Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMCH increases medical service Fees:জিএমচিএইছত বাঢ়িল চিকিৎসা সেৱা মাচুল

জিএমছিএইচত এতিয়াৰ পৰা ৰোগীৰ পঞ্জীয়ন-বিছনাৰ বাবদ দিব লাগিব ২০ টকা মুঠ, মুঠ ১০৭টা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি, ১৫০% পৰা ৩৭৫% পৰ্যন্ত বৃদ্ধি পালে সেৱা মাচুল, এতিয়াৰ পৰা আপুনি ভৰিব লাগিব পূবতকৈ ১৫০ শতাংশ অধিক মাচুল

publisher by publisher
August 2, 2024
in Uncategorized
Reading Time: 2 mins read
0
GMCH increases medical service Fees:জিএমচিএইছত বাঢ়িল চিকিৎসা সেৱা মাচুল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

GMCH increases Medical Service Fees:

এশ শতাংশ ৰোগীৰ পঞ্জীয়ন মাচুল আৰু বিভিন্ন পৰীক্ষাৰ তিনিশ শতাংশ পর্যন্ত অধিক মাচুল বৃদ্ধিৰে চৰকাৰী চিকিৎসা খণ্ডত আজিৰে পৰা কাৰ্যকৰী হ’ল চিকিৎসা ব্যয়ৰ নতুন নিৰিখ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালিলৈকে নামভর্তি আৰু পঞ্জীয়নৰ বাবদ এজন ৰোগীয়ে ১০ টকা মাচুল আদায় দিবলগীয়া হৈছিল যদিও আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন নিৰিখ অনুসৰি এই মাচুল ২০ টকালৈ বৃদ্ধি পালে। সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মুঠ ১০৭টা বায়’কেমেস্ট্রি চেষ্ট তথা বিভিন্ন পৰীক্ষা-নিৰীক্ষা মাচুল ২০ৰ পৰা তিনিশ শতাংশ পর্যন্ত বৃদ্ধি পালে।

ADVERTISEMENT

অৱশ্যে নতুন নিৰিখ অনুসৰি কোনটো পৰীক্ষাত কিমান টকা ধার্য কৰা হৈছে, এই সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষই মুখ খোলা নাই, কিন্তু মাচুল বৃদ্ধিৰ সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই দাবী করে যে ২২ বছৰৰ পাছত এই সামান্য মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহক আত্মনিৰ্ভৰ হ’বলৈ কৈছে। ৰোগীয়ে যাতে উন্নত চিকিৎসা লাভ কৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি দিশত গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ বাবে ৰাজহ লাগিব। এতিয়া যি ৰাজহ বৃদ্ধি পাব, ন্যূনতম ৰাজহহে বাঢ়িব আৰু ইয়াৰ জৰিয়তে অতিৰিক্ত সেবা ব্যবস্থা অধিক উন্নত হ’ব। উল্লেখ্য যে মাচুল বৃদ্ধি হৈছে যদিও সাধাৰণ মানুহৰ মাজত প্রভাৱ নেপেলায় বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘৮৫ শতাংশ পৰিয়ালৰ অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড আছে আৰু তেওঁলোকৰ কাৰণে চিকিৎসা বিনামূলীয়া। ১৫ শতাংশৰ ভিতৰত ১০ শতাংশ চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ ব্যৱস্থা আছে।

বাকী পাঁচ শতাংশ থাকিল আৰু ইয়াৰ ভিতৰত যদি কাৰোবাৰ চিকিৎসা ব্যয়ত অসুবিধা হয়, পাৰ্যমানে বেহাই এতিয়াও দিয়া হয়। সেয়ে এই মাচুল বৃদ্ধিয়ে প্রভাৱ পেলাব বুলি নাভাবো।’ ডাঃ শর্মাই লগতে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত হিম’গ্লবিন পৰীক্ষাৰ ব্যয় আছিল ২০ টকা আৰু বাহিৰত ইয়াৰ বাবদ দুশ-তিনিশ টকা লয়। এইবাৰ হিম’গ্লবিন পৰীক্ষাত মাত্র ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। সেবা উন্নত কৰিবলৈহে মাচুল বৃদ্ধি কৰা হৈছে বুলি দোহাবে। বহু পৰীক্ষাৰ মাচুল তিনিশ শতাংশৰো অধিক মাচুল বৃদ্ধি ৷

ইফালে, হাস্পতাল কর্তৃপক্ষই অত্যধিক মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি দাবী কৰিলেও কোনো কোনো পৰীক্ষাত তিনিশ শতাংশৰো অধিক মূল্যবৃদ্ধি কৰা হৈছে। এমচিত্রইছ/এইছএমএড/২০০৭/২৫/পিটি-২/৫১ নম্বৰৰ নতুন নিৰিখৰ নিৰ্দেশনাত উল্লেখ কৰা ১০৭টা বায়’কেমেস্ট্রি টেষ্টৰ ভিতৰত পূৰ্বতে এএলটি (এছজিপিটি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ মাচুলৰ ঠাইত ১৫০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে। একেদবে এএছপি পৰীক্ষাৰ পূৰ্বৰ ৭০ টকাৰ ঠাইত ১৫০ টকা, এমাইলেজ পৰীক্ষাৰ পূৰ্বৰ ১৮০ টকাৰ ঠাইত তিনিশ টকা, এএনএ প্র’ফাইল টেষ্টৰ পূৰ্বৰ তিনি হেজাৰৰ ঠাইত ৩৫শ, এএফপি পৰীক্ষাৰ পূৰ্বৰ পাঁচশ টকাৰ ঠাইত সাতশ টকা, এএছটি (এছজিঅ’টি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, চিএ ১২৫ পৰীক্ষাত পূৰ্বৰ আঠশৰ ঠাইত এহেজাৰ, কেলচিয়ামৰ পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, ছুগাৰ, কেলচিয়াম, মেগনেচিয়াম, পটেচিয়াম, ছডিয়াম, প্ৰ’টিন আদিৰ কেমিকেল বিশ্লেষণৰ পূৰ্বৰ ১৬০ টকাৰ ঠাইত দুশ টকা কৰা হৈছে।

একেদৰে ব্লাড ছুগাৰ পৰীক্ষাৰ পূৰ্বৰ ৩০ টকাৰ ঠাইত ৬০ টকা, আইৰণ পৰীক্ষাৰ পূৰ্বৰ ১১০ টকাৰ ঠাইত তিনিশ টকা, আইৰণ প্ৰ’ফাইলৰ পূৰ্বৰ ৬৬০ টকাৰ ঠাইত ১১শ টকা, লিপিড প্র’ফাইল পৰীক্ষাৰ পূৰ্বৰ ৩৬৫ টকাৰ ঠাইত পাঁচশ টকা, লিভাৰ পৰীক্ষাৰ পূৰ্বৰ ৪১০ টকাৰ ঠাইত নশ টকা, থাইৰয়ড পৰীক্ষাৰ পূৰ্বৰ ছশ টকাৰ ঠাইত আঠশ টকা, ইউৰিক এচিড পৰীক্ষাৰ পূৰ্বৰ ৬০ টকাৰ ঠাইত এশ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে।

ইয়াৰ উপৰি আন বহু কেইটা পৰীক্ষাত দুশ-তিনি শতাংশ পর্যন্ত মাচুল বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে  সাধাৰণ ৰোগীয়ে পূর্বতে প্রতি বিছনাৰ বাবদ ১০ টকা আদায় দিবলগীয়া হৈছিল যদিও সাধাৰণ ৰোগীৰ বিছনাৰ মাচুল ২০ টকালৈ বৃদ্ধি কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GMCHincreases Medical Service FeesSUPT. DR.ABHIJIT SARMA SPEECH
publisher

publisher

Related Posts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d