Ropex ship stranded in Brahmaputra:
➡️মাজুলীৰ অফলামূখঘাটৰ পৰা নিমাতী অভিমুখী ৰ’পেক্স জাহাজ আবদ্ধ ব্ৰহ্মপুত্ৰ বুকুত।
ADVERTISEMENT
➡️আভান্তৰীণ জল পৰিবহন বিভাগৰ অন্য এখন ফেৰীৰ সহায়ত উদ্ধাৰ ৰ’পেক্স খন ৷
➡️ৰ’পেক্স খন প্ৰায় ২ ঘন্টা ধৰি আবদ্ধ আছিল ব্ৰহ্মপুত্ৰত ৷
➡️ৰপেক্স জাহাজ খনত আছিল ১৬০ গৰাকী যাত্ৰী ৷
➡️আছিল ১৪ খন গাড়ী, ৩৫ খন বাইক ৷