Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Pabitra Margherita’s press conference in Shillong:জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ,শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল

publisher by publisher
June 26, 2025
in Assam, News
Reading Time: 1 min read
0
Union Minister Pabitra Margherita’s press conference in Shillong:জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ,শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Union Minister Pabitra Margherita’s press conference in Shillong:

কেন্দ্ৰীয় বিদেশ আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই  শ্বিলঙত এখন সংবাদমেলত অংশ লৈ কংগ্ৰেছ চৰকাৰে আৰোপ কৰা ‘জৰুৰীকালীন অৱস্থা’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

ADVERTISEMENT

১৯৭৫ চনৰ ২৫ জুনত আৰোপ কৰা জৰুৰীকালীন অৱস্থাক স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে যে, সেই সময়ত যুদ্ধ, বিদ্ৰোহ বা ৰাষ্ট্ৰীয় সংকটৰ বাবে নহয়, ব্যক্তিগত আৰু ৰাজনৈতিক হতাশাৰ ফলস্বৰূপে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ২১ মাহৰ সেই সময়ছোৱাত গণতন্ত্ৰৰ সকলো স্তম্ভ — কাৰ্যপালিকা, ন্যায়পালিকা, বিধানপালিকা আৰু সংবাদ মাধ্যমে কেৱল এগৰাকী ব্যক্তিক শিৰনত কৰিবলগীয়া হৈছিল। এটা ৰাতিৰ ভিতৰতে সংবিধানক উপেক্ষা কৰা হৈছিল, সংবাদ মাধ্যমক চুপ কৰোৱা হৈছিল, সংবাদ মাধ্যমৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল, সম্পাদকসকলক কাৰাগাৰত পঠোৱা হৈছিল আৰু বিৰোধিতা কৰাক অপৰাধ হিচাপে গণ্য কৰা হৈছিল।

সেই সময়চোৱাত মিছা(MISA) আইনৰ অধীনত ১ লাখৰো অধিক নাগৰিক, যুৱক, সংবাদকৰ্মী, ট্রেড ইউনিয়ন নেতা আৰু ৰাজনৈতিক নেতাসকলক অমানৱীয় অৱস্থাত আটক কৰা হৈছিল। আটক হোৱা ব্যক্তিসকলৰ ভিতৰত জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু ৰাজনাথ সিঙৰ দৰে জ্যেষ্ঠ নেতাসকলো আছিল। “Indira is India and India is Indira ” — এই ধৰণৰ শ্ল’গানত তেতিয়াৰ সময়ছোৱাত থকা ব্যক্তি-পূজা আৰু বংশানুক্ৰমিক ৰাজনীতিৰ প্ৰতিফলন হৈছিল, যাৰ প্ৰভাৱ আজিও দেখিবলৈ পোৱা যায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে, ইতিমধ্যে উপেক্ষিত হৈ থকা উত্তৰ-পূব ভাৰতক জৰুৰীকালীন সময়ত অধিক উপেক্ষা কৰা হৈছিল। সংবাদ মাধ্যমৰ চেন্সৰশ্বিপৰ ফলত যোগাযোগ বন্ধ হৈ পৰিছিল, আৰু ২৬ জুনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বহু জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্য অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। এই নিষ্ঠুৰতাৰ এটি স্পষ্ট উদাহৰণ আছিল মেঘালয়ৰ প্ৰয়াত অধ্যাপক মাৰ্টিন নাৰায়ণ মাজাও, তেতিয়াৰ এগৰাকী বিধায়ক, যাক ১৩ মাহতকৈও অধিক সময় কাৰাগাৰত ৰখা হৈছিল আৰু তেওঁৰ মাতৃৰ মৃত্যুৰ পূৰ্বে তেওঁৰ সৈতে দেখা কৰাৰ সুযোগো দিয়া হোৱা নাছিল।

সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয় যে শ্বাহ কমিশ্যনে জৰুৰীকালীন অৱস্থাৰ বাবে কোনো সংবিধানিক যুক্তি নোপোৱা বুলি মত প্ৰকাশ কৰিছিল, তথাপিও ১৯৮০ চনত ক্ষমতালৈ উভতি অহাৰ পাছত কংগ্ৰেছে সেই প্ৰতিবেদনটো জনচক্ষুত অনা নাছিল। তদুপৰি,  ন্যায়াধীশ এইচ. আৰ. খান্নাক সেই সময়ত ভাৰতৰ জ্যেষ্ঠতম ন্যায়াধীশ হোৱাৰ পিছতো তেখেতে সত্যৰ পক্ষে থিয় হোৱাৰ বাবে আৰু এ. ডি. এম. জবলপুৰ কেছত চৰকাৰৰ বিৰুদ্ধে ৰায় দিছিল বাবেই মুখ্য ন্যায়াধীশৰ পদৰ পৰা বঞ্চিত কৰা হৈছিল।

কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই পুনৰ কয় যে, জৰুৰীকালীন সময়ত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাখ লাখ কার্যকৰ্তাই স্বেচ্ছাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, প্ৰাণৰ ভাবুকি লৈও গণতন্ত্ৰ ৰক্ষা কৰিছিল। তেওঁলোকে গোপনভাৱে সজাগতা বৃদ্ধি কৰিছিল, পুস্তিকা বিতৰণ কৰিছিল আৰু দমন, উৎপীড়নৰ সন্মুখীন হোৱাৰ পাছতো গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিবলৈ দৃঢ়ভাৱে থিয় দিছিল। সেই সময়ৰ সংগ্রামে আজিৰ গণতান্ত্ৰিক মূল্যবোধৰ আধাৰ গঢ়ি তুলিছিল।

তেখেতে পুনৰ উল্লেখ কৰে যে, কংগ্ৰেছে ইউ. পি. এ. শাসনকালত (২০০৪-২০১৪) সংবাদ মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰি আৰু প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰ কৰি প্ৰতিবাদী কন্ঠ দমন কৰাৰ মনোভাব অব্যাহত ৰাখিছিল। লগতে, surgical strike, air strike আৰু Operation Sindoorক লৈ কংগ্ৰেছে পুনৰ প্ৰমাণ বিচাৰি সেনাৰ সাহসক অপমান কৰিছিল আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত ৰাজনীতিক অগ্ৰাধিকাৰ দিছিল।

তেখেতে পুনৰ কয় যে, আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত গণতান্ত্ৰিক শক্তি, সংবিধানিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় একতাৰ সৈতে আগবাঢ়ি আছে। কিন্তু কংগ্ৰেছৰ মনোভাৱ আজিও ১৯৭৫ চনতেই ৰুদ্ধ হৈ আছে, য’ত নাগৰিকৰ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি অশ্ৰদ্ধা বিদ্যমান।

উল্লেখ্য যে এই সংবাদমেলৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দক্ষিণ শ্বিলঙত এক বৃক্ষৰোপণ কাৰ্যসূচীয়ো ৰূপায়ণ কৰে। এই কাৰ্যসূচীত মেঘালয় বিজেপি ৰাজ্যিক সভাপতি ৰিকমেন মমিনো উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Emargency 1975Minister of State for Foreign Affairs Pabitra MargheritaPressmeetShillong
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d