Majuli:
নদী দ্বীপ মাজুলীত গড়ৰ সন্ত্ৰাস ৷ কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ নদী পাৰ হৈ মাজুলীত প্ৰৱেশ কৰা এটা গড়ে ত্ৰাহিমধুসূদন দেখুৱাইছে অফলামুখৰ ৰাইজক ৷অফলামুখৰ খেতিপথাৰ বিচৰণ কৰি থকা গড়ে পথাৰৰ মাহ, আলু, কচুৰ খেতি নষ্ট কৰিছে এফালৰ পৰা ৷ গড়টোৰ অৱস্থানক লৈ সন্ত্ৰষ্ট হৈ পৰা গাওঁবাসীয়ে I
বন কৰ্মীৰ অনুপস্থিতিত নিজেই গড়টোক খেদিবলৈ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই ৷ যোৱা নিশাৰে পৰা গড়টোৱে অফলামুখৰ খেতিপথাৰ বিচৰণ কৰি আছে I
ADVERTISEMENT



































