Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress will contest alone in five constituencies in the state:বিধানসভাৰ উপ- নিৰ্বাচনত কংগ্ৰেছৰ একলা চলো নীতি

ৰাজ্যৰ পাঁচ সমষ্টিত অকলেই নিৰ্বাচন খেলিব কংগ্ৰেছে, তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কংগ্ৰেছ

publisher by publisher
July 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Congress will contest alone in five constituencies in the state:বিধানসভাৰ উপ- নিৰ্বাচনত কংগ্ৰেছৰ একলা চলো নীতি
1
SHARES
5
VIEWS
ShareShareShareShare

Congress will contest alone in five constituencies in the state:

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ- নিৰ্বাচনৰ বাবে এপিচিচিয়ে অকলে চলো নীতি গ্ৰহণ কৰিছে পাঁচটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত অকলেই খেলিব কংগ্ৰেছে ।

ADVERTISEMENT

এপিচিচিৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইতিমধ্যে পাঁচোটা সমষ্টিৰ বাবে প্ৰস্তুত কৰিছে সম্ভাব্য প্ৰাৰ্থী তালিকা ৷ সেই অনুসৰি বৰাক উপত্যকাৰ ধলাই সমষ্টিৰ বাবে দুজনীয়া প্ৰাৰ্থী তালিকাত স্থান পাইছে ধ্ৰুৱ জ্যোতি পুৰস্কায়স্থ,বিশ্বজিত দাস আৰু হিৰক দাস ৷

RelatedPosts

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

CM announced an inquiry into the death of advocate Mridul Hussain:কংগ্ৰেছ নেতা অধিবক্তা মৃদুল হুছেইনৰ মৃত্যু ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

Apcc:কংগ্রেছে ছেটেলাইট মানচিত্র সাজু কৰিছে ৰাজ্যৰ এটা পৰিয়ালৰ সম্পত্তিৰ

আনহাতে বিহালী সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নাম প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে ৷ তালিকাত স্থান পোৱা আন প্ৰাৰ্থী সকল হ’ল প্ৰেমলাল গঞ্জু,মনোজ গৌতম আৰু দিলীপ বৰুৱা।

চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ,প্ৰাক্তন মন্ত্ৰী তথা লোকসভাৰ সাংসদ ৰকিবুল হুচেইনৰ তনয় তানজিল হুচেইনৰ নাম চামগুৰি সমষ্টিৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থী তালিকাত স্থান লাভ কৰিছে । সমষ্টিটোৰ আন প্ৰাৰ্থী সকল হ’ল ছফিকুল ৰহমান আৰু জুৱেৰুল বক্সী ।

বিটিআৰৰ চিডলী বিধানসভা সমষ্টিৰ বাবে তালিকাৰ শীৰ্ষত আছে আছুৰ প্ৰাক্তন সভাপতি তথা কিছুমাহ পূৰ্বে বিপিএফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰবীণ বড়ো ৷ সমষ্টিটোতত সাম্ভাৱ্য কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকাত নাম থকা আন দুজন হ’ল সঞ্জীৱ ৱাৰি আৰু দেৱজিত বসুমতাৰী ৷

বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে মুঠ চাৰিজন প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত হৈছে ৷ প্ৰাৰ্থী কেইগৰাকী হ’ল ভাস্কৰ সৰকাৰ , ব্ৰজেনজিত সিংহ,জ্যোতিমৰ্য় বৈশ্য আৰু গিৰিশ বৰুৱা ৷ প্ৰাপ্ত খবৰ অনুসৰি চলিত সপ্তাহৰ ভিতৰত চুড়ান্ত প্ৰাৰ্থী তালিকাত কংগ্ৰেছ হাইকামাণ্ডৰ অনুমোদনক্ৰমে মোহৰ মাৰিব এপিচিচিয়ে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCAssam Assembly BY Electioncontest alone in five constituencies
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d