Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal in Shillong:শ্বিলঙক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

প্রায় ২০০% ব্যয় বৃদ্ধিৰে জনজাতীয় সম্প্রদায়ক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় বাজেট ২০২৪ত পুঁজি ধার্য: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মেঘালয় তথা সমগ্ৰ উত্তৰ-পূবৰ বিপুল পর্যটন সম্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃগাঁথনিৰ উন্নীতকৰণত বিশেষ অগ্রাধিকাৰ কেন্দ্ৰৰ

publisher by publisher
July 27, 2024
in Uncategorized
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal in Shillong:শ্বিলঙক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
2
SHARES
22
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal in Shillong:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্বিলঙত ব্যৱসায়িক সম্প্রদায়, যুৱপ্ৰজন্মৰ লগতে অঞ্চলটোৰ মহিলাসকলৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্রীয় বাজেট, ২০২৪ সন্দর্ভত এক আলোচনাত অংশগ্রহণ কৰে। কেন্দ্রীয় বাজেট ২০২৪এ বিকশিত ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰাৰ দিশত যাৱতীয় ৰ’ডমেপ মুকলি কৰিছে। দেশৰ প্ৰগতিৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উত্তৰ-পূব ভাৰতে এই বাজেটৰ পৰা যথেষ্ট লাভান্বিত হ’ব, কিয়নো ইয়াৰ লক্ষ্য হৈছে যুৱপ্ৰজন্ম, মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ বিশেষ সবলীকৰণেৰে উত্তৰ- পূব অঞ্চলটোৰ অর্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পর্যটন খণ্ডক শক্তিশালী কৰা  সৰ্বানন্দ সোণোৱালে আজি অনুষ্ঠানত এইদৰে মন্তব্য কৰে।

ADVERTISEMENT

জনজাতীয় লোকসকলৰ সবলীকৰণ সন্দৰ্ভত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট, ২০২৪এ বিকশিত ভাৰতৰ নতুন পথ নিৰ্ধাৰণ কৰিছে। নতুন উদ্যম আৰু অগ্ৰাধিকাৰৰ সৈতে এই বাজেটৰ বিশেষ লক্ষ্য হৈছে উত্তৰ-পূবৰ যুৱশক্তি, মহিলাশক্তি আৰু জনজাতীয় সম্প্ৰদায়ৰ সশক্তিকৰণৰ সৈতে অর্থনৈতিক, ঔদ্যোগিক আৰু কৃষি তথা পর্যটন খণ্ডক শক্তিশালী কৰা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক ‘অষ্টলক্ষ্মী’ আৰু ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে চিনাক্ত কৰিছে। মোদীৰ বলিষ্ঠ নেতৃত্বত জনজাতীয় সম্প্রদায়সমূহৰ সবলীকৰণৰ বাবে এই বাজেটত ১৩,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰাৰ ফলত পূৰ্বৰ তুলনাত প্রায় ২০০% ব্যয় বৃদ্ধি পাব।

RelatedPosts

Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং

Shillong: দুৱাৰমুখ পাৰ হৈ আগবাঢ়িল শ্বিলং !

KSU STOPS PUJA AT NEIGRIHMS HOSPITAL IN SHILLONG:নেইগ্রিমছ’ত চলি থকা পূজা বন্ধ কৰি দিলে খাচী ছাত্র সন্থাই

2vআমাৰ পৰম্পৰাগত শিল্পী, কাৰিকৰ, আত্মসহায়ক গোট, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগীৰ সবলীকৰণৰ বাবে প্রধানমন্ত্রী স্ব-নিধি, ৰাষ্ট্ৰীয় জীৱিকা মিছন আৰু ষ্টেণ্ড ইণ্ডিয়াৰ দৰে কল্যাণকামী আঁচনিৰ বাবে এই বাজেটত পুঁজি আবণ্টন বৃদ্ধি কৰা হৈছে। জনজাতীয় সম্প্রদায়সমূহৰ সশক্তিকৰণৰ বাবে আন এক গুৰুত্বপূর্ণ আঁচনি ‘প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রাম’ এই বাজেটতে ঘোষণা কৰা হৈছে যাৰ লক্ষ্য হ’ব জনজাতীয় সম্প্রদায়সমূহৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা। ইয়াৰ ফলত ৬৩,০০০ খন গাঁৱৰ ৫ কোটি জনজাতীয় লোক প্রত্যক্ষভাৱে লাভান্বিত হ’ব।

উত্তৰ-পূবৰ কৃষি খণ্ডৰ সামগ্রিক উন্নয়নৰ বাবে বাজেট বৃদ্ধিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্রী  নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে প্ৰাকৃতিক কৃষি আৰু উদ্যানশস্যৰ প্ৰাণকেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ সম্ভাৱনা উন্মুক্ত কৰাৰ লগতে আমাৰ যুৱ প্ৰতিভাক বিশ্বমানৰ দক্ষ কর্মশক্তি হিচাপে সক্ষম কৰাৰ দিশত কাম কৰি আছে।

প্ৰস্তাৱিত ডিজিটেল শস্য জৰীপৰ সৈতে কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ ব্যৱস্থা উন্নত কৰা হ’ব। পৰিৱেশ-অনুকূল বহনক্ষম কৃষি প্ৰকল্পৰ বাবে ৫৯৮ কোটি টকাৰ আবণ্টনে জলবায়ু পৰিৱৰ্তন, খহনীয়া, কীট- পতংগৰ আক্ৰমণ, ৰোগৰ সংক্ৰমণ আদিৰ দৰে প্ৰতিকূল প্ৰভাৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা বৃদ্ধি যথেষ্ট উন্নত কৰিব।

সৰ্বানন্দ সোণোৱালে লগতে কয়, এইবাৰৰ বাজেটৰ লক্ষ্য হৈছে উৎপাদন আৰু সেৱা খণ্ডক শক্তিশালী কৰা, বিশেষকৈ মুদ্রা আঁচনিৰ অধিক শক্তিশালীকৰণ যাৰ জৰিয়তে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে প্রয়োজনীয় ঋণ সমর্থন বৃদ্ধি হ’ব। ইয়ে কেৱল ঔদ্যোগিক সম্ভাৱনাবোৰক ত্বৰান্বিত কৰাই নহয়, লগতে বৃহৎ নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব।  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল দৃষ্টিভংগীৰ ফলশ্ৰুতিত এক নতুন ক্রেডিট গেৰাণ্টি আঁচনিয়ে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগবোৰৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব।

মোদী চৰকাৰৰ এক অনন্য পদক্ষেপ প্রত্যক্ষ লাভালাভ স্থানান্তৰ (DBT)ৰ জৰিয়তে প্ৰথমবাৰৰ কৰ্মচাৰীসকলক তিনিটা কিস্তিত ১৫,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু ইয়াক মেঘালয় ঔদ্যোগিক আৰু বিনিয়োগ প্ৰসাৰ নীতিৰ সৈতে একত্ৰিত কৰা হ’ব। ই ৰাজ্যখনত ঔদ্যোগিক বিকাশ আৰু চাকৰি সৃষ্টিত উদগনি যোগাব। যুৱশক্তিৰ সবলীকৰণৰ বাবে ১,০০০ খন আইটিআই উন্নীত কৰাৰ লগতে মহিলা হোষ্টেল স্থাপন কৰা হ’ব।

বিকাশ আৰু চাকৰি সৃষ্টিত উদগনি যোগাব। যুৱশক্তিৰ সবলীকৰণৰ বাবে ১,০০০ খন আইটিআই উন্নীত কৰাৰ লগতে মহিলা হোষ্টেল স্থাপন কৰা হ’ব।”

কেন্দ্রীয় বাজেট ২০২৪ত উত্তৰ-পূবকে ধৰি দূৰৱৰ্তী অঞ্চলসমূহলৈ সকলোধৰণৰ সংযোগ প্ৰদান কৰাৰ বাবে প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় পদক্ষেপ অন্তর্ভুক্ত কৰা হৈছে। এই গ্রাম সড়ক যোজনাই ইতিমধ্যে মেঘালয়ৰ ৩,৪৮২ কিলোমিটাৰ পথ সংযোগ কৰিছে, যাৰ মুঠ ব্যয় হৈছে ২০১৪ চনৰ পৰা ২৩১০.৭৬ কোটি টকা।

বাজেটত উত্তৰ-পূব অঞ্চলৰ গ্ৰাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি উত্তৰ-পূবৰ পথ আৰু ঘাইপথ সংযোগৰ উন্নতিৰ বাবে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটত ১৯,৩৩৮ কোটি টকাৰ ব্যৱস্থা ৰখা হৈছে, যিয়ে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলটোৰ পৰ্যটন আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি কৰিব। আজিৰ এই অনুষ্ঠানত মেঘালয় চৰকাৰৰ পশুপালন মন্ত্ৰী আলেকজেণ্ডাৰ হেকেও অংশগ্ৰহণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ShillongUnion Badget 2024Union Minister Sarbananda Sonowal Visit
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d