Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Budget Sarbananda Sonowal Reaction:কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

publisher by publisher
July 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
Union Budget Sarbananda Sonowal Reaction:কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ

Nirmala Sitharaman has announced a special relief fund for flood control in Assam:বিহাৰক বানমুক্ত কৰিবলৈ বাজেটত ১১,৫০০ টকাৰ পেকেজ ঘোষণাৰ বিপৰীতে

Large packages for Bihar and Andhra Pradesh in the budget:বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত

Union Budget Sarbananda Sonowal Reaction

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি কেন্দ্রীয় বাজেট, ২০২৪ক আদৰণি জনায়। কেন্দ্রীয় বাজেট, ২০২৪ক ‘দূৰদৰ্শী দস্তাবেজ’ বুলি অভিহিত কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব।

ADVERTISEMENT

এই দূৰদৰ্শী বাজেটৰ উদ্দেশ্য হৈছে গৰীব (দৰিদ্ৰ), মহিলা, যুৱপ্ৰজন্ম আৰু অন্নদাতা (কৃষক)ক শক্তিশালী কৰা যাতে উন্নয়নৰ সর্বাংগীণ প্রক্রিয়া দেশৰ প্ৰতিজন নাগৰিকৰ ওচৰলৈ যায়। এই বাজেটত ৯টা অগ্ৰাধিকাৰৰ সৈতে অতুলনীয়ভাৱে প্ৰস্তুত কৰা চাৰিটা বিষয়বস্তুয়ে সমাজৰ সকলো শ্রেণীক লাভান্বিত কৰিব। এই দূৰদৰ্শী বাজেট উপস্থাপন কৰাৰ বাবে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্রী নির্মলা সীতাৰমণকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দূৰদৰ্শী দস্তাবেজখনে নিযুক্তি, দক্ষতা বিকাশ, এমএছএমই,কৃষি আৰু বিনিয়োগৰ লগতে বিভিন্ন খণ্ডত অর্থনৈতিক বিকাশৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “বাজেটখনে ভাৰতৰ জাহাজ পৰিবহণ, ক্রুজ, জাহাজ নির্মাণ আৰু জাহাজ মেৰামতি উদ্যোগ যথেষ্ট বৃদ্ধি কৰাত অৰিহণা যোগাব, যাৰ ফলত ব্যাপক নিযুক্তিৰ পথ সৃষ্টি হ’ব, ৰপ্তানি বৃদ্ধি হ’ব ৷

কেন্দ্রীয় বাজেট ২০২৪ত উল্লিখিত উত্তৰ-পূবৰ বাবে উন্নয়নমূলক ব্যৱস্থা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূব ভাৰতে দেশৰ নতুন যুগৰ অৰ্থনৈতিক বিকাশৰ বাবে অষ্টলক্ষ্মী হিচাপে ইয়াৰ সম্ভাৱনা উপলব্ধি কৰি আগবাঢ়ি আহিছে। সমগ্র অঞ্চলটোত ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ ১০০টাতকৈও অধিক শাখা উপলব্ধ কৰা হ’ব, যাৰ ফলত উত্তৰ-পূবৰ বেংকিং খণ্ডটোৱে আন এক নতুন শিখৰত উপনীত হ’বলৈ সাজু হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোক বিত্তীয় অন্তর্ভুক্তিৰ পৰিসৰৰ ভিতৰত আহিব, যাতে তেওঁলোকে বেংকৰ

জৰিয়তে পোনপটীয়াকৈ চৰকাৰী লাভালাভ প্রাপ্ত কৰিব পাৰে। তদুপৰি জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁও আৰু আকাংক্ষিত জিলাৰ জনজাতীয় পৰিয়ালসমূহৰ জীৱনধাৰণৰ উন্নত মান নিশ্চিত কৰি প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রাম অভিযান কাৰ্যকৰী কৰা হ’ব। এই কাৰ্যসূচীৰ দ্বাৰা ৬৩,০০০ৰো অধিক গাঁৱৰ ৫ কোটিৰো অধিক জনজাতীয় লোক উপকৃত হ’ব।

কেন্দ্রীয় বাজেটত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ দ্বাৰা সৃষ্ট বানপানীৰ গুৰুতৰ সমস্যাৰ বিষয়েও উল্লেখ কৰা হৈছে আৰু অসমত বান ব্যৱস্থাপনা তথা সম্পর্কিত প্ৰকল্পসমূহৰ বাবে যাৱতীয় সহায়ৰ ব্যৱস্থা ঘোষণা কৰিছে। ইয়ে অসমত এক বৃহৎ সকাহ প্ৰদান কৰিব বুলি আমি আশাবাদী। অসমৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সম্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই অসমবাসীৰ হৈ প্রধানমন্ত্রীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Union Budget 2024Union Minister Sarbananda Sonowal Reaction
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d