিয়ানীৰ প্ৰস্তুতকাৰী ৰেষ্টুৰেণ্ট। এই বিৰিয়ানী দোকান খনৰ পৰা সুত্ৰপাত হোৱা জুয়ে আগুৰি ধৰে কে’বাটাও মহলা ৷ অগ্নিকাণ্ডত বিস্ফোৰিত হয় বহুকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ।

লাহে লাহে ওপৰলৈ বিয়পি পৰিল জুই। তলৰ পৰা ওপৰলৈ জুই বিয়পি পৰাত বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে। জুই আৰু ধোঁৱাৰ পৰা হাত সাৰিবলৈ বহুতে ছাদত আশ্ৰয় লৈছিল। বহুমহলীয়া ভৱনটোৰ ভিতৰৰ পৰা মুঠ ৭৫ জন লোকক জীৱন্তে অৱস্থাত উলিয়াই আনে উদ্ধাৰকাৰী দলে। ইয়াৰে ৪০ জনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় নিকটৱৰ্তী ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত ৷

নিশা ১০ সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা মুঠ ১৩খন অগ্নি নির্বাপন বাহনৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ১১:৫০ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে যুদ্ধকালীত তৎপৰতাৰে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে । এই কৰুণ ঘটনাৰ পাছতে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী সমন্তলাল সেনে ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সকলোৰে চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

তেওঁ অগ্নিকাণ্ডটোত ‘এতিয়ালৈকে ৪৩ জন লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰে এই সংখ্যা বাঢ়িব পাৰে বুলি প্ৰকাশ কৰে ৷

আনহাতে ঢাকা প্ৰসাসনে শোকাৱহ ঘটনাটোৰ উচ্চপৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ বাংলা প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ কৰুণ ঘটনাটোত মৃত্যু হোৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷ শুক্ৰবাৰে পুৱাৰে ঘটনাস্থলীত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত জপিয়াই পৰে ৷

মনকৰিবলগীয়া যে,ঢাকাত স্থিত সুবিশাল অট্টালিকা সমূহ সম্প্ৰতি আবাসী সকলৰ বাবে মৰণফান্দত পৰিণত হৈছে ৷ কিয়নো সঘনাই সংঘটিত হোৱা অগ্নিকাণ্ডত বহুলোকৰ প্ৰাণহানী হৈছে ৷

banagla 3মুলত: অগ্নিনিৰ্বাপক নিয়ম উলংঘা কৰাৰ বাবে দেশখনৰ ঢাকা সহ প্ৰায় কেইখন চহৰৰ সুউচ্চ অট্টালিকা বা ফেক্টৰীত প্ৰায়ে অগ্নিকাণ্ড সংঘটিত হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

২০১০ ত ঢাকা মহানগৰীৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত অগ্নিকাণ্ডত ১২৪ জন লোকে প্ৰাণ গৈছিল । ২০১৯ ত মহানগৰ খনৰ মাজমজিয়াতস্থিত কে’বামহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে একেটা বছৰতে আন এক অগ্নিকাণ্ডত ৭১ জন লোকে কৰুণ মৃত্যুক সাবটি লয় আৰু বহুজন আহত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 43 deadBuilding FireDhakafire caughtseveral people injured
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d