Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMCH increases medical service Fees:জিএমচিএইছত বাঢ়িল চিকিৎসা সেৱা মাচুল

জিএমছিএইচত এতিয়াৰ পৰা ৰোগীৰ পঞ্জীয়ন-বিছনাৰ বাবদ দিব লাগিব ২০ টকা মুঠ, মুঠ ১০৭টা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি, ১৫০% পৰা ৩৭৫% পৰ্যন্ত বৃদ্ধি পালে সেৱা মাচুল, এতিয়াৰ পৰা আপুনি ভৰিব লাগিব পূবতকৈ ১৫০ শতাংশ অধিক মাচুল

publisher by publisher
August 2, 2024
in Uncategorized
Reading Time: 2 mins read
0
GMCH increases medical service Fees:জিএমচিএইছত বাঢ়িল চিকিৎসা সেৱা মাচুল
1
SHARES
12
VIEWS
ShareShareShareShare

GMCH increases Medical Service Fees:

এশ শতাংশ ৰোগীৰ পঞ্জীয়ন মাচুল আৰু বিভিন্ন পৰীক্ষাৰ তিনিশ শতাংশ পর্যন্ত অধিক মাচুল বৃদ্ধিৰে চৰকাৰী চিকিৎসা খণ্ডত আজিৰে পৰা কাৰ্যকৰী হ’ল চিকিৎসা ব্যয়ৰ নতুন নিৰিখ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালিলৈকে নামভর্তি আৰু পঞ্জীয়নৰ বাবদ এজন ৰোগীয়ে ১০ টকা মাচুল আদায় দিবলগীয়া হৈছিল যদিও আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন নিৰিখ অনুসৰি এই মাচুল ২০ টকালৈ বৃদ্ধি পালে। সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মুঠ ১০৭টা বায়’কেমেস্ট্রি চেষ্ট তথা বিভিন্ন পৰীক্ষা-নিৰীক্ষা মাচুল ২০ৰ পৰা তিনিশ শতাংশ পর্যন্ত বৃদ্ধি পালে।

ADVERTISEMENT

অৱশ্যে নতুন নিৰিখ অনুসৰি কোনটো পৰীক্ষাত কিমান টকা ধার্য কৰা হৈছে, এই সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষই মুখ খোলা নাই, কিন্তু মাচুল বৃদ্ধিৰ সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই দাবী করে যে ২২ বছৰৰ পাছত এই সামান্য মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

RelatedPosts

GMCH Incident: জিএমচিএইছত নাবালিকাক যৌন নির্যাতনৰ অভিযোগ !

Pankaj Sarma Passed Away:বিশিষ্ট সংগীত শিল্পী পংকজ শৰ্মাৰ দেহাৱসান দল-সংগঠনৰ শোক

At GMCH Aadhaar card is compulsory: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আধাৰ কাৰ্ড বাধ্যতামূলক

gmch 1সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহক আত্মনিৰ্ভৰ হ’বলৈ কৈছে। ৰোগীয়ে যাতে উন্নত চিকিৎসা লাভ কৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি দিশত গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ বাবে ৰাজহ লাগিব। এতিয়া যি ৰাজহ বৃদ্ধি পাব, ন্যূনতম ৰাজহহে বাঢ়িব আৰু ইয়াৰ জৰিয়তে অতিৰিক্ত সেবা ব্যবস্থা অধিক উন্নত হ’ব। উল্লেখ্য যে মাচুল বৃদ্ধি হৈছে যদিও সাধাৰণ মানুহৰ মাজত প্রভাৱ নেপেলায় বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘৮৫ শতাংশ পৰিয়ালৰ অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড আছে আৰু তেওঁলোকৰ কাৰণে চিকিৎসা বিনামূলীয়া। ১৫ শতাংশৰ ভিতৰত ১০ শতাংশ চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ ব্যৱস্থা আছে।

বাকী পাঁচ শতাংশ থাকিল আৰু ইয়াৰ ভিতৰত যদি কাৰোবাৰ চিকিৎসা ব্যয়ত অসুবিধা হয়, পাৰ্যমানে বেহাই এতিয়াও দিয়া হয়। সেয়ে এই মাচুল বৃদ্ধিয়ে প্রভাৱ পেলাব বুলি নাভাবো।’ ডাঃ শর্মাই লগতে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত হিম’গ্লবিন পৰীক্ষাৰ ব্যয় আছিল ২০ টকা আৰু বাহিৰত ইয়াৰ বাবদ দুশ-তিনিশ টকা লয়। এইবাৰ হিম’গ্লবিন পৰীক্ষাত মাত্র ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। সেবা উন্নত কৰিবলৈহে মাচুল বৃদ্ধি কৰা হৈছে বুলি দোহাবে। বহু পৰীক্ষাৰ মাচুল তিনিশ শতাংশৰো অধিক মাচুল বৃদ্ধি ৷

ইফালে, হাস্পতাল কর্তৃপক্ষই অত্যধিক মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি দাবী কৰিলেও কোনো কোনো পৰীক্ষাত তিনিশ শতাংশৰো অধিক মূল্যবৃদ্ধি কৰা হৈছে। এমচিত্রইছ/এইছএমএড/২০০৭/২৫/পিটি-২/৫১ নম্বৰৰ নতুন নিৰিখৰ নিৰ্দেশনাত উল্লেখ কৰা ১০৭টা বায়’কেমেস্ট্রি টেষ্টৰ ভিতৰত পূৰ্বতে এএলটি (এছজিপিটি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ মাচুলৰ ঠাইত ১৫০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে। একেদবে এএছপি পৰীক্ষাৰ পূৰ্বৰ ৭০ টকাৰ ঠাইত ১৫০ টকা, এমাইলেজ পৰীক্ষাৰ পূৰ্বৰ ১৮০ টকাৰ ঠাইত তিনিশ টকা, এএনএ প্র’ফাইল টেষ্টৰ পূৰ্বৰ তিনি হেজাৰৰ ঠাইত ৩৫শ, এএফপি পৰীক্ষাৰ পূৰ্বৰ পাঁচশ টকাৰ ঠাইত সাতশ টকা, এএছটি (এছজিঅ’টি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, চিএ ১২৫ পৰীক্ষাত পূৰ্বৰ আঠশৰ ঠাইত এহেজাৰ, কেলচিয়ামৰ পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, ছুগাৰ, কেলচিয়াম, মেগনেচিয়াম, পটেচিয়াম, ছডিয়াম, প্ৰ’টিন আদিৰ কেমিকেল বিশ্লেষণৰ পূৰ্বৰ ১৬০ টকাৰ ঠাইত দুশ টকা কৰা হৈছে।

একেদৰে ব্লাড ছুগাৰ পৰীক্ষাৰ পূৰ্বৰ ৩০ টকাৰ ঠাইত ৬০ টকা, আইৰণ পৰীক্ষাৰ পূৰ্বৰ ১১০ টকাৰ ঠাইত তিনিশ টকা, আইৰণ প্ৰ’ফাইলৰ পূৰ্বৰ ৬৬০ টকাৰ ঠাইত ১১শ টকা, লিপিড প্র’ফাইল পৰীক্ষাৰ পূৰ্বৰ ৩৬৫ টকাৰ ঠাইত পাঁচশ টকা, লিভাৰ পৰীক্ষাৰ পূৰ্বৰ ৪১০ টকাৰ ঠাইত নশ টকা, থাইৰয়ড পৰীক্ষাৰ পূৰ্বৰ ছশ টকাৰ ঠাইত আঠশ টকা, ইউৰিক এচিড পৰীক্ষাৰ পূৰ্বৰ ৬০ টকাৰ ঠাইত এশ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে।

gmch 2ইয়াৰ উপৰি আন বহু কেইটা পৰীক্ষাত দুশ-তিনি শতাংশ পর্যন্ত মাচুল বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে  সাধাৰণ ৰোগীয়ে পূর্বতে প্রতি বিছনাৰ বাবদ ১০ টকা আদায় দিবলগীয়া হৈছিল যদিও সাধাৰণ ৰোগীৰ বিছনাৰ মাচুল ২০ টকালৈ বৃদ্ধি কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GMCHincreases Medical Service FeesSUPT. DR.ABHIJIT SARMA SPEECH
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d