Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা

চৌদিশে বিদ্যুৎ কৰ্তনত হাহাকাৰ

publisher by publisher
May 31, 2025
in Assam, News
Reading Time: 2 mins read
0
Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Heavy rains disrupted normal life:

বংগোপ সাগৰত সৃষ্ট নিম্নচাপৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যজুৰি জটিল পৰিৱেশৰ সৃষ্টি হৈছে। নেৰানেপেৰা বৰষুণে চৌদিশে স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে। কেতবোৰ স্থানত প্ৰবল বৰষুণৰ সমান্তৰালভাৱে ধুমুহায়ো তাণ্ডব চলাইছে। আনকি ধুমুহাৰ ফলত প্রকাণ্ড প্রকাণ্ড গছ উভালি চলন্ত বাহনত পৰে। এনে ঘটনাসমূহত দৈবক্রমেহে পুৰুষ-মহিলাসহ বহুসংখ্যক লোকৰ দৈবক্ৰমেহে প্ৰাণৰক্ষা পৰে।

ADVERTISEMENT

ছিপাঝাৰত এখন বিদ্যালয়ৰ শিক্ষকৰ জিৰণি কোঠাৰ ওপৰত এজোপা গছ উভালি পৰে। ঘটনাটোত কে’বাগৰাকী শিক্ষক-শিক্ষয়িত্রী কথমপিহে ৰক্ষা পৰে। আনহাতে, ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই জটিল পৰিস্থিতিৰ সৃষ্টি কৰাত বিভিন্ন স্থানত কর্তৃপক্ষই বিদ্যুৎ কৰ্তন কৰাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।

# বগৰীবাৰীত কথমপি প্ৰাণৰক্ষা বহুসংখ্যক বাছযাত্ৰীৰ

মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে বলা ধুমুহাৰ ফলত শুকুৰবাৰে ধুবুৰী জিলাৰ বগৰীবাৰীত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজোপা প্রকাণ্ড গছ উভালি এখন চলন্ত বাছত পৰাত বাছখন বিধ্বস্ত হয়। ঘটনাটোত দৈবক্রমেহে বাছখনৰ যাত্ৰীসকলৰ প্ৰাণৰক্ষা পৰে। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী বাছখনৰ ওপৰত গছজোপা উভালি পৰাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটোৰ ফলত কিছুসময়ৰ বাবে পথছোৱাৰে যাতায়াত বন্ধ হৈ থাকে। পাছত স্থানীয় লোকৰ সহযোগত বন বিভাগ আৰু আৰক্ষীয়ে গছজোপা কাটি আঁতৰাই বাছখন উদ্ধাৰ কৰাৰ লগতে পথছোৱা মুকলি কৰি দিয়ে।

# ছিপাঝাৰত ই-ৰিক্সাৰ ওপৰত উভালি পৰিল গছ: চাৰি মহিলাসহ পাঁচজন আহত

ছিপাঝাৰৰ পিঠাখোৱাপাৰাৰ সাতগৰাকী মহিলাই  এখন ই-ৰিক্সাত উঠি স্থানীয় দেবানন্দ গাঁও পঞ্চায়তৰ এক মহিলা গোটৰ সভালৈ যাত্রা কৰি থকা অৱস্থাত তেওঁলোকৰ ৰিক্সাখনৰ ওপৰত হঠাৎ এজোপা গছ উভালি পৰাত চাৰিগৰাকী মহিলা আৰু ই বিক্সাব চালকজন আহত হয়। আহত মহিলাকেইগৰাকী ছিপাঝাৰৰ প্রাথমিক স্বাস্থ্যকেন্দ্রত ভর্তি কৰা হয়। ইপিনে, আজি দিনৰ ১১-৩০ বজাত প্রচণ্ড ধুমুহাৰ ফলত ছিপাঝাৰৰ দুমুনীচকীস্থিত বৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষকৰ জিৰণি কোঠাত এজোপা গছ উভালি পৰাত কোঠাটোৰ বিস্তৰ ক্ষতিসাধন হয়। ঘটনাটোত শিক্ষক-শিক্ষয়িত্রীসকল কথমপিহে ৰক্ষা পৰে।

# অত্যধিক বৰষুণৰ ফলত কলিয়াবৰত পথ দুর্ঘটনা

অত্যধিক বৰষুণৰ ফলত  কলিয়াবৰত ৭১৫ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথত একেলগে তিনিখন বাহন দুর্ঘটনাগ্রস্ত হয়। কলিয়াবৰৰ সৰুভগীয়াত আজি এখন তেল পৰিবাহী টেংকাৰ (এএছ-২৬-৯৮৮৩)ক এখন অল্ট’ বাহন (এএ২-০২ জি-৪৪৫০)-এ খুন্দা মাৰে। ইয়াৰ পাছতে দুর্ঘটনাগ্রস্ত অল্ট’খনক এএছ-০৯ চি-০৩৭৭ নম্বৰৰ এখন যাত্রীবাহী বাছে খুন্দা মাৰে। সৌভাগ্যবশতঃ দুর্ঘটনাটোৰ ফলত কোনো লোক হতাহত নহ’ল।

# মঙলদৈত বিদ্যালয়লৈ গৈ থকা অৱস্থাত গছ বাগৰি আঘাতপ্রাপ্ত শিক্ষয়িত্রী

প্রবল বৰষুণ তথা ধুমুহাৰ মাজতে বিদ্যালয়লৈ গৈ থকা অৱস্থাত আজি পুৱা ৮-৪৫ বজাত মঙলদৈত এগৰাকী শিক্ষয়িত্ৰীৰ মূৰৰ ওপৰত এজোপা গছ উভালি পৰাত শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয়। ছিপাঝাৰৰ বাসিন্দা তথা মঙলদৈৰ বাঘপৰীৰ নাংলিচৰ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ৰঞ্জু চহৰীয়াই আনদিনাৰ দৰে বাছত আহি মঙলদৈ নগৰৰ মাজমজিয়াত অৱস্থিত জিলা পুথিভঁৰালৰ সন্মুখত বাছৰ পৰা নামে। বাকী পথছোৱা তেওঁ সহকর্মী শিক্ষক পৰেশ ডেকাৰ স’তে কর্মস্থলীলৈ যাত্ৰা কৰি থকা অৱস্থাত নির্মীয়মাণ বাইপাছৰ ওচৰত তেওঁৰ মূৰৰ ওপৰত হঠাতে এজোপা গছ বাগৰি পৰে।

ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা শিক্ষয়িত্ৰীগৰাকীৰ মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয়। ঘটনাৰ পাছতে স্থানীয় লোক আৰু সহকর্মী শিক্ষকসকলৰ তৎপৰতাত শিক্ষয়িত্ৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। গছজোপা বাগৰি পৰাৰ ফলত তেজেৰে তুমুৰলি হৈ পৰা শিক্ষয়িত্ৰীগৰাকীৰ মূৰত পাঁচটা চিলাই পৰিছে। সম্প্রতি তেওঁ মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিছে। ই

পিনে, বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক গফুৰ আলীয়ে জনোৱা মতে, তেওঁলোকৰ বিদ্যালয় মঙলদৈ নগৰৰ পৰা বেছি দূৰত্বত অৱস্থিত নহ’লেও বিদ্যালয়খন সংযোগীলৈ যোৱা বাট-পথ দুর্গম। ফলত পথচাৰীসকলে সঘনে দুর্ভোগ ভুগিবলগীয়া হয়। সম্প্রতি হৈ থকা প্রবল বৰষুণৰ ফলত বিদ্যালয়খন সংযোগী বাট-পথৰ অবস্থা অধিক শোচনীয় হৈছে।

# কৃত্রিম বানৰ কবলত মঙলদৈ নগৰ পৌৰসভাক ধিক্কাৰ

ভৰ বাৰিষাৰ পূৰ্বে কৃত্রিম বানৰ কবলত পৰিছে মঙলদৈ নগৰ। দিনে-নিশাই হোৱা বৰষুণৰ ফলত নগৰখনৰ কে’বাটাও বার্ডত কৃত্রিম বানৰ সৃষ্টিহৈছে। ফলত স্বাভাবিক জীবনযাত্রা একপ্ৰকাৰ ব্যাহত হৈছে। একাংশ ৱাৰ্ডৰ নিবাসীৰ বাসগৃহতো পানী সোমাইছে। নগৰৰ আঠ নম্বৰ বাৰ্ডৰ প্ৰীতি নগৰত কে’বাজনো লোকৰ ঘৰ, বাট-পথ সকলোতে কেৱল পানী দেখিবলৈ পোৱা গৈছে। একে অৱস্থা ১০ নম্বৰ ৱাৰ্ডৰ গাঁওবুঢ়াপাৰাৰো। আন কে’বাটাও বার্ডতো কৃত্রিম বানে ৰাইজক জলা-কলা দেখুৱাইছে। আনহাতে, একাংশই অভিযোগ কৰা অনুসৰি, নিৰ্মালী দেরী শর্মা নেতৃত্বাধীন মঙলদৈ পৌৰসভাই সঠিকভাবে নলা-নর্দমা নির্মাণ নকৰাত নগৰখনৰ অৱস্থা শোচনীয় হৈছে। ঠিকাদাৰৰ স’তে মিলি সংশ্লিষ্টসকলে।

লাখ লাখ টকাৰ অপচয় কৰাৰো অভিযোগ উত্থাপন হৈছে। হকে-বিহকে নিৰ্মাণ কৰা নলা-নর্দমাসমূহৰে বৰ্জিত পানী ওলাই গৈ ২৫ মিটাৰ দূৰৰ মঙলদৈ নৈত নপৰে। ইপিনে, স্থানীয় সাংসদ দিলীপ শইকীয়া (দুবাৰ) আৰু বিধায়ক বসন্ত দাস (তিনিবাৰ) সহ পৌৰসভাখনৰ ব্যৰ্থতাৰ নিদর্শন এই কৃত্রিম বান বুলি বহুতে মন্তব্য কৰিছে। বাইজে অভিযোগ উত্থাপন কৰা অনুসৰি চৰকাৰে আবণ্টন দিয়া পুঁজিৰ সদ্ব্যৱহাৰ নোহোৱাৰ পৰিণতি সম্প্ৰতি পৌৰসভাৰ অঞ্চলৰ ৰাইজে ভুগিবলগীয়া হৈছে।

# বৰমাত গছ উভালি পৰাত নেহৰু মিলন হাইস্কুলৰ পাঠদান ব্যাহত

ধাৰাসাৰ বৰষুণৰ মাজতে অহা ধুমুহাৰ ফলত আজি বৰ্মাৰ নিকটৱৰ্তী নেহৰু মিলন হাইস্কুলত এজোপা মে’ ফ্লাৱাৰ গছ উভালি পৰাত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয়। ফলত আজি বিদ্যালয়খনত পাঠান ব্যাহত হয়। ঘটনাটোত দৈবক্রমেহে ছাত্র-ছাত্রী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল ৰক্ষা পৰে। বিদ্যালয় কর্তৃপক্ষই জানিবলৈ দিয়া মতে, এই গছজোপা ১৯৮৪৩ বিদ্যালয় চৌহদত ৰোপণ কৰা হৈছিল। গছজোপা উভালি পৰাত শিক্ষক-শিক্ষয়িত্রী তথা ছাত্র-ছাত্রীসকলে দুখ প্রকাশ কৰিছে।

# কমাৰগাঁও-খুমটাইত অন্ধকাৰত ১৫ হেজাৰ বাসগৃহ

প্রবল বৰষুণ আৰু ধুমুহাৰ বাবে গোলাঘাট জিলাৰ কমাৰগাঁও বিদ্যুৎ উপ-সংমণ্ডল কার্যালয়ে কমাৰগাঁও-খুমটাই অঞ্চলৰ ৩৫ খন গাঁৱৰ ১৫ হেজাৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ কর্তন কৰিছে। ফলত এই বাসগৃহসমূহ অন্ধকাৰত নিমজ্জিত হৈছে। এক বিবৃতিযোগে বিদ্যুৎ উপ-সংমণ্ডল কার্যালয়ে এই কথা প্রকাশ কৰে। ফলত নুমলীগড় অঞ্চলৰ তেলগৰম, বিষ্ণুপুৰ, ৰংবং, কানাইঘাট, লাবাংহাট, বৰচাপৰি, ৰজাবাৰী, পংকা দেইথোৰ, ৰংচালি, বিএমপি, নগথাৰ আদি অঞ্চলৰ পাঁচ হেজাৰ ঘৰ গৃহস্থীৰ লগতে মহুৰা মৌজাৰ বৰতল, ৰিৰি, আলেংমাৰী, কেমেৰী, ধনশিৰী তেমেৰা, বংকোৱাল আদিৰ দুহেজাৰ ঘৰলৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে।

একেদৰে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত নাচনীপাৰ, তিনিচুকী চাপৰি, ভকতচাপৰি আদিৰ তিনি হেজাৰ আৰু খুমটাইৰ গৰিয়াজান, পতিয়াপথাৰ, বহুপথাৰ, লিক্সন, বুটলীখোৱা, গান্ধিগাঁও আদিৰ তিনি হেজাৰ লোকৰ ঘৰ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govtdisrupted normal lifeHeavy RainsHigh AlartSDRF
publisher

publisher

Related Posts

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d