Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM Said A Case Would be Filed Against Rahul Gandhi:ৰাহুল গান্ধীৰ বিৰুদ্ধে হ’ব গোচৰ ৰুজু

আৰক্ষীয়ে বিধিগতভাৱে ল'ব ব্যৱস্থা, লোকসভা নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী

publisher by publisher
January 23, 2024
in India, News
Reading Time: 2 mins read
0
CM Said A Case Would be Filed Against Rahul Gandhi:ৰাহুল গান্ধীৰ বিৰুদ্ধে হ’ব গোচৰ ৰুজু
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

CM Said A Case Would be Filed Against Rahul Gandhi:

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সমদল জি এছ ৰোডৰে গুৱাহাটী মহানগৰত সোমাব চেষ্টা কৰাৰ সময়তে খানাপাৰাত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দায়ী কৰে ৰাহুল গান্ধীক ৷

ADVERTISEMENT

আৰক্ষীৰ বেৰিকেড ভাঙি একাংশ কংগ্ৰেছীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীৰে হতাহতি কৰা আদি কাৰ্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিজিপিক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীয়ে ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সম্পৰ্কত কয়, ৰাহুল গান্ধীয়ে তিনিহেজাৰ সমৰ্থক আৰু দুশ গাড়ীৰে জি এচ ৰোডৰে মহানগৰত প্ৰৱেশ কৰিব বিচাৰিছে ৷ এখন জনপূৰ্ণ আৰু ব্যস্ত চহৰৰ মাজেৰে এটা ইমান বৃহৎ সংখ্যক লোকৰ সমাবেশৰ সমদল যাবলৈ দিয়াটো কেতিয়াও সম্ভৱ নহয় ৷

কিন্ত প্ৰশাসনৰ প্ৰৱল বাধাকো নেওচি আৰক্ষীৰ বেৰিকেড ভাঙি আৰক্ষীয়ে হতাহতি কৰাৰ সময়ত দূৰৰ পৰা উচতনিমূলক ভাষণ দি থকা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে ৷

একেদৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ বাবেও গোচৰ ৰজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,আৰক্ষীয়ে বিধিগতভাৱে সকলো তদন্ত কৰিব ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ব ৰাহুল গান্ধীক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM Said A CaseRahul GandhiWould be Filed Against
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d