Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 

    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

    প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

    বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

    Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Border police ordered not to take cases against foreigners of six religions:ছয় ধৰ্মৰ বিদেশীৰ বিৰুদ্ধে গোচৰ নল’বলৈ নির্দেশ সীমান্ত আৰক্ষীক

নতুনকৈ প্ৰৱেশ কৰা বিদেশীক ৰক্ষণাবেক্ষণ, ন্যায়াধিকৰণত চলি থকা হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ প্ৰসংগৰ উল্লেখ নাই

publisher by publisher
July 15, 2024
in Uncategorized
Reading Time: 3 mins read
0
Border police ordered not to take cases against foreigners of six religions:ছয় ধৰ্মৰ বিদেশীৰ বিৰুদ্ধে গোচৰ নল’বলৈ নির্দেশ সীমান্ত আৰক্ষীক
2
SHARES
16
VIEWS
ShareShareShareShare

Border police ordered not to take cases against foreigners of six religions:

নাগৰিকত্ব বিচাৰি আবেদন কৰক বা নকৰক, এতিয়াৰে পৰা ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্রীষ্টান ধর্মীয় কোনো লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণ কৰিব নোৱাৰিব অসম আৰক্ষীৰ সীমান্ত শাখাই। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে এক পত্ৰযোগে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকপ্রধানক এই ক্ষেত্ৰত আৰক্ষীক সতর্ক হ’বলৈ নির্দেশ দিছে।

ADVERTISEMENT

পত্রখনত উল্লেখ কৰা হৈছে যে নাগৰিকত্ব (সংশোধিত) আইন, ২০১৯ (কা) ৰূপায়ণৰ স্বাৰ্থত আৰক্ষীয়ে এতিয়াৰে পৰা সংশ্লিষ্ট হিন্দুকে ধৰি ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে বিদেশী বুলি গোচৰ ৰুজু কৰিব নোৱাৰিব। উল্লেখ্য যে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক আৰক্ষীৰ সীমান্ত শাখাই বিদেশী বুলি গোচৰ পঞ্জীয়ন কৰি বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণৰ পৰিৱৰ্তে তেওঁলোকক নির্দিষ্ট প’ৰ্টেলৰ জৰিয়তে নাগৰিকত্ব বিচাৰি নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰিবলৈহে সহায় তথা পৰামর্শ দিব লাগিব।

RelatedPosts

Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা

Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

ACS officer Sharmistha Barah has been dismissed : এচিএছ বিষয়া শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত

আৰক্ষীক ৰাজ্য চৰকাৰে এই বুলিও নির্দেশ দিছে যে সংশ্লিষ্ট তিনিখন ৰাষ্ট্ৰৰ পৰা অহা নির্দিষ্ট ছটা ধৰ্মৰ এনে লোকৰ সম্ভেদ লাভ কৰিলেও তেওঁলোকৰ বিষয়ে আৰক্ষীয়ে এতিয়াৰে পৰা সুকীয়া পঞ্জীয়ন বহীত তথ্য সন্নিৱিষ্ট কৰিব লাগিব। অর্থাৎ এতিয়াৰে পৰা মুছলমান ধৰ্মৰ লোকক বাদ দি আন সকলো ধৰ্মৰে বিদেশীৰ বিৰুদ্ধে অভিযোগ লাভ কৰিলেও ‘কা’ৰ অধীনত তেওঁলোক সুৰক্ষিত হোৱাৰ সূত্ৰে আৰক্ষীয়ে গ্রেপ্তাৰ বা বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণৰ পৰিৱৰ্তে নাগৰিকত্ব লাভ কৰাত সহায়হে কৰিব লাগিব।

আৰক্ষীক গৃহ বিভাগৰ সচিবে নির্দেশ দিছে যে ‘কা’ৰ অধীনত সুৰক্ষিত এনে বিদেশীৰ সম্ভেদ পালে বা কোনো লোকে অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে তেনে লোকক ‘ইণ্ডিয়ানচিটজেনশ্বিপঅনলাইন. এনআইচি.ইন ঠিকনাত আবেদন কৰিবলৈ পৰামৰ্শ দিব লাগিব।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পার্থ প্রতিম মজুমদাৰে যোৱা পাঁচ জুলাইত আৰক্ষীৰ সীমান্ত শাখালৈ প্ৰেৰণ কৰা পত্ৰখনত এই কথাও উল্লেখ কৰিছে যে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অসমত প্ৰৱেশ কৰা নিৰ্দিষ্ট ছটা ধৰ্মৰ লোকৰ ক্ষেত্রতহে প্রযোজ্য এই সুকীয়া ব্যৱস্থা তালিকাত নথকা আন ধৰ্মৰ লোকৰ ক্ষেত্ৰত যাতে প্রযোজ্য কৰা নহয়। যদিহে আন ধৰ্মৰ কোনো বিদেশী দৃষ্টিগোচৰ হয়, তেন্তে তেনে লোকক কৰায়ত্ত কৰি পোনপটীয়াকৈ সংশ্লিষ্ট অঞ্চলত থকা বিদেশী ন্যায়াধিকৰণলৈ বিচাৰৰ বাবে প্ৰেৰণ কৰিব লাগিব বুলি পত্ৰখনত আৰক্ষীক নির্দেশ দিয়া হৈছে।

উল্লেখ্য যে ‘কা’ প্রযোজ্য হোৱাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন নকৰা বা নাগৰিকত্ব লাভ নকৰা নির্দিষ্ট ধৰ্মৰ সংশ্লিষ্ট লোকসকলক আন এক ৰক্ষা কবচ প্রদান কৰি তেওঁলোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণৰ হাত-মুখ বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰে দিয়া নির্দেশক লৈ এতিয়া ৰাজ্যত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভিন্ন পক্ষই অভিযোগ কৰা মতে, ৰাজ্য চৰকাৰে এই নির্দেশনাৰ জৰিয়তে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত নতুনকৈ প্ৰৱেশ কৰা বিশেষকৈ হিন্দু বাঙালী সম্প্ৰদায়ৰ লোকসকলক সুৰক্ষা দিবলৈ উঠিপৰি লগাৰ বিপৰীতে পূৰ্বৰে পৰা থকা হিন্দু বাঙালীসকলৰ ক্ষেত্ৰত মূৰ পোলোকা মাৰিছে। কিয়নো ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণত বর্তমানেও হিন্দু বাঙালী সম্প্ৰদায়ৰ শ শ লোকৰ বিৰুদ্ধে চলি আছে বিদেশী সন্দেহত গোচৰ। একে সম্প্ৰদায়ৰ একাংশ লোকে নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ লগতে কিছু সংখ্যকে নাগৰিকত্ব লাভ কৰিছে যদিও একে সময়তে একে ধৰ্মৰ আন একাংশ লোকে আকৌ বিদেশী ন্যায়াধিকৰণলৈ তাত-বাটি কাঢ়িবলগীয়া হৈছে।

লক্ষ্যণীয় যে ‘কা’ প্রযোজ্য হ’ল যদিও ইতিপূর্বে বিদেশী সন্দেহত বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে কোনো নির্দেশ জাৰি কৰা নাই। ইফালে, ‘কা’ৰ অধীনত নতুনকৈ গোচৰ ৰুজু নকৰিবলৈ তথা বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণ নকৰিবলৈ গৃহ বিভাগে নির্দেশ জাৰি কৰিছে যদিও ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰস্তুতিৰ কাম আৰম্ভ হোৱাৰ সময়ৰে পৰা অর্থাৎ ২০১৪ৰ পৰা আজি পর্যন্ত কোনো লোকৰ বিৰুদ্ধে বিদেশী সন্দেহত নতুনকৈ গোচৰ ৰুজু কৰা প্রক্রিয়া বন্ধ। হৈ আছে।

এনআৰচি প্ৰস্তুতিৰ সময়ত কোনো লোকক বিদেশী বুলি সন্দেহ কৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে, তেনে লোক এনআৰচি প্ৰক্ৰিয়াৰ আওতাৰ পৰা বাহিৰ হৈ যোৱাৰ আশংকা কৰি নতুনকৈ গোচৰ ৰুজু প্ৰক্ৰিয়া বন্ধ ৰখা হৈছে। সেই ধাৰাবাহিকতা অব্যাহত থকাৰ সময়তে গৃহ বিভাগে এতিয়া সংশ্লিষ্ট ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ নকৰিবলৈ দিয়া নির্দেশ অন্তঃসাৰশূন্য বুলি অভিযোগ উঠিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtBorder police orderedsix religionsstate Home Secretarytake cases against foreigners
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d